final episode

………ড° নয়না পাঠক শইকীয়া………. …আঠ… ইতিমধ্যে মৌমিতা হঁ‌তৰ সেই society লৈ অহা প্ৰায় আঠ মাহ হ’ল। ক’ম সময়ৰ ভিতৰতে তাই মহিলা সকলৰ মাজত এক হৈ যোৱা যেন অনুভৱ কৰিলে। এই society ত থকাৰ আগতে সিহঁত বৰ্তমানৰ society টোৰ পৰা প্ৰায় ২ কি: মি: মান আঁ‌তৰৰ society এটাত আছিল। মৌমিতাই এইContinue Reading

……পুনম নাথ…… তুমি ইয়াত…. আচৰিত হৈ উঠিল দেৱৰাজ। বন্যাৰ উপস্থিতি তাৰ বাবে অকল্পনীয়।তাৰ মুখত চিন্তাৰ বলিৰেখা বিস্তমান। বন্যাক দেখি সুখী দেৱ, বহুত সুখী কিন্তু তাক এনেকৈ দেখিব নালাগিছিল তাই। ভিতৰলৈ নামাতা? তাইৰ মাততহে যেন সম্ভিদ ঘুৰাই পালে সি । আৰে আহাঁ না.. আহা…. ভিতৰ সোমাই গ’ল তাই। বহা না….. পেগটোContinue Reading

……পুনম নাথ….. বন্যা এবছৰত অইন কাৰোবাৰ হৈ নোযোৱাতো? কিয় সুধিলা? ভ্ৰু কোচ খাইছে তাইৰ। সি যেন নুসুধিবলগীয়াহে সুধিছে। মই যে একদম সময় দিব নোৱাৰিম। তুমি যদি অইনৰ হৈ যোৱা? ইমান বছৰ কাৰ হৈ আছিলোঁনো?তুমি মোৰ কাষত থাকা বা নাথাকা মই আছোঁ সদায়। বাহ্ ছমাহত ইমান ডাঙৰ হ’লা। নাজানোঁ তোমাৰ সংস্পৰ্শইContinue Reading

……পুনম নাথ….. তোৰ প্ৰেম হৈছেনে কেতিয়াবা বিৰিণা? কিয় সুধিলি? কাটি হৈ বন্যাৰ ফালে ঘুৰি সুধিলে তাই। সৰু বিচনাখনত দুয়ো কিবাকৈ শুইছে। নাই এনেই মন গ’ল। ইমান ল’ৰাৰ লগত ফুৰ এবাৰো কাৰো সৈতে মন মিলা নাই নে? হঠাৎ যেন ভাবিব ল’লে বিৰিণাই। হাহিঁ এটা মাৰি ক’লে, মিলিছিল অ’ এজনৰ লগত কিন্তুContinue Reading

….পুনম নাথ….. সঁচাকৈ ঘিণ কৰা মোক বন্যা? অভিমান উঠলি উঠিছে তাৰ মাতত। তাৰ হাতখন আগতকৈ শিথিল যদিও তাই এৰুৱাব পৰা হোৱা নাই। তোমাৰ ব্যৱহাৰ বোৰ ভাল লগা নাই মোৰ। ভালহে পাওঁ তোমাক।। ভালপোৱাবোৰ জোৰকৈ বিচাৰিলেই পাবানে? প্লাৱনক ভালপোৱা এতিয়াও? দেৱৰ মাতত অনিশ্চয়তা ফুটি উঠিল। পাওঁ মই ভাল। সেয়ে মই তোমাৰContinue Reading

…..পুনম নাথ…… মই জানিছিলো তুমি আহিবা। তুমি এতিয়াও যোৱা নাই যে। যোৱা না। হাই বন্যা বা… ক’ৰবালৈ যায়? অ হাই… নাই এনেই ওলাই আহিছোঁ। হোষ্টেলৰ নতুন ছোৱালী এজনীয়ে মাত লগালে। কেৰাহিকৈ চাই গ’ল দুয়োজনীয়ে দেৱৰাজলৈ। হোষ্টেলৰ ছোৱালীবোৰ ৰুমত সোমাব লৈছে। গেটত এনেকৈ ৰৈ কথা পাতি থাকিব ভাল লগা নাই তাইৰ।অপ্ৰস্তুতContinue Reading

………পুনম নাথ……… মোবাইলটো অফ্ কৰি দিলে তাই… নিজৰ বোলা সময়বোৰ মোবাইলে কন্ট্ৰোল কৰিব নালাগে. বৰ অশান্তি লাগে। তাই আবেলিটো উপভোগ কৰিব বিচাৰে সেউজীয়া বোৰৰ লগত। আকাশখনৰ লগত। অভিলাষৰ মুখলৈ চালে তাই। সি এতিয়াও কিবা ভাবি আছে। কিবা বেছি গধুৰ। খালী কাপটো এতিয়াও হাততে লৈ ঘুৰাই আছে। দুৰৈৰ পৰা ভাঁহি আহিছেContinue Reading

………পুনম নাথ…….. নৈৠ মই ক্লাচত যাওঁ বাই। বাহ্, আজি ইমান ৰাতিপুৱাই উঠিলি যে। অ’ আকৌ নতুন চেমিষ্টাৰ ন একো আওভাও পোৱা নাই মই। ক্লাছকেইটা কৰিব লাগিব..ভাত বনাই থৈছোঁ মই খাবি। বাপ্ ৰে কেতিয়া বনালি মই একো গমেই নাপালোঁ যে। উঠিলোঁ আকৌ ৰাতিপুৱাই। ৰুমৰ দুৱাৰখন এনেই জপাই ক্লাছলৈ ওলাই গ’ল তাই।Continue Reading

…….পুনম নাথ…… ঐ বন্যা তেতিয়াৰে পৰা মাতি আছোঁ শুনা নাই নে কি…? কেতিয়া আহি পালি তই? কাপোৰ জোৰো সলনি কৰিব নোৱাৰনে? কিমান সময় তাই তেনেকৈ চকুলোৰ সৈতে শুই আছিল গম নাপায়। তেনেকৈয়ে টোপনি আহি গৈছিল তাইৰ। চকুটো মেলি চালে নৈৠৰ মুখত খংৰ ভাৱ। কিবা হৈছে চাগে? কি হ’লনো তোৰ? খংতContinue Reading

…….পুনম নাথ…… কোৱা কি লাগে…. চেষ্টা কৰিম মই…. সঁচাইতো? আকৌ এবাৰ ভাবি লোৱা… এবাৰ ক’লে কিন্তু দিব লাগিব।। নহলে জোৰকৈ হলেও লম মই। আৰে এনেকৈ ভয় কিয় খুৱাই আছা। চিধা চিধি কৈ দিয়ানা? তোমাৰ….. বহি থকাৰ পৰাই সামান্য আগুৱাই আহিল সি…. তাইৰ হাতত সামান্য চুই গৈছে তাৰ হাতৰ বতাহ। তাইৰContinue Reading