দৈনিক ৰাশি ফল 👇👇 (২৫ জুন,২০২১)

দৈনিক ৰাশি ফল 👇👇

ৰাশি = 👇
১. মেষ ৰাশি – মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, সম্পত্তি লাভ হব, যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি – বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, কৰ্ম ব্যস্ততা বাঢ়িব যদিও আজি সজাগ নহলে চোৰ ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি – মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও কৰ্মত সামান্য সমস্যাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি – কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক ব্যস্ততা বাঢ়িব, যদিও সামান্য কৰ্মত এলাহ ভাৱ বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ কৰিব, সম্পদ বৃদ্ধি হব,লগতে সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি – কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, কৰ্মত যশস্যা বৃদ্ধি হব, লগতে সজাগ নহলে ভ্ৰমণত সামান্য জতিলতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি – তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত আজি সামান্য জতিলতাৰ মাজেৰে সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি – বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, ভোজন বিলাস বাঢ়িব, যদিও সজাগ নহলে কৰ্মত সামান্য প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি – ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ মনত দিনটোত কৰ্মত যশস্যা লাভ হব, প্ৰেমত সফল হব, যদিও সজাগ নহৰে দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায় ।

১০. মকৰ ৰাশি – মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, যদিও আজি সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি – কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন সন্মান লাভ হব, খেতিয়ক সকলৰ শুভ হব, লগতে প্ৰতিভা বিকাশৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে সজাগ নহলে কৰ্মত খেলিমেলি হব পাৰে যদিও কৰ্মত নতুন যোগাযোগ হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি।
শুভ ৰং :- চিত্ৰ বিচিত্ৰ/ বগা।
আদ্যঋতু হলে – পতিহীনা‌ যোগ।
যাত্ৰা :- পূৱ দিশত নাই ।ৰা:ঘ: ১০/৫/৯ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশতষ।ৰা:ঘ: ১০/৫/৯ যোৱাত উত্তৰ দিশত।
মৰণত দোষ:- নাই।ৰা:ঘ:- ১০/৫/৯ যোৱাত এপদ।
ভক্ষাভক্ষ্য :- কোমোৰা খোৱা নিষেধ ৰা:ঘ:-১০/৫/৯ যোৱাত তিতা খোৱা নিষেধ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *