……© ৰুণজুন বৰুৱা…… (১৭) পোৱা নোপোৱাৰ হিচাপ কৰি অতীতৰ পৃষ্ঠাবোৰ নেফা-নেফ কৰাত যুক্তি নাই। জানে প্ৰীতমে, কিন্তু হ’লেও যিবোৰ কথা জুকিয়াই চাবলৈ এসময়ত ভয় কৰিছিল, যিবোৰ কথা ফঁহিয়াই নোচোৱাৰ বাবেই জীৱনটোৱেই নিমিলা অংক হৈ গ’ল সেই অধ্যায়বোৰ খুলি লৈছে সি আজি। কিয়নো সময়ৰ চলনাত যি চক্ৰবেহুত সোমাই ৰৈ গ’ল,তাৰ পৰাContinue Reading

……© ৰুণজুন বৰুৱা…… (১৬) দুপৰীয়াৰ ভাত সাজ খাই উঠিয়েই অম্লানহঁতে ডাঃ ঋষিকেষৰ পৰিয়ালটোৰ পৰা বিদায় লৈ আগতেই ঠিক কৰি থোৱা হোটেললৈ বুলি ৰাওনা হ’ল….. সকলোকে আচৰিত কৰি ঋষিকাহঁতৰ ঘৰৰ পৰা ওলাই অহা পৰত প্ৰীতমে ডাঃ ফুকনক উদ্দেশ্য কৰি কয় “ফুকন কাইলৈ যাম আকৌ আপোনাৰ চেণ্টাৰলৈ বুজিছে কথাবোৰ শেষ হোৱাই নাইContinue Reading

……© ৰুণজুন বৰুৱা…… (১৫) প্ৰীতমে হয়তো কথাবোৰ ক’বলৈ পাই ভালেই পাইছিল। কৈ গৈছিল সি সলসলীয়াকৈ, ভেন্সাৰ স্কুল সমূহৰ চৰকাৰীকৰণৰ বাবে তেতিয়া আমিবোৰে দেহে কেহে খাটি আছিলোঁ। এদিন গুৱাহাটী ,এদিন টাউন মুঠতে উশাহটো সলাবলৈ সময় নোহোৱাকৈ ব্যস্ততা মূৰত।দুই তিনিদিন কেতিয়াবা ঘৰত নাথাকিছিলোঁ।সেয়ে লগ পালেই মৰম আকলুৱা মনটোৱে অভিমান কৰিছিল মোৰ ওচৰত।আৰুContinue Reading

……পম্পী শৰ্মা খাউণ্ড…….. ভীমকলৰ টেঙা মিঠা চৰ্বত  ভীমকলৰ চৰ্বতে আমাৰ পেট ঠান্ডা ৰাখে আৰু শক্তি বঢ়াই |ভীমকলৰ চৰ্বত শৰীৰ কাৰণে উপযোগী এবিধ পানীয়। উপকৰণ —– ভীমকল —-৩/৪টা ক’লা নিমখ /নিমখ—-জোখ অনুপাতে । চেনী —জোখ অনুপাতে । নেমু ৰস —–৪/৫ চামুচ পানী —জোখ অনুপাতে প্ৰণালী —— প্ৰথমে ভীমকল কেইটা বাকলি গুচাইContinue Reading

……© ৰুণজুন বৰুৱা…… (১৪) বাৰাণ্ডাত থকা বেতৰ ছোফাখনত ঋষিকাৰ ওচৰতে বহি লয় অম্লান। তাৰ মুখত চিন্তাৰ ৰেখাডাল সু স্পষ্ট হৈ উঠে। ঋষিকাই অনুভৱ কৰিব পাৰে কি কথাত সি চিন্তাত পৰিছে। তাই তাৰ হাতখন নিজৰ হাতৰ মুঠিত তুলি লয়। সি তাইৰ হাতৰ উত্তাপত একাঁঁজলি সাহস বিচাৰি পায়। ভাগৰুৱা যেন লগা দেহাটোContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (২৯ অক্টোবৰ,২০২০) মেঘ   ধন লাভৰ যোগ আছে। উত্তৰ দিশত ভ্ৰমন কৰিলে লাভৱান হ’ব পাৰে। সন্তানৰ শুভ। ডাঙৰৰ পৰামৰ্শ লওঁক, সমস্যা সমাধানত সহায় হ’ব। শুভ ৰং বগা আৰু শুভ সংখ্যা দুই।   বৃষ   দাম্পত্যত শুভ নহয়। আইন, চিকিৎসাৰ লগত জড়িত লোকৰ বাবে শুভ। শত্ৰু বাঢ়িব। আনৰContinue Reading

……পম্পী শৰ্মা খাউণ্ড…….. তৰমুজৰ চালাড উপকৰণ — তৰমুজ —-১টা পুদিনা পাত –১মুঠি ৰ’ক চল্ট/ ক’লা নিমখ —হিচাপ অনুসৰি নেমু —আধা টুকুৰা জালুক গুৰি —১ চামুচ চিলি ফ্লেকচ্ –১চামুচ বগা তিল —১চামুচ অলিভ অইল –১ চামুচ চিজ —১ চামুচ (মিহিকৈ ৰুকি লোৱা) চাট মছলা —১চামুচ প্ৰণালী প্ৰথমে তৰমুজটো বাকলি গুচাই টুকুৰাContinue Reading

……© ৰুণজুন বৰুৱা…… (১৩) প্ৰতিটো সুখৰ দুখৰ বতৰা ভগাই লব পৰাৰ জোখাৰে দুখন হৃদয় বন্ধুত্বৰ এনাজৰীৰে নিকপকপিয়া কৈ সময়ে বান্ধে। সময় বাগৰি থাকে,তাৰ লগে লগে সম্পৰ্কৰ বাটবোৰ মসৃণ হৈ গৈ থাকে, অকৃত্ৰিম ভালপোৱা, বিশ্বাস ,প্ৰেৰণাৰ আঁচলত । প্লেছমেণ্ট হৈ যায় দুয়োটাৰে ,গুৱাহাটীলৈ চাকৰি কৰিবলৈ গৈ অম্লান ক’ত থাকিব সেয়াও ঋষিকাইContinue Reading

……© ৰুণজুন বৰুৱা…… (১২) এনুৱেল মিটৰ ব্যস্ততাৰ মাজত ঋষিকাৰ পাতিম বুলি ভাবি থোৱা কথাবোৰ পতা নহয় অম্লানৰ সৈতে। এনুৱেল মিট শেষ হোৱাৰ পিছত আকৌ আৰম্ভ হয় ক্লাছৰ ব্যস্ততা। ভাল লাগে গতানুগতিক দিনবোৰৰ ৰুটিনখন ঘূৰি অহাত । ক্লাছৰ শেষত সিহঁতৰ গোটেই গ্রুপটোৰ খাবলৈ গৈ কেণ্টিনত বহি দিয়া আড্ডাবোৰ পুনৰ জীপাল হৈContinue Reading

 ……পম্পী শৰ্মা খাউণ্ড…….. এল’ভেৰা(চালকুঁৱৰী) জুচ/চৰ্বত এবিধ স্বাস্থ্যসন্মত আৰু বহুতো ঔষধি গুণেৰে ভৰপূৰ শৰীৰ কাৰণে উপযোগী পানীয়। এল’ভেৰা অথাৎ চালকুঁৱৰী চৰ্বতে গৰমৰ দিনত পেট ঠান্ডা ৰাখে।তাৰ উপৰিও সৌন্দৰ্য ৰ বিভিন্ন দিশত অপৰিহাৰ্য এই চালকুঁৱৰী। সেয়ে আজি আপোনালোকলৈ চালকুঁৱীৰ চৰ্বতৰ ৰেচিপি লৈ আহিছোঁ। উপকৰণ —– এল’ভেৰা —-পাত ১/২ খিলা পুদিনা পাত —৮/৯Continue Reading