আমাৰ বিষয়ে :

এনাজৰী ,এখনি ন ন তথ্য সম্বলিত ৱেব মেগাজিন । আমাৰ মুখ্য উদ্দেশ্য হল অসম তথা ভাৰতৰ বৰ্তমান সময়ৰ লগত জড়িত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰৰ ধনাত্মক আৰু ঋণাত্মক দিশ আলোচনা কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰসিদ্ধ ঠাইৰ বিষয়ে পঢ়ুৱৈ সমাজক অৱগত কৰা আৰু উঠি অহা প্ৰজন্মৰ বিভিন্ন সৃষ্টিৰাজি প্ৰকাশ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰা ।

👉🏼 এনাজৰী হৈ ৰওঁক সমাজৰ বিভিন্ন জনৰ সুপ্ত প্ৰতিভা প্ৰদৰ্শনৰ অনন্য ক্ষেত্ৰ । সমাজৰ দাপোন হৈ আগবাঢ়ি যাওঁক । জ্ঞানৰ বটবৃক্ষ হৈ আঁকোৱালি লওঁক সকলোকে ।

👉🏼 অসমৰ বিভিন্ন ইতিহাস প্ৰসিদ্ধ ঠাইৰ লগতে আন আন ঠাইৰ সবিশেষ আৰু বিনন্দীয়া অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে ৰহনীয়া কলা সংস্কৃতিৰ বিষয়েও অৱগত কৰাৰ প্ৰয়াস কৰিছোঁ ভ্ৰমণ নামৰ শিতানত ।

👉🏼 অসমৰ উঠি অহা প্ৰজন্মৰ বিভিন্ন সৃষ্টিশীল কৰ্ম প্ৰকাশৰ বাবে এটা নতুন প্ৰেক্ষাপট প্ৰদান কৰাই আমাৰ লক্ষ্য ।তাৰ বাবে আমাৰ প্ৰথম পদক্ষেপ হ’ল নৱপ্ৰজন্মৰ কিছুমান সৃষ্টিশীল ফটোগ্ৰাফী আৰু কাৰ্টুন

আমাৰ Mission :

আমাৰ মুখ্য উদ্দেশ্য হল অসম তথা ভাৰতৰ বৰ্তমান সময়ৰ লগত জড়িত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰৰ ধনাত্মক আৰু ঋণাত্মক দিশ আলোচনা কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰসিদ্ধ ঠাইৰ বিষয়ে পঢ়ুৱৈ সমাজক অৱগত কৰা

আমাৰ Vision :

অসমৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ লগত সংগতি ৰাখি বিভিন্ন ধৰনৰ গঠনমুলক কাৰ্যকলাপ কৰাৰ লগতে অসমৰ উঠি অহা প্ৰজন্মৰ বিভিন্ন সৃষ্টিশীল কৰ্মৰ প্ৰকাশৰ বাবে এটা নতুন প্ৰেক্ষাপট প্ৰদান কৰা

আমাৰ Team :

 

Share কৰক: