ক’ৰণাই জৰ্জৰিত এই সময়ত প্ৰতিটো খোজতে আমি কেৱল সমস্যাৰ মুখামুখী হ’ব লগা হৈছে । প্ৰতিটো মুহুৰ্ততে জীয়াই থকাৰ আখৰা… অন্য অৰ্থত মৃত্যু ভয়ত জীয়াই আছো । কিন্তু এই সময়ত আমি কিছুমান যোগাত্মক দিশো দেখা পাইছো, যিয়ে হয়তো সমগ্ৰ মানৱ জাতিক এখন সুন্দৰ পৃথিৱী উপহাৰ দিছে । নীলা আকাশ, মুক্ত বতাহ,Continue Reading

……ৰাজু চেতিয়া ফুকন…… বতৰ্মান সময়ত সকলোতকৈ চৰ্চিত বিষয়টোৱে হৈছে কৰোনা মহামাৰী।বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা আৰম্ভ কৰি আমাৰ চুবুৰীয়া দেশ ভূটানলৈকে প্ৰায় আতংকৰ সৃষ্টিকাৰী এই কৰোনা মহামাৰী।কৰোনা ভাইৰাছে চীন দেশত মহামাৰীৰূপে দেখা দিয়াৰ লগতে পৃথিৱীৰ ২০০ খনতকৈও অধিক দেশলৈকে বিয়পিছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কৰোনা ভাইৰাছ জনসাধাৰণৰ প্ৰধান শত্ৰুContinue Reading

……প্ৰিয়ংকা বেজবৰুৱা……. বৰ্তমান সমগ্ৰ বিশ্বতে এক অভাৱনীয় পৰিস্থিতি। যি সময়ত আমি বাস কৰি আছো, সেই সময় কোনো কল্পবিজ্ঞান চলচ্চিত্ৰতকৈ কম নহয়। COVID-19 মহামাৰীয়ে গোটেই বিশ্বত যি ত্ৰাসৰ সৃষ্টি কৰিছে, তাৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থকাটো আমাৰ আটাইৰে বাবে অসম্ভৱ, শাৰীৰিক তথা মানসিকভাৱেও। ইতিমধ্যে  আমাৰ দেশতো মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে;Continue Reading

…..✍ অজিতা দাস….           ২০২০ চনৰ বিভীষিকাময় পৰিৱেশ এয়া । সমগ্ৰ বিশ্ব আতংকিত। চৌদিশ যেন অন্ধকাৰে গ্ৰাস কৰিছে । এক জটিল ৰোগৰ সৈতে যুঁজিছে একাংশই । মৃত্যুই হাত বাউলি মাতি আছে সকলোকে । মৌনতাৰ কোলাহলে সকলোকে অৱশ কৰিছে । হঠাত কি বিপদ আহিল বাৰু এয়া ?Continue Reading

Covid-19, সমগ্ৰ বিশ্বৰ বাবে মূৰৰ কামোৰণী হৈ পৰা এই ভাইৰাছত আক্ৰান্ত হৈ বহু মানুহৰ মৃত্যু হোৱাৰ লগতে আন বহুতো চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুজি থকা দেখা গৈছে । বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকা, চীন, ইটালী আদি দেশত এই ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে । চিকিৎসালয়ত হাহাকাৰ অৱস্থাContinue Reading