….চাৰ্জিনা য়াছমিন…. বহুত অপেক্ষাৰ অন্তত আহি পাই শনিবাৰটো ভালেই লাগেচোন ভাবি ঘৰলৈ যাব পাম। আনদিনাতকৈ সোনকালে শোৱাপাটী এৰি বস্তু-বাহানি সামৰি পেটপূজা কৰি ওলাই যাও স্কুললৈ বুলি । স্কুল ছুটী দি খৰখেদাকৈ আহো বাছখন ধৰোঁ বুলি এফালে পেটত ভোক খাবলৈকো আহৰি নাই যদিহে বাছখন যায় গুচি । গাড়ীখন পোৱাত পাওঁ পিছেContinue Reading

…….বনিমা তালুকদাৰ……. কব নোৱাৰাকৈ তেওঁক মই ভাল পাই পেলাইছিলো হয়তো  বসন্তৰ আগমন ঘটিছিল মোৰ মনত তেওঁৰ প্ৰতিটো উশাহত নিমজ্জিত হবলৈ চেষ্টা কৰিছিলো মই | তেওঁৰ সত্বাত মই বিচাৰিছিলো জীয়াই থকাৰ সাৰ্থকতা এক হৈ যোৱাৰ এক দুৰ্বাৰ আকাংক্ষাই মোক লৈ ফুৰিছিল  তেওঁৰ সৈতে তেওঁৰ অলক্ষিতে মই ঢাপ মেলিছিলো বহু দূৰলৈ এটাContinue Reading

….মৃনাল ডেকা….. অপবিত্ৰতাৰ আভৰণ লৈ জীয়াই আছো গণিকা আমি, গণিকালয়ৰ । নিলামিত আমাৰ যৌৱন আভিজ্যত্বৰ লাহ-বিলাসৰ সামগ্ৰী মাত্ৰ । কব বিচাৰো নহয় আমি পুতুলা, আমিয়ো নাৰী,মানৱ । সমাজৰ অন্ধ কানুনত আমি বিলুপ্ত পোক প্ৰতংগ । কামাগ্নিৰ বাসনা পূৰ কৰা আমাৰ ধৰ্ম,কৰ্ম এয়া সংবিধান বেশ্যালয়ৰ । জানিব বিচাৰে নে কোনোবাই বেদনাContinue Reading

……বনিমা তালুকদাৰ…… তুমি আঁতৰি যোৱাৰে পৰা বাৰিষাৰ বৰষুন নামিছিল সপোনবোৰ ভাঙি থানবান হৈছিল আশাবোৰ হৈ পৰিছিল স্তিমিত বিশ্বাসৰ হাতখন হেৰাই গৈছিল তুমি বিহীন আজি আলিদোমোজাত মই | ক্ৰমান্বয়ে বৰ্ষামুখৰ গভীৰ নিশা মোৰ প্ৰিয় হৈ পৰিছে তুমি বিহীন উচুপনিবোৰ লুকুৱাই ৰাখো এই নিশাৰ আঁচলত গোটেই নিশা উজাগৰে থাকি তোমাৰ সতে কথাContinue Reading

🖋️…..প্ৰণামী দত্ত…… তুমি যদি মোৰ প্ৰেমিক হোৱা মোৰ বাবে আনিব নালাগে ৰঙা গোলাপ মাথোঁ ৰুই দিবা এজোপা এজাৰ নেলাগে মোক ৰেষ্টুৰেণ্টলৈ নিবলৈ পদপথত ৰৈ আমি চাহ খাম কোলাহল মই ভাল নাপাওঁ মাজে সময়ে নিজানত সময় পাৰ কৰিম দুয়ো তুমিতো জানাই মই আৱেগ বোৰক শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ তুমি মোৰ নিস্তব্ধতাকContinue Reading

…..প্ৰাণজিৎ কলিতা…. ……গুৱাহাটী বিশ্ববিদ্যালয়…… জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে ( শুভ গান্ধী জয়ন্তী ) বাপু বাপু মাত এবাৰ বাপু । অতিষ্ঠৰ কোলাত তুলি ৰং চোৱাৰ ; হেঁপাহ কমা নাই বাপু , জাতিৰ পিতা জাতিৰ ৰক্ষক জাতিৰ সপোন বাপু আজিচোন সকলো শেষ , তথাপি বাপু মৌন , নিৰৱতাContinue Reading

…..প্ৰাণজিৎ কলিতা…… …..গুৱাহাটী বিশ্ববিদ্যালয়……. অস্বিত্বৰ সাগৰত সাঁতুৰি হ’লেও জীয়াই ৰাখিম তোমাক অস্বিত্বৰ সাগৰত সাঁতুৰি হ’লেও জীয়াই ৰাখিম তোমাক অসম, অসম, বৰ অসম গঢ়িম বৰ অসম গঢ়িম । ধুমহা মহাপ্ৰলয় আহিলেও হেৰাই যাব নিদিও বিষ্ণু ৰাভা , জ্যোতিপ্ৰসাদৰ চিফুং বাঁহীৰ সুৰ । হেৰাই যাব নিদিও লক্ষ্মীনাথ বেজবৰুবাৰ সাধুকথাৰ কুকি উজনিৰ পৰাContinue Reading

…..প্ৰাণজিৎ কলিতা….. ….গুৱাহাটী বিশ্ববিদ্যালয়…. শৰতৰ সন্ধিয়া মনত পৰে তোমালৈ কোমল নিয়ৰৰ টোপালৰ সৈতে নামি অহা জোনাকবোৰে এন্ধাৰ বোৰ আঁতৰাই প্ৰেমিক তৰাবোৰৰ সৈতে বিলীন কৰি তোলে মোৰ হৃদয় । মনত পৰে নে তোমাৰ ? এই যে কহুৱা বোৰৰ হাঁহিৰ সৈতে আমি হাঁহিছিলো । আইতাৰ সাধুকথাৰে যে আমি নামি গৈছিলো এই গভীৰContinue Reading

….✍🏻ভাস্কৰ ৰাজবংশী…… ….গুৱাহাটী বিশ্ববিদ্যালয়……. হে নমস্য, বিশ্ব বৰণ্য, মহান যাযাবৰী শিল্পী… তুমি সাৰে আছানে এতিয়াও ! মনত দুৰ্ব্বাৰ আশা, বিক্ষিপ্ত স্মৃতিৰে মোৰ বক্ষত তুমি এতিয়াও উমি উমি জ্বলি আছা । অবিচলিত লক্ষ্য মোৰ দৃষ্টি ধীৰ-স্থিৰ, বিজয় নিশ্চিত যুজঁত উদ্যম গতিও সুস্থিৰ । যেন, তুমি এতিয়াও সাৰে আছা ! তোমাৰ গানেৰেContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) মই মোক নিলাম কৰিব খুজিছোঁ এজন ভাল গ্ৰাহকৰ সন্ধানত অচিৰেই প্ৰকাশ হ’ব বিজ্ঞাপন। তুমিও আবেদন কৰিব পাৰিবা। নিবিদাৰ বাবে নালাগে কোনো মাছূল দিলেই হ’ব একাজুলি মৰম। মোৰ পৰিধি তুমি জানিলোৱা ভাল, ৰক্ত মোৰ ৰঙা, ভাৱ ধাৰা মানৱীয়, মোৰ চিন্তাৰ পৰিধি বহুত, কিন্তুContinue Reading