….হেমা চহৰীয়া….দৰং….. খণ্ড – ৫ অদিতিৰ চকুৰে ধাৰাসাৰ পানী বৈ আহিছিল | ওঠ দুটি কঁপি উঠিছিল কিবা কব খুজিও একো কব পৰা নাছিল তাই | কেইটামান নিৰৱ মূ্ৰ্হুত পাৰ হৈছিল | আদিত্যই নিৰৱতা ভাঙিছিল কপা কপা মাতেৰে সি কৈছিল – ”তুমি মোক মনত ৰাখিছা ন অদিতি ! মই হে ……|”Continue Reading

…..হেমা চহৰীয়া …..দৰং …. খণ্ড – ৪ নাই ,তাই তেনে নকৰে | তেনে কৰিলে জায়েকে পাগলামী কৰা বুলি ধৰি লব | কথাবোৰ নিজৰ ভিতৰতে পাগুলিয়াই থাকিল | আদিত্যক প্ৰথম লগ পোৱা দিনটোলৈ মনত পৰিল তাইৰ | অদিতিৰ বান্ধৱী অনুৰ বাইদেউকৰ বিয়া আছিল | আন আন বান্ধৱীবোৰৰ লগত অদিতিও গৈছিল বিয়াContinue Reading

……হেমা চহৰীয়া…..দৰং…… খণ্ড – ৩ অদিতিৰ বাৰে বাৰে চকু পৰিছিল ডেকা যোগী জনৰ ওপৰত | ভাগ্য ভাল ডেকা যোগীজনে চকু মুদি একান্ত মনে ভাগৱত শ্ৰৱন কৰি আছিল | গেৰুৱা বখন বহুদিন নুখুৰোৱা দাৰি আৰু মুৰত সামান্য জঁটাৰে কৰবাত দেখা মানুহ যেন বোধ হ’ল তাইৰ | বাইদেউয়েকে কানে কানে তাইক কিবাContinue Reading

……হেমা চহৰীয়া …..দৰং…… খণ্ড – ২ কাহিলি পুৱাতে উঠি অদিতিয়ে ঘৰৰ বাহি কাম বন কৰিলে | গা-পা ধুই শৰাই যা-যোগাৰ কৰি গিৰিয়েকক জগাই দিলে | পৱনে ৰাতিপুৱা চাহ নাখাই | বেছি fats হৈছে | সেয়ে fats কমাবলৈ খালী পেটত নেমুৰ লগত মৌ মিহলাই খাই | অদিতিয়ে নিজে খালী চাহ একাপContinue Reading

…..হেমা চহৰীয়া….. দৰং…… খণ্ড – ১ অদিতিৰ আবেলি ফুলনীত সোমোৱাটো এটা অভ্যাস | নাৰ্জী , তগৰ , গুটিমালী ,খৰিকাজাই , নয়নতৰা , শেৱালী , মুছন্দা আদি ফুলৰ যত্ন লোৱাৰ উপৰিও সিহঁতৰ লগত মনৰ কথা পাতে গুপুতে গুপুতে | চকী এখনত বহি জীৱনত এৰি অহা আৰু আহি পোৱা অলেখ কথাৰ মাজতContinue Reading