…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ….. ৪ …..”সমীৰ তোৰ ক্ষেত্ৰত চিৰিয়াছ নহয়৷ আচলতে সি কাৰো লগতেই চিৰিয়াছ নহয়৷ নহ’লেনো অংকিতাই তাক এৰি যায় নে !”…… জাগৃতি গুচি যোৱাৰ বহু দেৰিলৈ মলয়াৰ কাণত কথাষাৰ বাজি থাকিল৷ মনৰ ভিতৰৰ অস্থিৰতাখিনিক থাপি থুপি থৈ যিমান পাৰে সহজ হ’বলৈ যত্ন কৰিও যেন মলয়া হাৰি গৈছে ৷ ইমানContinue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…..  ৩ “মই….একমাত্ৰ ময়েই তাৰ প্ৰিয়তম বা প্ৰিয়পাত্ৰ বোলা অমূলক ধাৰণাটোত সুখ থাকে, প্ৰাপ্তি নাথাকে৷ আচলতে এক্সপেক্টটেচন বস্তুটোৱেই আপেক্ষিক৷ এক্সপেক্ট নকৰাকৈ যিখিনি পোৱা যায়, সেয়া বোনাচ, যেন এটা এক্সট্ৰা হেপ্পীনেছ ! যেনে এই যে নিদিওঁ নিদওঁ বুলিও পৰীক্ষাটো দি একো আশা নকৰাকৈয়ে ট্ৰেন্সলেটৰৰ চাকৰিটো পাই গ’লো, অথচ দুবছৰেContinue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…..  ২ ….সমীৰ ক’ত আছে? অফিচলৈ গৈছে নে সি? ভাত খাইছেনে? অইন কোনোবা ছোৱালীৰ স’তে বিজি আছে নেকি? ওহো এইবোৰ কোনোদিন জানিবলৈ চেষ্টা কৰা নাই মলয়াই৷ কিজানি সমীৰৰ তাইৰ প্ৰতি থকা সেই “ব্যতিক্ৰমী ভাললগা”টো নোহোৱা যায় ! জানোচা সি বিৰক্ত হয় ! জানোচা সি মনে মনে ভাবি পেলায়,Continue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ….. ১ : তিনি বছৰ হৈ গ’ল? : উম… : কোন পিনেৰে উৰি গৈছে ৰে সময় ! : এই দিনটোতে মই পল্লৱীক কি কৈছিলোঁ জান’? তই নোহোৱা হ’লে সেই সময়খিনি কিমান অৰ্থহীন হ’লহেতেন ! কেনেকৈ জানো চম্ভালিলোঁ হয় নিজকে ! : হয় নেকি? : উম.. আৰু চা… কথাবোৰContinue Reading