…..ড°নয়না পাঠক শইকীয়া…… ………ৰচনা কাল-৬।৯।২০২২……..         যোৱা এসপ্তাহে মিনাৰ্ভাই ভালদৰে শুব পৰা নাই। যোৱা বছৰ এনে সময়তে তাই ৰাষ্টাৰ কাষৰ পৰা ছোৱালী জনী তুলি আনিছিল। মূখেৰে কথাবোৰ ভালদৰে ক’ব পৰা হৈ মিনাৰ্ভাই বুজি উঠালৈ আজি এবছৰ পুৰ হ’ল। ছোৱালী জনী ৰাষ্টাৰ কাষৰ পৰা আনোতে প্ৰতিবেষী সকলে তাইলৈContinue Reading

…….ড° নয়না পাঠক শইকীয়া….. ……..ৰচনা কাল-২৭।৬।২০২২….. : হেল্লো মাই নেম ইজ ইচা ইচা পঠানি। হাও আৰ ইউ? : হাই আই এম চিতল, চ’ নাইচ তু মিট ইউ।         চিতলৰ সৈতে ইচাৰ সেয়া প্ৰথম চিনাকি পৰ্ব। প্ৰাইভেট কম্পেনী এটাত কৰ্ম্মৰত ইচা খুবেই ব্যস্ত থাকিব লগীয়া হয় নিজৰ কৰ্ম্মContinue Reading

…….ড° নয়না পাঠক শইকীয়া….. ……..ৰচনা কাল-২১।৬।২০২১….. বগা গাউন পৰিহিত ৰশ্মিৰেখাই চুলি কেইডালো অলপ ঠিক থাক কৰি ইমাৰজেন্সি পেচেন্ট থকা ৰূমটোলৈ সোমাই আহিল। তেনেতে এগৰাকী গৰ্ভাৱতী মহিলাই তাইলৈ চাই মাত দিলে চিচতাৰ চাওক চোন মোৰ চেলাইন শেষ হ’বলৈ হৈছে যেন পাইছো। তাই ওচৰলৈ গৈ চাই ক’লে, নাই হোৱা আছে আৰু ১০Continue Reading

আজি পবিত্ৰ শাওণৰ ৰাতি ৮ বজাৰ পাছত এই ৰাশিৰ লোকৰ ভাগ্য সলনি হব :- ‌ আজি শাওণৰ প্ৰথম দিন আৰু আজি ৰাতি ৮ বজাৰ পাছৰ পৰা কেইটামান ৰাশিৰ লোকৰ ভাগ্যত সুফল দেখিবলৈ পাব। এই ভাগ্যশালি ৰাশি সমুহ হল মেষ ৰাশি, মিথুন ৰাশি, সিংহ ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, আৰু কুম্ভContinue Reading

যোৱা সোমাবাৰ 21 তাৰিখে প্ৰথম বাৰৰ বাবে ঋতুমনি হাজৰিকাৰ ঘৰত উপস্থিত হৈছিল সাংসদ শ্ৰী তপন কুমাৰ গগৈ ডাঙৰীয়া,, প্ৰথমেই ঋতুমনিক ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে আৰু ঋতুমনি ঘৰত উপস্থিত হৈ থাকোতেই সাংসদ মহোদয়ে শিৱসাগৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী গীতামণি বৰগোঁহাই মহোদয়াক এক নিৰ্দেশ দিয়ে যে ঋতুমনিৰContinue Reading

……….. ড° নয়না পাঠক শইকীয়া……. ……………ৰচনা কাল-২৯।৫।২০২১……. ফেছবুকত লিখি ভাল লাগে ৰণৰ। বহু দিনৰ পৰাই সি ফেছবুকত লিখে। ৰণে যেতিয়া লিখিব আৰম্ভ কৰিছিল তেতিয়া দুই একেহে সেইখন মঞ্চ লিখিবলৈ ব্যৱহাৰ কৰিছিল। সি লিখা সময়ত ফেছবুকত অকল বিভিন্ন ফটোৰহে সমাহাৰ ঘটিছিল। বিভিন্ন জনে অকল আন সকলৰ ফটোহে উপভোগ কৰিছিল। আচলতে তেতিয়াContinue Reading

ড° নয়না পাঠক শইকীয়া ৰচনা কাল জুলাই ২০১৭ ইন্দ্ৰজিৎএ দুৱাৰৰ চুকটোৰ পৰা আঁ‌তৰত অলপ আঁ‌ৰ লৈ বিচনা খনত চেপেটা লাগি পৰি আছে। লোকচক্ষুৰ আঁ‌ৰ লৈ সি এইদৰে পৰি থকাৰ ৰহস্যতো কোনোবাই উদঘাটন কৰাৰ আগতেই সি তাৰ পৰা আঁ‌তৰাৰ পৰিকল্পনা কৰি লৈছে। বিয়াৰ হুলষ্ঠুলৰ মাজত আজি অঁ‌তবোৰ মানুহে বেৰি থকা ৰভাতলীতContinue Reading

……..বনিমা তালুকদাৰ……… বিয়াৰ পিচৰ প্ৰথম বছৰটো সকলোৰে বাবে যথেষ্ট ৰোমাঞ্চকৰ আৰু মনত থকা বিধৰ হয় |বহু স্মৰণীয় মুহূৰ্ত্ত মনৰ মাজত ৰৈ যায় |আমাৰ বিয়া হৈছিল ১৯৯৭ চনৰ ইংৰাজী মে মাহত|  বিয়াৰ তিনিমাহ পিচত আমি দুয়োটা মধুচন্দ্ৰিকাযাপনৰ বাবে গৈছিলো দিল্লী,ভৰতপুৰ,জয়পুৰকে আদি কৰি আজমীৰ আৰু পুষ্কৰলৈ |আমি দুয়ো মহাবিদ্যালয়ত কৰ্মৰত বাবে পূজাৰContinue Reading

…..বনিমা তালুকদাৰ….. মনত বহুত কষ্ট লৈ নীলা বৰুৱাই বৃদ্ধাশ্ৰমৰ  ফৰ্মখন পূৰণ কৰিলে |আজি নিজৰ এখন ঘৰ থাকিও  ঘৰ নোহোৱা অৱস্থা তেওঁৰ |এখন ঘৰক ঘৰ বুলি কব পাৰিনে য’ত -মৰম,বিশ্বাস,আদান-প্ৰদান ,সহমৰ্মিতা আৰু শান্তি বুলিবলৈ একো নাথাকে |শাৰীৰিক আতিশয্যই মানুহৰ শৰীৰ ঘূণীয়া কৰে থিকেই ,কিন্তু মানসিক আতিশয্যই মানুহৰ ভিতৰখন তিলতিলকৈ  শেষ কৰিContinue Reading

……ড.বনিমা তালুকদাৰ….. ‘বাইদেউ ,এইবাৰ ‘আন্তৰ্জাতিক নাৰী দিৱস’ আপোনাৰ ঘৰৰ ওচৰৰ ফিল্ডখনত দিনজোৰা কাৰ্য্যসূচীৰে পাতিম বুলি মনস্থ কৰিছো |খোলাদিন হলেও সকলো খিনি মহিলাৰ উপস্থিতি আমি আশা কৰিছো |আৰু এটা কথা ‘নাৰী দিৱস’ ৰ মূল বক্তৃতাটো আপুনি দিব লাগিব |শুনিবলৈ পাইছো বিশ্ববিদ্যালয়ৰ দিনত আপুনি এগৰাকী সু বক্তা আছিল,শ্ৰেষ্ঠ তাৰ্কিক আছিল |আপোনাৰ বলিষ্ঠContinue Reading