….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)  ১ অৱশেষত মোৰ অস্তিত্ব বিচাৰি পালে দুজন সদাশয় লোকে। সেই দিনা গুৱাহাটী মাছখোৱাৰ এটি ব্যস্ত ফুট পথত বহি মই খাদ্য সন্ধানত ৰৈ আছো। এনেতে দুজন ৩০/৩৫ বছৰীয়া যুৱকে মোৰ নাম কৈ আলোচনা কৰিচে ” ক’ত পাম এই বিচিত্ৰ নামৰ বিচিত্ৰ মানুহ জনক”Continue Reading

 …..ৰিপুল বড়ো, টংলা (ৰতনপুৰ)…… পুষ্প আৰু সংগীত ভালপোৱা ছোৱালীজনী ফুলেৰে তৈয়াৰী কামদেৱৰ ধেনুৰ দৰে  পুষ্পজিতা তুমি, এটি বৃক্ষৰ শ্ৰেষ্ঠ ফুলপাহ তুমি। পুষ্প প্ৰদৰ্শনীৰ ফুলৰ সৌন্দৰ্যৰ তুমি ৰানী, পুষ্প-বৃষ্টিত পুষ্প-পাত্ৰ্ত  সংগোপনে ৰাখিম । পুষ্প-পত্ৰ লিখা চিঠি পুষ্পচাপত পুষ্পবাণত লগাই দি পঠাম তোমালৈ আজি । সংগীতৰ মধুৰ সুৰ তুমি সংগীত আৰু পুষ্পৰেContinue Reading

……পুনম নাথ….. তোৰ প্ৰেম হৈছেনে কেতিয়াবা বিৰিণা? কিয় সুধিলি? কাটি হৈ বন্যাৰ ফালে ঘুৰি সুধিলে তাই। সৰু বিচনাখনত দুয়ো কিবাকৈ শুইছে। নাই এনেই মন গ’ল। ইমান ল’ৰাৰ লগত ফুৰ এবাৰো কাৰো সৈতে মন মিলা নাই নে? হঠাৎ যেন ভাবিব ল’লে বিৰিণাই। হাহিঁ এটা মাৰি ক’লে, মিলিছিল অ’ এজনৰ লগত কিন্তুContinue Reading

…..মিৰ্জা হাছান….. সৰুসুৰা মানুহ,নৈ খনৰ সিপাৰে লুঙলুঙীয়া বাটতোৰে প্ৰায়েই অহা যোৱা কৰে মানুহবোৰে,বহাগ মাহৰ কিনকিনিয়া বৰষুন জাকত যেন ৰাস্তাতো বোকাময় হব ধৰিছে…এনেদৰেই চলি যায় গাঁওখনৰ প্ৰায়ভাগ লোকৰেই আহ যাহ… দুই এটা  চহকী পৰিয়ালক বাদে প্ৰায় সংখ্যকেই দৰিদ্ৰ… নৈপৰীয়া জীৱন যুঁজত প্ৰত্যেকেই এজন এজন যুঁজাৰু… দিনতো সামৰি নৈ পাৰ এৰি ঘৰমুৱাContinue Reading

……বনশ্ৰী গগৈ…… ১) বনকৰা ছোৱালীজনীয়ে বাবুৰ জীয়েকৰ বিয়াত ধুনীয়া কৈ সাজিছে, তায়ো জানে জীৱনৰ সেইকণ সুখ তাইলৈ দুনাই নাহে । ‌ (২) সৰুৰে পৰা মাক দেউতাকৰ আচৰণবোৰ দেখি শুনি ডাঙৰ হোৱা ছোৱালীজনীয়ে বিবাহ মানে দুজন মানুহৰ ৰণথলী বুলিয়ে জানিছিল, বিবাহৰ পাছত তাই খুউব কষ্টও পাইছিল, কিন্তু নিজৰ কাৰণে নহয় মাকৰContinue Reading

…..সৌৰভ মহন্ত…… ৰাতি তেতিয়া ১১:৫৫ হৈছে | প্লাৱন আৰু বিবেকে গীটাৰ খন লৈ বেলকনিত গান গুন গুনাই আছিল | হঠাৎ সিহঁত উচপ খাই উঠিল | অভিনৱ আৰু তাৰ বন্ধু দুজনমানে সিহঁতক বাল্টিৰে পানী ঢালি দিলে | ইফালৰ পৰা চিঞৰ বাখৰ শুনিবলৈ পোৱা গৈছে আৰু পানী ঢাল | “ঔ ৰুমৰ পৰাContinue Reading

….পুনম নাথ….. সঁচাকৈ ঘিণ কৰা মোক বন্যা? অভিমান উঠলি উঠিছে তাৰ মাতত। তাৰ হাতখন আগতকৈ শিথিল যদিও তাই এৰুৱাব পৰা হোৱা নাই। তোমাৰ ব্যৱহাৰ বোৰ ভাল লগা নাই মোৰ। ভালহে পাওঁ তোমাক।। ভালপোৱাবোৰ জোৰকৈ বিচাৰিলেই পাবানে? প্লাৱনক ভালপোৱা এতিয়াও? দেৱৰ মাতত অনিশ্চয়তা ফুটি উঠিল। পাওঁ মই ভাল। সেয়ে মই তোমাৰContinue Reading

…..সৌৰভ মহন্ত…… “বিষাদ ডাৱৰে ধাকে জীৱন আকাশ, পোহৰৰ লেশ মাথো নাই এখোজি দুখোজি কৰি ধীৰে ধীৰে দেহি বাটৰুৱা যায় আগুৱাই | পোহৰৰ লেশ মাথো নাই|| সময়ৰ সোঁতত পুৰণি স্মৃতিবোৰ পাহৰি জীৱনটো নতুনকৈ গঢ়াত একমনে লাগি গৈছে প্লাৱন | যেতিয়া তাৰ মনটোত দুখৰ ছৱিখনে ধাকি ধৰে তেতিয়া সি তাৰ মাক-দেউতাকৰ ছৱিখনContinue Reading

……ৰাজলোচন বৰুৱা…. সৰুৰে পৰা ৰঙীন পৃথিৱীখনৰ নানা ৰং বুটলা, নতুন ঠাই চোৱা, নতুন মানুহৰ সতে লগ পোৱাৰ এটি হেপাহ মনতে পুহি ৰাখিছিলো । হয়তো সেই প্ৰৱল ইচ্ছাৰ বাবেই ১৯ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰলৈ যোৱাৰ এটি সুযোগ পাইছিলো (কাঠমাণ্ডু,নেপাল) । তাৰ পিছতো কেইবাবাৰো দেউতাৰ চিকিৎসা তথা নিজৰ দুই-এটা নতুনContinue Reading