অসম তথা ভাৰতৰ বৰ্তমান সময়ৰ লগত জড়িত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰৰ ধনাত্মক আৰু ঋণাত্মক দিশৰ বিশ্লেষনাত্মক যিকোনো লিখনী আমি বিছাৰিছো । লগতে যিকোনো গল্প, কবিতা, প্ৰবন্ধ জমা দিব পাৰে । যদি আপোনাৰ লিখনী উন্নতমানদন্দৰ হয়, আমি আমাৰ এনাজৰীত প্ৰকাশ কৰিম আৰু লগতে শ্ৰেষ্ঠ বিবেচিত লিখনীৰ বাবে আছে আকৰ্ষনীয় উপহাৰ… ধন্যবাদ……

    Share কৰক: