……সীমা ভূঞা….. আনদিনাৰ দৰে আজিও নিবেদিতা দুৱৰাই দহ বজাৰ লগে লগে কলেজলৈ বুলি সাজো হৈছে ।এনেতে কাম কৰা ল’ৰা ৰঘু আহি ক’লেহি—–বাইদেউ আপোনাক বিচাৰি এগৰাকী বয়সিয়াল মাইকী মানুহ আহিছে , নিবেদিতাই ক’লে কোননো আহিল এই সময়ত ? মই গৈ আছো ,মানুহ গৰাকীক বহিবলৈ ক গৈ যা। ড্ৰইংৰুমত বহি থকা মানুহগৰাকীকContinue Reading

……বনিমা তালুকদাৰ……. পূজাৰ বতৰটো আহিলে মনটো ভাল লাগি যায় |এফালে শৰতৰ সুৱাস আৰু আনফালে উৎসৱৰ আমেজ |কিবা যেন এক কব নোৱাৰা অনুভূতি |পূজাৰ বন্ধৰ এমাহমান আগৰ পৰা ক’ত ফুৰিবলৈ যাম এইবোৰ লৈ নানা জল্পনা-কল্পনা আৰম্ভ হয় |আগতীয়াকৈ ৰেল,বিমান আদিৰ টিকট কাটি পেলোৱা হয় |          মহাবিদ্যালয়ত কামContinue Reading

….সীমা ভূঞা….. বনকৰা ছোৱালী মাধৱী হঠাৎ ঘৰলৈ যাব খোজাত বৰুৱানী আচৰিত হ’ল । কিহৰ বাবে তাই এনেদৰে যাব ওলাইছে বুলি সোধাত , তাই বিশেষ একো উত্তৰ নিদিলে । উপাই নাপাই বৰুৱানীয়ে মাধৱীৰ মাকক মাতি আনিলে । মাকেও আচৰিত হৈ ইমান আৰামত থকা ঘৰখনৰ পৰা কিয় এনেদৰে যাব খুজিছে , কথাষাৰContinue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…. টাইমলাইনখন স্ক্ৰ’ল কৰি কৰি ঘপককৈ এঠাইত আঙুলিটো ৰৈ গ’ল জুস্মিতাৰ৷ কিবা এটা পেজৰ পৰা দিয়া হৈছে ফ’টো খন৷ প্ৰায় উলংগ ,বোকাত লুতুৰিপুতুৰি, বীভৎস হৈ পৰা ছোৱালী এজনীৰ ফ’টো৷ ব্লাৰ কৰি দিয়া হৈছে, ভালদৰে মনিব নোৱাৰি৷ তলত লিখা আছে “জাষ্টিছ ফ’ৰ ভাৰতী”৷ মানে আকৌ এটা ৰেপ কেছ৷ কিছুContinue Reading

…..ৰুণজুন বৰুৱা….. কথাবোৰটো এনে নাছিল। শেষ বুলিয়েই সম্পৰ্ক এটা শেষ হৈ যায় জানোঁ! ভালপোৱা আছে বাবেইটো সুধিছিল তাই, “তোমাৰ আৰু কিমান দেৰি ঘৰলৈ উভতিবলৈ?” কিন্তু ! নহব বুলি ভবাটোৱে দেখোন হৈ যায় । “এইবাৰ তোমাক এৰি নাযাওঁ ,বহুত চিন্তা কৰি তোমাৰ সৈতে relationship ত আহিছো, তোমাক ভালপোৱা হৈছোঁ মই নিজেইContinue Reading

…..ৰুণজুন বৰুৱা….. “হোঁ এইকণ , তেনেই সৰু ফিছা ডোখৰ লৈছ’ তই।” বকুলি বুঢ়ীয়ে ডাঙৰ বোৱাৰীয়েকৰ কাঁহীত নিজৰে ভাগৰ পেটৰ মাছ টুকুৰাৰ পৰা আধা ভাঙি দি দিয়ে। কাঞ্চনৰ চকুহাল সেমেকি আহে ।কিন্তু তাহানিতে চকুহাল সেমেকাৰ সমান্তৰাল ভাৱে তাইৰ বুকুখন ওজন নহয় আজিকালি। বৰঞ্চ আপোন আপোন সুবাস এটাই মেৰিয়ায় লৈহি তাইক। কাঞ্চনেContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) সুখ ঘৰত নাই, ধাৰে আনিছোঁ। দুখবোৰ অমৰ লতা বঢ়া দিছে, ঘৰৰ ভিতৰে বাহিৰে। কিনোতা- নিওঁতা কোনো নাই। পুৱাই শ্ৰীমতীয়ে দন্দুৱা মুখ খনেৰে লাক বাক নোহুৱাকৈ কিবা কিবি কলে চাৱন, তেল, আলু-পিয়াজ আদিকে ঘৰত একো নাই, কেৱল নাই। নাই শব্দ যেন তাইৰ জন্মগতContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (১৪ আগষ্ট ,২০২০) মেঘ   উৎসাহেৰে কাম কৰক, কৰ্মত শুভ। খং ৰাগ এৰাই চলক, কাৰো লগত বাদ বিবাদত লিপ্ত নহ’ব। শত্ৰু বৃদ্ধি হব পাৰে। শৰীৰ ভালে যাব। পত্নীৰ লগত বুজা পৰাৰে চলক। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।   বৃষ   কৰ্মত আশা কৰা ধৰণে সুফলContinue Reading

…..প্ৰপ্ৰীতি গগৈ …. শিৱসাগৰ….. “বুইছা সৰুধনৰ মাক , মই কিন্তু নৰেনৰ দৰে কৃপণ মানুহ সংসাৰত দেখা নাই ! নামঘৰটো নতুনকৈ সজাব লাগে বুলিহে টকা বিচাৰি গৈছিলোঁ আমি ! ৫০ টকা এটি আগবঢ়াই দিছে বুইছানে , নাপায় নাপায় ৷ ” সৰুধনৰ মাকৰ বিৰক্তি উপজে ৷ প্ৰায় সত্তৰ বছৰীয়া লোকজনৰ মুখত এনেContinue Reading

……ৰুণজুন বৰুৱা….. সম্পূৰ্ণ তিনিদিনৰ যাত্ৰাৰ শেষত মই আশ্ৰমখন বিচাৰি উলিয়াবলৈ সক্ষম হওঁ। বেলিটো তেতিয়া মূৰৰ ওপৰত,সেইয়া ভৰ দুপৰীয়া তাকেই নিখুঁত ৰূপত সোঁৱৰাই দিবলৈ বেলিটোৰ উজ্বলতাখিনি যথেষ্ঠ আছিল। ঘৰটোয়েই যেন নব্বৈৰ দশকৰ মাজভাগৰ আঢ্যৱন্ত পৰিয়াল এটাৰ গৌৰৱোজ্জ্বল অধ্যায় মৌনতাৰে এতিয়াও বহন কৰি আছে। সেই সময়ছোৱা বৰুৱা বংশৰ বাবে গৌৰৱৰ আছিল জানো?Continue Reading