….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ১৭ মই মাৰ মনৰ ভাৱ বুজি পাওঁ=মায়ে মোক গড় দিব বিচাৰে, কিন্তু নোৱাৰে। দেউতা ঢুকুৱাৰ পৰা মাৰ একমাত্ৰ সম্বল হৈছে আনৰ ঘৰৰ ঢেকীটো, ঢেকীটোয়ে মুল ধন। ঢেকী দি দি মাৰ দেহাটো শুকাই- সিনাই আধামৰা হৈছে। মাৰ শুকান দেহাটো দেখিলে মোৰ অকমানি কলিজাটোয়েContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ১৫ বিচিত্ৰঃ বন্ধু শৰ্মা , তোমাক মই মোৰ জীৱনৰ জীয়া বাস্তৱৰ কিছু কথা ব্যক্ত কৰিলোঁ, কিন্তু তুমি মোৰ সেই বাস্তৱ কথা খিনিকে কাহিনী আখ্যাৰে অবিহত কৰি , মোৰ জীৱনটোকে অপমান বা ফুটপথৰ সত্ত্বটোকে তিৰস্কাৰ কৰিলা। আজি মোৰ বাবে তোমাৰ এই সাক্ষাৎকাৰো জীৱনৰContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ১৩ বিচিত্ৰ : “তুমি এটা কথা জানানে শৰ্মা? ইতিহাসৰ পৰাই সমাজত এটি বচন আছে যে- সুখ- দুখ মিশ্ৰন হ’লেহে হেনো মানৱ জীৱন ধন্য হয়। কিন্তু তুমি আমাৰ জীৱনলৈ মন কৰিছানে? আমাৰ জীৱনত সুখ নাহে। কদাপিওঁ নাহে। কেৱল দুখেৰেহে ভৰা আমাৰ জীৱন। কিন্তুContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ১১ শৰ্মাঃ  মানে বন্ধু ? তুমি কি ক’ব বিচাৰিচা? তোমাৰ জন্ম তেনেহলে ? বিচিত্ৰঃ ওঁ বন্ধু শৰ্মা, পূৰ্বতে মোৰ জন্ম এখন ভৰা গাঁৱত আছিল, য’ত আমাৰ এটি সুন্দৰ পৰিয়াল আছিল, আৰু সেই সুন্দৰ পৰিয়ালটোৰ মই কনিষ্ঠ সন্তান , যি কথা তোমাক ওপৰৰContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ৯ বিচিত্ৰঃ- এইযে আমাক দেখিছা ফুটপথৰ মাজত কেনেদৰে লেপেট খাই পৰি আছোঁ। আমাৰ অন্নৰ বিচাৰ নাই , বস্ত্ৰৰ বিচাৰ নাই। বস্ত্ৰৰ ভিতৰত যি এডোখৰ পিন্ধিছোঁ, তুমি দেখিছাই সেয়াওঁ তোমালোকৰ পেলনীয়া, তোমালোকৰ ব্যৱহাৰৰ অনুপযুক্ত । তুমি মোৰ সোঁ ফালে চোৱাচোন- সৌ জন কিContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) 7 আৰু শৰ্মা তুমিও শুনা, – এই সসাগৰা পৃথিৱীত এদিন ময়ো শিশু হৈ উপজিছিলো, ঋতু বাগৰি এদিন কিশোৰ হ’লো, এদিন যৌৱন পালো, এদিন বৃদ্ধ হ’ম, আৰু এদিন সিপুৰিলৈওঁ যাম। এই মহাজাগতিক ঘটনা পৃথিৱীৰ সকলো মানুহৰে হ’ব সকলো মানুহে এদিন শিশুহৈ উপজিৱ, এদিনContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ৫ বন্ধু শৰ্মা, তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰত কও যে- এই যে তুমি মোক সুধিচা , এই বিশাল চহৰ খনত বাস কৰিও সামান্য ফুটপথত থাকি মোৰ অনুভৱ কি, মোৰ বোধেৰে চহৰখন সামান্য হব পাৰে, কিন্তু তুমি কোৱাৰ দৰে এই ফুটপথ? ই কেতিয়াও সামান্যContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ৩ তোমাৰ কাহিনীৰ বাবে মোকে কিয়…… শৰ্মা-  “বন্ধু বিচিত্ৰ, ঠিক তুমিয়ে প্ৰথম গৰাকী নোহোৱা । আছলতে মই কেবাজনো লোকৰ ওচৰ চাপিছো মোৰ উপন্যাসৰ পটভূমি বিচাৰি, তেওঁলোকৰ ভিতৰত কিছু লোক শিক্ষীত, কিছু উচ্চ শিক্ষীত, কিছু অৰ্দ্ধ শিক্ষীত, আৰু কিছু অশিক্ষীত। এইসকল লোকৰ কথাওContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)  ১ অৱশেষত মোৰ অস্তিত্ব বিচাৰি পালে দুজন সদাশয় লোকে। সেই দিনা গুৱাহাটী মাছখোৱাৰ এটি ব্যস্ত ফুট পথত বহি মই খাদ্য সন্ধানত ৰৈ আছো। এনেতে দুজন ৩০/৩৫ বছৰীয়া যুৱকে মোৰ নাম কৈ আলোচনা কৰিচে ” ক’ত পাম এই বিচিত্ৰ নামৰ বিচিত্ৰ মানুহ জনক”Continue Reading