…..মুনমী পাঠক…..উত্তৰ গুৱাহাটী….. কাৰ পৰিচয় লৈ কাৰ শিৰত জিলিকিছ’ তই? সেউতাৰ মাজত ৰঙা আলি বান্ধি কাৰ ইচ্ছা-আকাংক্ষাক কিহেৰে মেৰিয়াইছ’ তই? এটা জাতিত ওলমি থকা তোৰ জীৱন; এজনী নাৰীৰ অস্তিত্ব তয়েই। ৰঙা তোৰ পৰিচয়; এটি কঠিন বান্ধোন তই! তেন্তে তোৰ সুখ ক্ষন্তেকীয়া কিয়? তোৰ ৰং মচিবলৈ অধিকাৰ কাক কিয় দিছ’?Continue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)…. আজি তোমাৰ সৈতে ওৰে ৰাতি কথা পাতিম বখলিয়াই যাম জীৱনৰ বেঠা। আজি তোমাৰ সৈতে নিশাযাপণ কৰি দেখুৱাই দিম জীৱনৰ সেতাঁপৰা ৰং! মই জানো তুমি জীৱন যুদ্ধত পৰাজিত সৈনিক আৰু মই এইটোও জানো পেটত গাঠি দি যুঁজাৰ শক্তি তোমাৰ কপালত নাই! আজি ওৰেContinue Reading

……কমল দত্ত………গুৱাহাটী বিশ্ববিদ্যালয়……. (“ফৈজ আহমদ ফৈজ”ৰ কবিতা “মুজছে পহেলি চি মোহব্বত”ৰ আলম লৈ) ভালপোৱাবোৰ আগৰ দৰে নিবিছাৰিবা । সময়বোৰ আগৰ দৰে হৈ থকা নাই । জানো আগতেও দিনান্তবোৰ ভাগৰুৱা হৈছিল তথাপি তোমাৰ হাতত ধৰি নৱগ্ৰহৰ পাহাৰৰ ওপৰৰ পৰা জুমি চাইছিলো আকাশ । পোহৰ ভৰি পৰিছিল চকুত আকাশীগংগাৰ নৱৰুণ । চান্দমাৰিতContinue Reading

….মানস জ্যোতি মেধী… প্ৰথম চাৱনিতে তোৰ প্ৰেমত পৰিছিলো তোৰ দুচকুত ভাঁহি উঠে এসাগৰ মৰম, আৰু তোৰ যে হাঁহিতো❤ উফ, বুকুৰ হাৰ্ড ডিস্কেই ফৰমেট হৈ য়ায। হৃদয়ৰ সাগৰত ত্রোমাৎ উফন্দি উঠা বোৰে কয় লাভ নাই বুজিছ তাই তোক পাত্রাই নিদিয়ে আৰু মই আকৌ পাগল মনটোক কওঁ আৰে লাজ্জাৰি আইটেম পাবলৈ হলেContinue Reading

….প্ৰাণজিৎ কলিতা….. ….গুৱাহাটী বিশ্ববিদ্যালয়…. বাৰিষাৰ ধাৰাসাৰ বৰষুণজাক আহিলে আজিও বুকুখন বৰকৈ বিষাই , সেই দিনবোৰলৈ মনত পৰে , ঘৰৰ চালি ফুটি পৰি থকা বৰষুণৰ পানীবোৰ সিঁচি সিঁচি মায়ে কান্দি কান্দি কৈছিল ” বোপা তই ডাঙৰ হ’লে আমাক ভাল ঘৰত ৰাখিব লাগিব ” যন্ত্ৰণাৰ শিখৰত থিয় হৈ মাৰ চকুপানীৰ সমৰ্থনত মুৰContinue Reading

…..অৰ্ণালী দেৱী…… অৰ্থাৎ “লকডাউন” যাৰ বাবে স্তব্ধ সকলো…. স্তব্ধ সেই ব্যস্ততাৰ জনজীৱন স্তব্ধ সেই ব্যস্ত ৰাজপথ নাই সেই আগৰ কোলাহল কেৱল মাথো নিস্তব্ধতা আৰু নিস্তব্ধতা। শুই পৰিছে যেন এই পৃথিৱী শুই পৰিছে সকলো। সংশয়ৰ আচ্ছাদনে ঢাকি ধৰিছে সকলো কিন্তু প্ৰকৃতিত যেন এতিয়া আনন্দৰ ধ্বনি শুনিৱলৈ পোৱা গৈছে চৰাইৰ কলৰৱ চাৰিওফালেContinue Reading

……..অৰুপজ্যোতি কাকতি……. কোন তুমি? এই বাটে কিয় আহিছা? এই বাটত মহিষাসুৰৰ শাসন এই বাটত কাৰ্তিক পূজা অসহ্য ! সেই বাটে যোৱা , অচিন ঘাটত মই তোমাৰ পথৰ অনামী যাত্ৰী সেই বাটে ৰক্তৰ নৈ বয় , হেঁপাহৰ ৰক্ত সমতাৰ ৰক্ত..! বৰ্ণ কি? সেই বাটত দুই বৰ্ণৰ মিলন হয় স্বৰবৰ্ণ আৰু ব্যঞ্জবৰ্ণৰContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) যৌৱনৰ বা গাত লগা দিনৰে পৰা ময়ো কথাতো ভাবি চাইছিলো, দুবাহুৰ ক্ষমতাৰে আঁকিছিলো সেইজীয়াৰ ধৰাখন আৰু আঁকিছিলো মোৰ ভাগ্যৰ বতৰা। নিলিখাকৈয়ে লিখিলো মোৰ -ঠিকনা। ধৰাৰ বুকু ফলি কৰি স্নায়ূবোৰ কলম কৰি, দূৰ্বাৰ সাহসক মূল ধন কৰি লিখি গলো মোৰ দস্তাবেজ, আৰু লিপিদিলোContinue Reading

……ডেইজী কলিতা……. জীৱনৰ আদিপাঠৰ সৈতে চিনাকীৰ আঁৰৰ মানুহজনেই তুমি, আঙুলি ধৰি জীৱনৰ প্ৰথম খোজ দিবলৈ শিকোৱাজন তুমি, জীৱনৰ সাহসৰ চিৰ সহচৰ জনেই তুমি নিৰাপত্তা আৰু নিশ্চয়তাৰ অনুভৱৰ আঁৰত তুমি..। মোৰ দুচকুত আঁকি দিয়া প্ৰতিটো সপোন ৰখীয়া তুমি…। শিল ধুমুহাৰ পথত খোপি খোপি খোজ দিবলৈ আৰু যন্ত্রণাৰ নদীৰ পাৰত থিয় হবলৈContinue Reading

…….মুনমী পাঠক…… বেজেৰুৱা এজাৰৰ কাষেৰে পাৰ হোৱা কোন হেৰ’ ভাগৰুৱা তই? খহি ফুটু ফুটু হোৱা চেণ্ডেলৰ সাচতে আলিবাটৰ বুকুৱেদি ধূলি উৰুৱাই যোৱা কোন বাটৰুৱা তই? জোলোঙাটোত বাজি থকা মুঠি মুঠিকে বান্ধি অনা স্মৃতিক শুনাই যাচোন এবাৰ। ৰ’দ-বতাহ-বেলিৰ দৃষ্টিৰ লুনীয়া উপহাৰ ক’ত ৰাখিবি বাৰু তই? ৰৈ যা ক্ষন্তেক..! আবেলিৰ পথাৰত বলাContinue Reading