…..সৌৰভ মহন্ত…… কল্পনা আৰু বাস্তৱৰ আলমলৈয়ে সপোনৰ জন্ম হয় | মানুহে সপোন দেখে, সপোনত কথা কয়, সপোনত হাঁহে, সপোনত কান্দেও | সন্মুখৰ প্ৰতিটো মূহুৰ্ত, নতুন নতুন অভিজ্ঞতা, নতুন দৃশ্য আৰু আশাৰ ৰেঙনীয়ে প্লাৱনৰ জীৱনটো পাৰ হৈছে | প্লাৱন আৰু বিবেকে একেলগে পৰীক্ষা বাবে অনুশীলন চলাইছে | তেনেতে অসীমো সোমাই আহিলContinue Reading

…..পুনম নাথ…… মই জানিছিলো তুমি আহিবা। তুমি এতিয়াও যোৱা নাই যে। যোৱা না। হাই বন্যা বা… ক’ৰবালৈ যায়? অ হাই… নাই এনেই ওলাই আহিছোঁ। হোষ্টেলৰ নতুন ছোৱালী এজনীয়ে মাত লগালে। কেৰাহিকৈ চাই গ’ল দুয়োজনীয়ে দেৱৰাজলৈ। হোষ্টেলৰ ছোৱালীবোৰ ৰুমত সোমাব লৈছে। গেটত এনেকৈ ৰৈ কথা পাতি থাকিব ভাল লগা নাই তাইৰ।অপ্ৰস্তুতContinue Reading

……✍চিমি কোঁৱৰ…. : ফুল হৈ ফুলিবা যাৰ আগত ,তেঁৱে তোমাক আদৰ দেখুৱাই ছিঙি লৈ গুচি যাব আৰু মৰহি গ’লে আৱৰ্জনাৰ লগত ডাষ্টবিনলৈ দলিয়াই পেলাব ।ফুলৰ সৌন্দৰ্য্য সদায় নাথাকে মন্দিৰা ।যিদৰে মৰহা ফুল এপাহলৈ মায়া বহুত কম মানুহৰহে থাকে ।সোঁৱৰণিৰ মালা গাঁথি যি সামৰি ৰাখে বুকুত একোপাহ নিস্তেজ ফুল …এনে মানুহContinue Reading

…..সৌৰভ মহন্ত…… ” সমুধুৰ সন্ধ্যা মাতাল নগৰীত ফাগুনৰ কিৰীলী……” সময়বোৰ আগবাঢ়ি গ’ল | প্লাৱনেও লাহে লাহে University ৰ ব্যস্ত্ত জীৱনৰ লগত নিজকে খাপ খুৱাই আগবঢ়াই লৈ গ’ল | সিহঁতৰ ক্লাছ ৰাতিপুৱা ৮:৩০ ৰ পৰা আৱেলি ৪:৩০ লৈকে থাকে | ইফালে Versity Week ৰো সমাগত | জ্যেষ্ঠ সকলৰ তাগিদাত পৰি এইকেইদিনContinue Reading

…..সৌৰভ মহন্ত…… এটি সুন্দৰ পুৱা | আকাশৰ এটা কোণ তেতিয়া ৰঙচোৱা হৈ পৰিছে | জাকে জাকে চৰাই মুক্ত মনেৰে উৰিছে | লাহে লাহে সকলো বাধা নেওচি দেখা দিছে সূৰ্য্য দেৱতাই | দূৰৈৰ পাহাৰটো সুন্দৰকৈ জিলিকি উঠিছে | প্লাৱনে ঘৰৰ সন্মুখৰ ফুলনি খনত বহি পুৱা পৰিৱেশৰ প্ৰতিটো মূহুতৰ সৌন্দৰ্য্য উপভোগ কৰিছেContinue Reading

……ৰাজলোচন বৰুৱা….. ২০১৫ চনৰ জানুৱাৰী মাহৰ কথা । ঠাণ্ডাৰ দিন, লগতে বিহুৰ বতৰ আছিল, বেচ আনন্দৰ পৰিৱেশে বিৰাজ কৰিছিল চাৰিওফালে । পুৱাৰ পাতলীয়া ৰ’দজাকৰ সোৱাদ লৈ বাহিৰতে অলপ বহি আছিলো, সৰুকালৰ দুই-এটা কথাই মূৰটোত ইপাৰৰ পৰা সিপাৰলৈ ঘূৰি ফুৰিছিল, মন গৈছিল যেন পুনৰ সেই সৰুকালৰ দিনবিলাকলৈ উভতি যাওঁ । মনতContinue Reading

…..সৌৰভ মহন্ত…… “সঁচাকৈ প্ৰেমেহে জানে প্ৰেমৰ ঠিকনা”…প্লাৱনৰ ছেমিষ্টাৰ ব্ৰেক শেষ হ’বলৈ কেইটামান দিন বাকী | বিশেষ কামত সি দেউতাকৰ লগত তাৰ দেউতাকৰ ভনীয়েক সমন্ধীয় পেহীয়েক এগৰাকী ঘৰলৈ যাব লগা হ’ল | পেহীয়েক ঘৰত উপস্হিত হৈ সি গম পালে যে ,সেইদিনা ৰাতিলৈ সেই গাৱৰ ৰাজহুৱা নামঘৰত এভাগ ভাওনা প্ৰদশন হোৱা কথাContinue Reading

…..সৌৰভ মহন্ত…… এটি জোনাকি ৰাতি মুকলি আকাশৰ তলত বহি প্লাৱনে জোনবাই তোলৈ চাই আছে | হঠাৎ পপীয়া তৰা এটা তাৰ সন্মুখত আহি নাইকিয়া হৈ গ’ল | চকুদুটা মুদি লগত থকা তাৰ বাঁহীটোৰ সুৰত সি বিলীন হৈ গৈছে | এঁও প্লাৱন মহন্ত, বৰ্তমান ডিব্ৰুগড় Universityৰ ইঞ্জিনীয়াৰিঙৰ শেষৰ ছেমিষ্টাৰৰ ছাত্ৰ | ছেমিষ্টাৰৰContinue Reading

………পুনম নাথ……… মোবাইলটো অফ্ কৰি দিলে তাই… নিজৰ বোলা সময়বোৰ মোবাইলে কন্ট্ৰোল কৰিব নালাগে. বৰ অশান্তি লাগে। তাই আবেলিটো উপভোগ কৰিব বিচাৰে সেউজীয়া বোৰৰ লগত। আকাশখনৰ লগত। অভিলাষৰ মুখলৈ চালে তাই। সি এতিয়াও কিবা ভাবি আছে। কিবা বেছি গধুৰ। খালী কাপটো এতিয়াও হাততে লৈ ঘুৰাই আছে। দুৰৈৰ পৰা ভাঁহি আহিছেContinue Reading

………পুনম নাথ…….. নৈৠ মই ক্লাচত যাওঁ বাই। বাহ্, আজি ইমান ৰাতিপুৱাই উঠিলি যে। অ’ আকৌ নতুন চেমিষ্টাৰ ন একো আওভাও পোৱা নাই মই। ক্লাছকেইটা কৰিব লাগিব..ভাত বনাই থৈছোঁ মই খাবি। বাপ্ ৰে কেতিয়া বনালি মই একো গমেই নাপালোঁ যে। উঠিলোঁ আকৌ ৰাতিপুৱাই। ৰুমৰ দুৱাৰখন এনেই জপাই ক্লাছলৈ ওলাই গ’ল তাই।Continue Reading