পনীৰ খালে কি স্বাস্থ্য উপকাৰ হব?
2021-07-24
পনীৰ খালে কিকি স্বাস্থ্য উপকাৰ হব ?? তেজৰ কলেষ্টৰল হ্ৰাস কৰে নেকি ? নিৰামিষ ভোজী লোকৰ বাবে অত্যন্ত প্ৰয়োজনীয় খাদ্য এভাগ হৈছে পনীৰ । ইয়াক নিৰামিষ ভোজনৰ ৰজা আখ্যা দিয়া হয়। কিয়নো বিয়া সভা সমিতি আৰু উৎসৱ পাৰ্বনত নিৰামিষাহাৰী লোকৰ ঘাই খাদ্য হৈ পৰে এই পনীৰ । পনীৰ গাখীৰৰ পৰাContinue Reading