…..অৰুণাভ হাজৰিকা….. …..কটন বিশ্ববিদ্যালয়….. “…… এওঁৰ বন্ধুসকল আহিল খবৰ নিদিয়াকৈ ; খাই হেনো‌ গাজৰৰ হালুৱা । সুখৰ কথা যে হকিন্স কন্টিউৰা আছে ; ইয়াত আহাৰ লৰাবলৈ ইমান সহজ , হালুৱা হ’ল তৈয়াৰ মাত্ৰ আধা ঘন্টাতে । বাঃ বৌ….” – বিখ্যাত বিজ্ঞাপনটো আধাতে এৰি তাই টিভিৰ সন্মুখৰ পৰা উঠি ঘৰলৈ লৰContinue Reading

…….পুনম নাথ…… ঐ বন্যা তেতিয়াৰে পৰা মাতি আছোঁ শুনা নাই নে কি…? কেতিয়া আহি পালি তই? কাপোৰ জোৰো সলনি কৰিব নোৱাৰনে? কিমান সময় তাই তেনেকৈ চকুলোৰ সৈতে শুই আছিল গম নাপায়। তেনেকৈয়ে টোপনি আহি গৈছিল তাইৰ। চকুটো মেলি চালে নৈৠৰ মুখত খংৰ ভাৱ। কিবা হৈছে চাগে? কি হ’লনো তোৰ? খংতContinue Reading

……..ঋষিকা দাস……. “তোমাৰ পুৱাৰ মাতষাৰী শুনিবলৈ বৰ মন গৈছে, ক’ল এটা কৰিব পাৰিম নে” ?- চকু দুটা মোহাৰিয়ে পোৱা মেচেজ টোৱে যেন তাইৰ বুকুৰ সাগৰ খনত ছুনামি হে আনিছে আৰু পলকতে তাই স্মৃতিৰ ঢৌ বোৰত ডুব গল।         উত্তৰত কি লিখিব; পাৰিব জানো ক’ল কৰিব; কি আছেContinue Reading

…….পুনম নাথ…… কোৱা কি লাগে…. চেষ্টা কৰিম মই…. সঁচাইতো? আকৌ এবাৰ ভাবি লোৱা… এবাৰ ক’লে কিন্তু দিব লাগিব।। নহলে জোৰকৈ হলেও লম মই। আৰে এনেকৈ ভয় কিয় খুৱাই আছা। চিধা চিধি কৈ দিয়ানা? তোমাৰ….. বহি থকাৰ পৰাই সামান্য আগুৱাই আহিল সি…. তাইৰ হাতত সামান্য চুই গৈছে তাৰ হাতৰ বতাহ। তাইৰContinue Reading

…….ৰাজলোচন বৰুৱা……. ২০১৮ চনৰ অক্টোবৰ মাহৰ কথা । ব্যস্ততাৰ বাবে হাতত কলম তুলিবলৈ সময়ে পোৱা নাছিলো , সেয়েহে কিছু পলমেই হৈছিল, কৰ্মসূত্রে মই তেতিয়া কলিকতাত, ব্যস্ততাৰ মাজেৰে দিনবোৰ পাৰ হৈছিল যদিও, নতুন ঠাই ফুৰাৰ হেঁপাহটোৱে মনটোত ইমূৰৰ পৰা সিমূৰলৈ ভূমুকি মাৰিছিল । সৰুৰে পৰা ৰামায়ণৰ বিভিন্ন কাহিনীয়ে মোক আপ্লুত কৰিছিল,Continue Reading

……পুনম নাথ…… নদী আৰু নাৰী দুয়োটাই মোৰ প্ৰিয়.. মোক নৈৰ আঁচলৰ বতাহ লাগে … কিন্তু মই বিচৰা নাৰীগৰাকীৰ জানোঁ সময় হব? মোক আৰু নদীক দিবলৈ। হা হা হা হা হা হা হা হা হা হা হা হা হা হাঁহি উঠিল তাইৰ.. শিহৰি উঠে কেতিয়াবা এনেবোৰ কথাত… আচৰিত এই অভিলাষ, এইContinue Reading

…..ড° ইৰাণী হাজৰিকা…… সহকাৰী অধ্যাপিকা ………গুৱাহাটী বিশ্ববিদ্যালয়……… বাটতোত আগুৱাই গৈ থাকোঁতে পিছত ৰৈ গৈছিল সময়বোৰ অসময়বোৰ মুঠি মাৰি ধৰি৷ নষ্টালজি হৈ খেদিব পৰা নাছিল মৰিচীকাবোৰে৷ চেনেহৰ জৰীডাল খামুচি লগতে বাট বুলিছিল কিছু ডুখৰীয়া স্মৃতি সময়ৰ৷ যাযাবৰী পথিকৰ দৰে আছিল সেই যাত্ৰা৷ সম্মুখত নাছিল কোনো লক্ষ্য মনত নাছিল কোনো ঠিকনা৷ কেতিয়াবাContinue Reading

…….প্ৰিয়ংকা বেজবৰুৱা…… মই যেতিয়া অকমাণি আছিলো মোৰ গাঁৱৰ ঘৰৰ বাহিৰত ৰাস্তাৰ সিপাৰে বহু দূৰলৈকে বিয়পি আছিল প্ৰকাণ্ড গছ । ভৰ দুপৰবেলাতে ঝিলিৰ মাতে গহীন কৰি ৰখা সেই ছাঁয়াঘন গছবোৰলৈ চাই কিমান যে ভয় লাগিছিল মায়ে কৈছিল তাত হেনো এখন ডাঙৰ অৰণ্য আছিল; এতিয়া সেইখন এৰাবাৰী । এদিন এৰাবাৰীৰ ঠিকনা পাহৰিContinue Reading

…..মনোৰঞ্জন দত্ত…. ….Research Scholar…. Department of Bioengineering & Technology …..Gauhati University…. কৃষ্ণচূড়া দেশৰ কথা….. ছন্দময় আকাশৰ তলসৰা কথা | ; শুনিবা ??? এজাক চিঞৰ – এটোপোলা কথা (?) পুৱালি পুৱাতে, দিনটোৰ কামবোৰ এহাতে থৈ ব্যস্ততাৰ চাকনৈয়াৰ অজুহাত লৈ, এই চহৰৰ বুকুৱেদি এখোজ – দুখোজ ?? নীৰৱ শীতল আৱেলিতে, উশাহ সৰাContinue Reading

…..পুনম নাথ……. অই নৈৠ মই যাওঁ। ক’ত যাৱ বন্যা এই ৰ’দখনত।? আহো ক্লাছৰ পৰা..আইডলৰ ক্লাছ চলি আছে। তই নাযাৱ নেকি নাযাওঁ আজি গাইডে নালাগে ক’লে। বাৰ বাজিলেই চোন তই কি কৰিবি নো গৈ। এহ এটা ক্লাছ কৰিম আৰু শুন আহোঁতে দেৰি হব পাৰে মোৰ কাম আছে.. বন্যা তই নামতহে এডমিশ্যনContinue Reading