পকা অমিতাৰ বৰ্ফি
……পম্পী শৰ্মা খাউণ্ড…….. উপকৰণ —– পকা অমিতা —১টা নাৰিকল পাউদাৰ —১কাপ কৰ্ণফ্ল’ৰ পাউদাৰ —আধা কাপ চেনী — ডেৰ কাপ (পাউদাৰ চেনী) কাজু —৩/৪টা (মিহিকৈ কাটি লোৱা) আলমন্ড –৩/৪টা (মিহিকৈ কাটি লোৱা) মগজ —২চামুচ ঘী —২/৩ চামুচ প্ৰণালী — প্ৰথমে পকা অমিতাটো বাকলি গুচাই টুকুৰা কৰি কাটি লৈ মিক্সিত মিহিকৈ পেষ্টContinue Reading