ভ্ৰমণৰ ৰৈ যোৱা স্মৃতি………
……..বনিমা তালুকদাৰ……… বিয়াৰ পিচৰ প্ৰথম বছৰটো সকলোৰে বাবে যথেষ্ট ৰোমাঞ্চকৰ আৰু মনত থকা বিধৰ হয় |বহু স্মৰণীয় মুহূৰ্ত্ত মনৰ মাজত ৰৈ যায় |আমাৰ বিয়া হৈছিল ১৯৯৭ চনৰ ইংৰাজী মে মাহত| বিয়াৰ তিনিমাহ পিচত আমি দুয়োটা মধুচন্দ্ৰিকাযাপনৰ বাবে গৈছিলো দিল্লী,ভৰতপুৰ,জয়পুৰকে আদি কৰি আজমীৰ আৰু পুষ্কৰলৈ |আমি দুয়ো মহাবিদ্যালয়ত কৰ্মৰত বাবে পূজাৰContinue Reading