….মৃনাল ডেকা….. অপবিত্ৰতাৰ আভৰণ লৈ জীয়াই আছো গণিকা আমি, গণিকালয়ৰ । নিলামিত আমাৰ যৌৱন আভিজ্যত্বৰ লাহ-বিলাসৰ সামগ্ৰী মাত্ৰ । কব বিচাৰো নহয় আমি পুতুলা, আমিয়ো নাৰী,মানৱ । সমাজৰ অন্ধ কানুনত আমি বিলুপ্ত পোক প্ৰতংগ । কামাগ্নিৰ বাসনা পূৰ কৰা আমাৰ ধৰ্ম,কৰ্ম এয়া সংবিধান বেশ্যালয়ৰ । জানিব বিচাৰে নে কোনোবাই বেদনাContinue Reading

……সীমা ভূঞা….. আনদিনাৰ দৰে আজিও নিবেদিতা দুৱৰাই দহ বজাৰ লগে লগে কলেজলৈ বুলি সাজো হৈছে ।এনেতে কাম কৰা ল’ৰা ৰঘু আহি ক’লেহি—–বাইদেউ আপোনাক বিচাৰি এগৰাকী বয়সিয়াল মাইকী মানুহ আহিছে , নিবেদিতাই ক’লে কোননো আহিল এই সময়ত ? মই গৈ আছো ,মানুহ গৰাকীক বহিবলৈ ক গৈ যা। ড্ৰইংৰুমত বহি থকা মানুহগৰাকীকContinue Reading

……বনিমা তালুকদাৰ……. পূজাৰ বতৰটো আহিলে মনটো ভাল লাগি যায় |এফালে শৰতৰ সুৱাস আৰু আনফালে উৎসৱৰ আমেজ |কিবা যেন এক কব নোৱাৰা অনুভূতি |পূজাৰ বন্ধৰ এমাহমান আগৰ পৰা ক’ত ফুৰিবলৈ যাম এইবোৰ লৈ নানা জল্পনা-কল্পনা আৰম্ভ হয় |আগতীয়াকৈ ৰেল,বিমান আদিৰ টিকট কাটি পেলোৱা হয় |          মহাবিদ্যালয়ত কামContinue Reading

……© ৰুণজুন বৰুৱা…… (২১) দুপৰীয়াৰ নির্জনতাক ভেঙুচালি কৰি, ফুকনৰ কেবিনৰ কাষতে থকা কৰ্দৈ জোপাত পৰি জিলি এটাই অবিৰাম ভাবে চিঞৰি উঠিছে ,পৰিৱেশটো সেই জিলিটোৰ ককৰ্ষ মাতত অশান্তিকৰ হয় পৰাত ডাঃ ফুকনে প্ৰীতমক বাহিৰৰ লন খনলৈ ওলাই যোৱাৰ প্ৰস্তাৱ দিয়ে। আচলতে প্ৰীতমক তাৰপিছৰ ঘটনাবোৰ কবলৈ নিজৰ ভিতৰতে পূৰ্ব প্ৰস্তুতিৰ আৱশ্যক হোৱাContinue Reading

……© ৰুণজুন বৰুৱা…… (২০) প্ৰীতমৰ চকু সেমেকি উঠা দেখি ডাঃ ফুকনে অনুধাৱন কৰিব পাৰিলে যে সেই ঘাঁ টুকুৰা মনৰ মাজত এতিয়াও অলপ হলেও কেঁচা হৈ আছে প্ৰীতমৰ। পিতৃ হবলৈ ওলোৱা খবৰ এটা কোনো কাৰণেই কম ৰোমাঞ্চকৰ নহয় এজন প্ৰকৃত পুৰুষৰ বাবে।ভালপোৱা নাৰী গৰাকীৰ মাজত নিজৰ এটা অংশ একলা দুকলাকৈ বাঢ়িContinue Reading

……© ৰুণজুন বৰুৱা…… (১৯) আৰু সেই দিনটোৱেই আছিল মোৰ আৰু মনাৰ অন্তিম মুহূৰ্ত । দীঘল হুমুনিয়াহ এটা এৰি প্ৰীতম এখন্তেক ৰৈ লয়। বিৱৰ্ণ হ’বলৈ ধৰা প্ৰীতমৰ মুখখন দেখিয়েই,ডাঃ ফুকনে বুজে বিষাদৰ গভীৰপৃষ্ঠা এটা, যাক তেওঁ অতি কষ্টত সামৰি সুঁতৰি ভৰাই থৈছিল, আজি সেই পৃষ্ঠাটো খুচৰি দিয়াত বুকুৰ বিষটো অতি মাত্ৰাতContinue Reading

……পম্পী শৰ্মা খাউণ্ড…….. উপকৰণ —– পকা অমিতা —১টা নাৰিকল পাউদাৰ —১কাপ কৰ্ণফ্ল’ৰ পাউদাৰ —আধা কাপ চেনী — ডেৰ কাপ (পাউদাৰ চেনী) কাজু —৩/৪টা (মিহিকৈ কাটি লোৱা) আলমন্ড –৩/৪টা (মিহিকৈ কাটি লোৱা) মগজ —২চামুচ  ঘী —২/৩ চামুচ প্ৰণালী — প্ৰথমে পকা অমিতাটো বাকলি গুচাই টুকুৰা কৰি কাটি লৈ মিক্সিত মিহিকৈ পেষ্টContinue Reading

……বনিমা তালুকদাৰ…… তুমি আঁতৰি যোৱাৰে পৰা বাৰিষাৰ বৰষুন নামিছিল সপোনবোৰ ভাঙি থানবান হৈছিল আশাবোৰ হৈ পৰিছিল স্তিমিত বিশ্বাসৰ হাতখন হেৰাই গৈছিল তুমি বিহীন আজি আলিদোমোজাত মই | ক্ৰমান্বয়ে বৰ্ষামুখৰ গভীৰ নিশা মোৰ প্ৰিয় হৈ পৰিছে তুমি বিহীন উচুপনিবোৰ লুকুৱাই ৰাখো এই নিশাৰ আঁচলত গোটেই নিশা উজাগৰে থাকি তোমাৰ সতে কথাContinue Reading

….সীমা ভূঞা….. বনকৰা ছোৱালী মাধৱী হঠাৎ ঘৰলৈ যাব খোজাত বৰুৱানী আচৰিত হ’ল । কিহৰ বাবে তাই এনেদৰে যাব ওলাইছে বুলি সোধাত , তাই বিশেষ একো উত্তৰ নিদিলে । উপাই নাপাই বৰুৱানীয়ে মাধৱীৰ মাকক মাতি আনিলে । মাকেও আচৰিত হৈ ইমান আৰামত থকা ঘৰখনৰ পৰা কিয় এনেদৰে যাব খুজিছে , কথাষাৰContinue Reading

……© ৰুণজুন বৰুৱা…… ( ১৮) তেওঁলোকক চ’ৰা ঘৰতে বহুৱাই মা সোমাই গৈছিল ভিতৰলৈ তেওঁলোকৰ বাবে পানী আনিবলৈ বুলি। কি কথা পাতিম ভাবি মই এচুকত ঠিয় দি থাকোতেই ভিতৰৰ পৰা ধুমুহাৰ গতিৰে ওলাই আহি কোনো লাক বান্ধ নোহোৱাকৈ মনাই আৰম্ভ কৰিছিল, “দেউতা মোৰ ভাগৰ বুলি তোমাৰ সম্পত্তিৰ পৰা কিবা এটা অংশটোContinue Reading