ডায়েবেটিচ ৰোগীৰ বাবে আনাৰস ভালনে? //
2021-06-23
বতৰৰ ফল আনাৰসৰ আছে আচৰিত স্বাস্থ্য উপকাৰ:- পৃথিৱীৰ চাৰিওফালে আনৰসৰ জনপ্ৰিয়তা আছে । এই ফলবিধ ভাৰতলৈ আনকি সমগ্ৰ বিশ্বলৈ বিতাড়ণ হৈছে ব্ৰাজিলৰ পৰা। সুস্বাদু মিঠা সোৱাদ ৰ এই ফল গৰম দিনত খোৱাৰ মজা ই অভিন্ন। মিঠা যদিওবা এই ফল ডায়েবেটিচ ৰোগীৰ বাবেও অপকাৰী নহয়। এই ফলৰ আছে বহু স্বাস্থ্য উপকাৰ।Continue Reading