……..বনিমা তালুকদাৰ……… বিয়াৰ পিচৰ প্ৰথম বছৰটো সকলোৰে বাবে যথেষ্ট ৰোমাঞ্চকৰ আৰু মনত থকা বিধৰ হয় |বহু স্মৰণীয় মুহূৰ্ত্ত মনৰ মাজত ৰৈ যায় |আমাৰ বিয়া হৈছিল ১৯৯৭ চনৰ ইংৰাজী মে মাহত|  বিয়াৰ তিনিমাহ পিচত আমি দুয়োটা মধুচন্দ্ৰিকাযাপনৰ বাবে গৈছিলো দিল্লী,ভৰতপুৰ,জয়পুৰকে আদি কৰি আজমীৰ আৰু পুষ্কৰলৈ |আমি দুয়ো মহাবিদ্যালয়ত কৰ্মৰত বাবে পূজাৰContinue Reading

……বনিমা তালুকদাৰ……. পূজাৰ বতৰটো আহিলে মনটো ভাল লাগি যায় |এফালে শৰতৰ সুৱাস আৰু আনফালে উৎসৱৰ আমেজ |কিবা যেন এক কব নোৱাৰা অনুভূতি |পূজাৰ বন্ধৰ এমাহমান আগৰ পৰা ক’ত ফুৰিবলৈ যাম এইবোৰ লৈ নানা জল্পনা-কল্পনা আৰম্ভ হয় |আগতীয়াকৈ ৰেল,বিমান আদিৰ টিকট কাটি পেলোৱা হয় |          মহাবিদ্যালয়ত কামContinue Reading

……ৰাজলোচন বৰুৱা…. সৰুৰে পৰা ৰঙীন পৃথিৱীখনৰ নানা ৰং বুটলা, নতুন ঠাই চোৱা, নতুন মানুহৰ সতে লগ পোৱাৰ এটি হেপাহ মনতে পুহি ৰাখিছিলো । হয়তো সেই প্ৰৱল ইচ্ছাৰ বাবেই ১৯ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰলৈ যোৱাৰ এটি সুযোগ পাইছিলো (কাঠমাণ্ডু,নেপাল) । তাৰ পিছতো কেইবাবাৰো দেউতাৰ চিকিৎসা তথা নিজৰ দুই-এটা নতুনContinue Reading

……ৰাজলোচন বৰুৱা….. ২০১৫ চনৰ জানুৱাৰী মাহৰ কথা । ঠাণ্ডাৰ দিন, লগতে বিহুৰ বতৰ আছিল, বেচ আনন্দৰ পৰিৱেশে বিৰাজ কৰিছিল চাৰিওফালে । পুৱাৰ পাতলীয়া ৰ’দজাকৰ সোৱাদ লৈ বাহিৰতে অলপ বহি আছিলো, সৰুকালৰ দুই-এটা কথাই মূৰটোত ইপাৰৰ পৰা সিপাৰলৈ ঘূৰি ফুৰিছিল, মন গৈছিল যেন পুনৰ সেই সৰুকালৰ দিনবিলাকলৈ উভতি যাওঁ । মনতContinue Reading

…….ৰাজলোচন বৰুৱা……. ২০১৮ চনৰ অক্টোবৰ মাহৰ কথা । ব্যস্ততাৰ বাবে হাতত কলম তুলিবলৈ সময়ে পোৱা নাছিলো , সেয়েহে কিছু পলমেই হৈছিল, কৰ্মসূত্রে মই তেতিয়া কলিকতাত, ব্যস্ততাৰ মাজেৰে দিনবোৰ পাৰ হৈছিল যদিও, নতুন ঠাই ফুৰাৰ হেঁপাহটোৱে মনটোত ইমূৰৰ পৰা সিমূৰলৈ ভূমুকি মাৰিছিল । সৰুৰে পৰা ৰামায়ণৰ বিভিন্ন কাহিনীয়ে মোক আপ্লুত কৰিছিল,Continue Reading