….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) (ছয়) আজি গুৰুজনাৰ তিথি । ৰাজহুৱা নামঘৰত সন্ধিয়াৰ আগেয়ে তিৰোতাসকলে নাম ধৰিব । সন্ধিয়ালৈ মতা মানুহে ভাগৱত পাঠ কৰিব । দিপালীও নামঘৰলৈ যাব । সেয়ে তাই সোনকালে ভাত ৰান্ধি আজৰি হৈ আছে । আজি তেল-মছলা,মাছ-পুঠি নাখায় । আখলৰ সকলো বাচন-বৰ্তন বাহিৰলৈ উলিয়াইContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) (পাঁচ) নিশা ভালেমান হ’ল । টোপনি নাহে হে নাহে । প্ৰেম ভঙা মানুহৰ দৰে বিৰিং বাৰাং কিবা কিবি মনলৈ আহি থাকে । মুখখন ওপৰমুৱাকৈ শুই আছে । চকুহাল খুলি থৈ আকাশ-পাতাল ভ্ৰমি আছে । খোলা চকুৰেই সপোন দেখে । টোপনিয়ে আজি ভদ্ৰেশ্বৰকContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) (চাৰি) সন্ধিয়া কানি-মুনি পৰত ভদ্ৰেশ্বৰ ঘৰ পালেহি । হাতত এটা পলিথিনৰ বেগ । ভদ্ৰেশ্বৰে থকা ঘৰটোত সোমায়ে পলিথিনটো বিছনাত দলি মাৰি থৈ বাহিৰলৈ ওলাই আহি কাঠিটোতে থোৱা মূঢ়াটোত বহিল । ভদ্ৰেশ্বৰৰ মুখখন শুকান হৈ আছে । উজ্জ্বলতা নাই । মাক জীয়াই থকাহেঁতেনContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) (তিনি) ৰতন আৰু ভদ্ৰেশ্বৰ একেখন গাঁৱৰে । দুয়োজন একেলগে একেটা শ্রেণীতে পঢ়িছিল । গাঁওখনৰ ইমূৰে-সিমূৰে দুয়োৰে ঘৰ যদিও সিহঁতে কোনো এটা সময়তে এৰা-এৰি নহৈছিল । পঢ়াৰ ৰতনতকৈ ভদ্ৰেশ্বৰ অলপ চোকা আছিল । ঘৰুৱা অৱস্থা দুয়োজনৰে একে আছিল । বছৰটো কিবাকে জোৰে ।Continue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) দুই ভদ্ৰেশ্বৰৰ বাল্যবন্ধু ‘ৰতন’ এতিয়া চাকৰিসূত্রে চহৰত থাকে । ভদ্ৰেশ্বৰৰ একমাত্র বিশ্বাসী বন্ধু আৰু বিপদৰ বন্ধু । ভদ্ৰেশ্বৰৰ যিকোনো বিপদ হ’লেই ৰতনৰ ওচৰ চাপে । বেচেৰা ৰতনটোৱেওঁ ভদ্ৰেশ্বৰক সহায় কৰি ভাল পায় । অকল ভদ্ৰেশ্বৰকে নহয় ৰতনে গাঁৱৰ কিবা অনুষ্ঠান-প্ৰতিষ্ঠানত হাত উজাৰিContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ………এক……. ভৰদূপৰীয়া-ভৰটোপনিতে দিপালীয়ে ভদ্ৰেশ্বৰক জগাই দিলে, কেচা টোপনি ভঙা খং সদায় এসোপ চ’ৰা, খঙত ভদ্ৰেশ্বৰৰ চকু ৰঙা হৈ উঠিল । এক বিৰক্তিৰ চাৱনিৰে দিপালীলৈ চাই কিবা এষাৰ টানকৈ ক’ম বুলি ভাবিও ৰৈ গ’ল । আচলতে ভদ্ৰেশ্বৰৰ খং উঠিবৰে কথা, কাৰণ যোৱাটো গোটেইContinue Reading