কঁঠালে প্ৰতিৰোধ কৰিব ক’ৰনা ভাইৰাছ আৰু বহু জটিল ৰোগ/
2021-06-18
জটিল ৰোগ আৰু ক’ৰনা ভাইৰাছ কঁঠালে প্ৰতিৰোধ কৰিব পাৰে :- বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা কঁঠাল গুটিৰ মূল্য বহুত। সমগ্ৰ দেশজুৰি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হঠাৎ বাঢ়িছে কঁঠাল গুটিৰ চাহিদা। আন্তঃৰাষ্ট্ৰীয় বজাৰত দুটা কঁঠাল গুটিৰ মূল্য হৈছে গৈ ৩০ টকা। য’ত ১ কেজি কঁঠাল গুটিৰ দাম প্ৰায় ১ হাজাৰ টকা।Continue Reading