…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…..  ২ ….সমীৰ ক’ত আছে? অফিচলৈ গৈছে নে সি? ভাত খাইছেনে? অইন কোনোবা ছোৱালীৰ স’তে বিজি আছে নেকি? ওহো এইবোৰ কোনোদিন জানিবলৈ চেষ্টা কৰা নাই মলয়াই৷ কিজানি সমীৰৰ তাইৰ প্ৰতি থকা সেই “ব্যতিক্ৰমী ভাললগা”টো নোহোৱা যায় ! জানোচা সি বিৰক্ত হয় ! জানোচা সি মনে মনে ভাবি পেলায়,Continue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) (তিনি) ৰতন আৰু ভদ্ৰেশ্বৰ একেখন গাঁৱৰে । দুয়োজন একেলগে একেটা শ্রেণীতে পঢ়িছিল । গাঁওখনৰ ইমূৰে-সিমূৰে দুয়োৰে ঘৰ যদিও সিহঁতে কোনো এটা সময়তে এৰা-এৰি নহৈছিল । পঢ়াৰ ৰতনতকৈ ভদ্ৰেশ্বৰ অলপ চোকা আছিল । ঘৰুৱা অৱস্থা দুয়োজনৰে একে আছিল । বছৰটো কিবাকে জোৰে ।Continue Reading

Dr. Mukul Chandra Bora, M.Tech (IIT-KGP), Ph.D. (IITG), FIE (IN), MISTAM (IN) State Project Administrator, State Project Implementation Unit – North East (A unit of MHRD in Technical Education, Government of India) Centre for Educational Technology, Indian Institute of Technology, Guwahati Phone No: 0361-2583016/3010 Yoga is an ancient physical andContinue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ….. ১ : তিনি বছৰ হৈ গ’ল? : উম… : কোন পিনেৰে উৰি গৈছে ৰে সময় ! : এই দিনটোতে মই পল্লৱীক কি কৈছিলোঁ জান’? তই নোহোৱা হ’লে সেই সময়খিনি কিমান অৰ্থহীন হ’লহেতেন ! কেনেকৈ জানো চম্ভালিলোঁ হয় নিজকে ! : হয় নেকি? : উম.. আৰু চা… কথাবোৰContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) দুই ভদ্ৰেশ্বৰৰ বাল্যবন্ধু ‘ৰতন’ এতিয়া চাকৰিসূত্রে চহৰত থাকে । ভদ্ৰেশ্বৰৰ একমাত্র বিশ্বাসী বন্ধু আৰু বিপদৰ বন্ধু । ভদ্ৰেশ্বৰৰ যিকোনো বিপদ হ’লেই ৰতনৰ ওচৰ চাপে । বেচেৰা ৰতনটোৱেওঁ ভদ্ৰেশ্বৰক সহায় কৰি ভাল পায় । অকল ভদ্ৰেশ্বৰকে নহয় ৰতনে গাঁৱৰ কিবা অনুষ্ঠান-প্ৰতিষ্ঠানত হাত উজাৰিContinue Reading

……প্ৰীতম শৰ্মা……… এটা সময় এনেকুৱাও আছিল ঘৰচিৰিকা কেইজনীৰ খলকনিত দুচকু মেল খাইছিল পদূলিৰ দুবৰিৰ চেঁচা পৰশত শৰীৰ সতেজ হৈছিল ৰাতিপুৱা অনাতাঁৰৰ বাতৰিয়ে সময়ৰ উমান দিছিল এটা সময় এনেকুৱাও আছিল যেতিয়া সপোন বোৰ নিভাঁজ আছিল দিঠক বোৰো কুঁহি পাতে সজাইছিল খেলা ধূলা বোৰো ৬ ইঞ্চিত আবদ্ধ নাছিল এটা সময় এনেকুৱাও আছিলContinue Reading

……সাগৰিকা গোস্বামী……. অতীতৰে পৰা পৃথিৱীত বিভিন্ন মহামাৰী সংসাৰী ৰূপ দেখুৱাৰ পিছত বৰ্তমান সময়ত ক’ভিড-১৯ নামে আন এটি মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আশা কৰোঁ সকলোৱে যাতে এনে এক পৰিস্থিতিৰ পৰা অতিশীঘ্ৰেই পৰিত্ৰাণ পাওঁক। প্ৰথমতে অতি কম ঠাইত সীমাবদ্ধ হৈ আছিল যদিও ২০২০ ৰ ফেব্ৰুৱাৰীৰ মাহৰ শেষৰফালৰপৰা বহু দেশ-বিদেশ জুৰি বিয়পিContinue Reading

….মানস জ্যোতি মেধী… প্ৰথম চাৱনিতে তোৰ প্ৰেমত পৰিছিলো তোৰ দুচকুত ভাঁহি উঠে এসাগৰ মৰম, আৰু তোৰ যে হাঁহিতো❤ উফ, বুকুৰ হাৰ্ড ডিস্কেই ফৰমেট হৈ য়ায। হৃদয়ৰ সাগৰত ত্রোমাৎ উফন্দি উঠা বোৰে কয় লাভ নাই বুজিছ তাই তোক পাত্রাই নিদিয়ে আৰু মই আকৌ পাগল মনটোক কওঁ আৰে লাজ্জাৰি আইটেম পাবলৈ হলেContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ………এক……. ভৰদূপৰীয়া-ভৰটোপনিতে দিপালীয়ে ভদ্ৰেশ্বৰক জগাই দিলে, কেচা টোপনি ভঙা খং সদায় এসোপ চ’ৰা, খঙত ভদ্ৰেশ্বৰৰ চকু ৰঙা হৈ উঠিল । এক বিৰক্তিৰ চাৱনিৰে দিপালীলৈ চাই কিবা এষাৰ টানকৈ ক’ম বুলি ভাবিও ৰৈ গ’ল । আচলতে ভদ্ৰেশ্বৰৰ খং উঠিবৰে কথা, কাৰণ যোৱাটো গোটেইContinue Reading

ANAZORI.COM দ্বাৰা স্কুল বন্ধৰ এই দিনবোৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাক এখন মঞ্চ দিয়াৰ মানসেৰে এনাজৰীয়ে আয়োজন কৰা আঁক-বাক শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল সমূহ….   1. প্ৰথম স্থান   মেঘা বুঢ়াগোঁহাই দশম শ্রেণী বৰহাট জাতীয় বিদ্যালয় তোৰ কাষত… 2. দ্বিতীয় স্থান   কংকন বড়ো নৱম শ্ৰেণী বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ফোন নং-৯১০১৯৪২২৫০ বিপ্লৱ 3. Continue Reading