মহৌষধি বাঁহৰ গাজৰ চমৎকাৰী স্বাস্থ্যগুণ //
বাঁহৰ-গাজ স্বাস্থ্য উপকাৰী কিয় ? (১) উচ্চ ৰক্তচাপ থকা লোকৰ বাবে উপকাৰী :-বাঁহ-গাজত যথেষ্ট পৰিমাণে প’টেচিয়াম থাকে। ফলত উচ্চ ৰক্তচাপ ৰক্তচাপ নিয়ন্ত্ৰণ হয়, হৃদযন্ত্ৰৰ গতি সমতুল হয়। (২) কৰ্কটৰোগ বাবে লাভজনক এই গাজ : বাঁহ-গাজত ফাইটোষ্টেৰল নামৰ দ্ৰব্য থাকে। যিয়ে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে । (৩) শৰীৰৰ ৰোগ প্ৰতিৰোধContinue Reading