…..প্ৰাণজিৎ কলিতা….. …..গুৱাহাটী বিশ্ববিদ্যালয়….. বৰ্তমান সময়ত সংবাদ মাধ্যমত বহুল ভাৱে প্ৰচাৰিত এটি বিষয় দিহিং পাটকাইৰ মুক্ত কয়লা খননৰ অনুমতি ।  পূৱৰ আমাজন স্বৰূপে খ্যাত দিহিং পাটকাই ভাৰতৰ ভিতৰতে এখন সৰ্ববৃহৎ বৰ্ষাৰণ্য । ডিব্ৰুগড় , শিৱসাগৰ , তিনিচুকীয়া , অৰুণাচল প্ৰদেশকে ধৰি ৫৭৫ বৰ্গ কিঃ মিটাৰেৰে আবৃত বৰ্ষাৰণ্যখনলৈ নামি আহিছে এতিয়াContinue Reading

ক’ৰণাই জৰ্জৰিত এই সময়ত প্ৰতিটো খোজতে আমি কেৱল সমস্যাৰ মুখামুখী হ’ব লগা হৈছে । প্ৰতিটো মুহুৰ্ততে জীয়াই থকাৰ আখৰা… অন্য অৰ্থত মৃত্যু ভয়ত জীয়াই আছো । কিন্তু এই সময়ত আমি কিছুমান যোগাত্মক দিশো দেখা পাইছো, যিয়ে হয়তো সমগ্ৰ মানৱ জাতিক এখন সুন্দৰ পৃথিৱী উপহাৰ দিছে । নীলা আকাশ, মুক্ত বতাহ,Continue Reading

……ৰাজু চেতিয়া ফুকন…… বতৰ্মান সময়ত সকলোতকৈ চৰ্চিত বিষয়টোৱে হৈছে কৰোনা মহামাৰী।বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা আৰম্ভ কৰি আমাৰ চুবুৰীয়া দেশ ভূটানলৈকে প্ৰায় আতংকৰ সৃষ্টিকাৰী এই কৰোনা মহামাৰী।কৰোনা ভাইৰাছে চীন দেশত মহামাৰীৰূপে দেখা দিয়াৰ লগতে পৃথিৱীৰ ২০০ খনতকৈও অধিক দেশলৈকে বিয়পিছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কৰোনা ভাইৰাছ জনসাধাৰণৰ প্ৰধান শত্ৰুContinue Reading

…..প্ৰাণজিৎ কলিতা….. গ্ৰন্থ সমালোচনা গ্ৰন্থ :- অৰুণাভ ছাৰ (উপন্যাস ) লিখক : শ্ৰী মতী অজন্তা অৰুনাভ ছাৰ অজন্তা বাইদেউৰ তৃতীয় খন উপন্যাস । সহজ সৰল কাব্যিক ভাষাৰে লিখা এটা মধুৰ প্ৰেম কাহিনী । অৰুনাভ ছাৰ এখন সামাজিক আত্মজীৱনীমূলক উপন্যাস যেন অনুভৱ হয় । মূল চৰিত্র মায়াবীৰ জীৱনৰ সকলো ঘাট –Continue Reading

……ডেইজী কলিতা……. কেতিয়াবা জীৱন নৈত ভটিয়াই গৈ এৰি অহা সময় বোৰক আৰু ব্যস্ততাৰ অজুহাতত হেৰুওৱা মই জনীক আকৌ এবাৰ বিচাৰ কৰি চাব বিচাৰো, কি ভাল কৰিলো কি বেয়া কৰিলো তাৰ অংক টো ভালকৈ আকৌ এবাৰ মিলাই চাব বিচাৰো। অতীতৰ পৃষ্ঠা লুটিয়াই ভূল-শুদ্ধ বোৰ আওৰাই চোৱা টো অনৰ্থক বুলি জানিও পুনঃContinue Reading

……প্ৰিয়ংকা বেজবৰুৱা……. বৰ্তমান সমগ্ৰ বিশ্বতে এক অভাৱনীয় পৰিস্থিতি। যি সময়ত আমি বাস কৰি আছো, সেই সময় কোনো কল্পবিজ্ঞান চলচ্চিত্ৰতকৈ কম নহয়। COVID-19 মহামাৰীয়ে গোটেই বিশ্বত যি ত্ৰাসৰ সৃষ্টি কৰিছে, তাৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থকাটো আমাৰ আটাইৰে বাবে অসম্ভৱ, শাৰীৰিক তথা মানসিকভাৱেও। ইতিমধ্যে  আমাৰ দেশতো মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে;Continue Reading

…..✍ অজিতা দাস….           ২০২০ চনৰ বিভীষিকাময় পৰিৱেশ এয়া । সমগ্ৰ বিশ্ব আতংকিত। চৌদিশ যেন অন্ধকাৰে গ্ৰাস কৰিছে । এক জটিল ৰোগৰ সৈতে যুঁজিছে একাংশই । মৃত্যুই হাত বাউলি মাতি আছে সকলোকে । মৌনতাৰ কোলাহলে সকলোকে অৱশ কৰিছে । হঠাত কি বিপদ আহিল বাৰু এয়া ?Continue Reading

….প্ৰাণেশ্বৰ শৰ্মা…. আজিকালি মন্দিৰ সমূহৰ থাপনাৰ কাষত বা পুথিপাঠৰ থাপনাৰ কাষত মিঠাতেলৰ যিটো বটল থোৱা দেখা যায়, সেইটো ভালকৈ লক্ষ্য কৰিলে দেখা যাব যে , সেইটো আগতে আছিল এটা মদৰ বটল।কিছুমান ত আকৌ লেবেলখন লগোৱাই থাকে। বটল সেই একেটাই ।আগতে মদ থকা অৱস্থাত তাৰ মন্দিৰৰ ভিতৰত প্ৰৱেশ নিষিদ্ধ আছিল, এতিয়াContinue Reading

Covid-19, সমগ্ৰ বিশ্বৰ বাবে মূৰৰ কামোৰণী হৈ পৰা এই ভাইৰাছত আক্ৰান্ত হৈ বহু মানুহৰ মৃত্যু হোৱাৰ লগতে আন বহুতো চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুজি থকা দেখা গৈছে । বিশ্বৰ আগশাৰীৰ দেশ আমেৰিকা, চীন, ইটালী আদি দেশত এই ভাইৰাছত আক্ৰান্ত হোৱা মানুহৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে । চিকিৎসালয়ত হাহাকাৰ অৱস্থাContinue Reading

…..প্ৰিয়াংকা চক্ৰৱৰ্তী…. চলচ্চিত্রৰ পৰা বাস্তৱলৈ বিৱৰ্তনধৰ্মী যি বিশ্লেষণ, সেই বিশ্লেষণ মতে নিৰ্মাণ হোৱা চলচ্চিত্রৰ সংখ্যা আমাৰ সমাজত নগণ্য । চলচ্চিত্রৰ বাস্তৱবাদী মতাদৰ্শৰ এজন পুৰোধা ছিগফিড একান্তে বিশ্বাস কৰে যে প্ৰাকৃতিক বাস্তৱক কেমেৰাৰে ধৰি ৰাখি প্ৰকাশ আৰু প্ৰতিষ্ঠা কৰাই চলচ্চিত্রৰ দায়িত্ব । চলচ্চিত্র সমালোচক আঁদ্ৰে বাজ্যাই নিজৰ গ্ৰন্থত লিখি থৈ গৈছেContinue Reading