final episode

……..ড° নয়না পাঠক শইকীয়া…… হেল্লো বৌ, মৌমিতাক ফোণৰ সিটো মূৰৰ পৰা লতাই মাত লগালে। ঃ অ’ কোৱা লতা! ঃ আজি আবেলী free থাকিবনে? মন্তি বায়ে তেওঁলোকৰ ঘৰত আজি ল’গ হোৱাৰ কথা কৈছে। আপোনাক ফোণ কৰিব চাগে! ওলাব একেলগে যাম। ঃ কিবা পাতিছে নে কি? ঃ নাই নাই, মানে কিবা এটাContinue Reading

final episode

……..ড° নয়না পাঠক শইকীয়া…… ৰাষ্টাত গাড়ী খন উলিয়াবলৈ লৈ সমূখৰ পৰা একো চিগনেল নিদিয়াকৈ বাইক এখন পাৰ হৈ যোৱাত পৰাগমণি হঠাৎ সচকিত হৈ ষ্টাৰ্ট বন্ধ কৰি দিলে। মৌমিতালৈ চাই পৰাগমণিয়ে খঙেৰে ক’লে দেখিলা দেখিলা ইহঁতবোৰৰ গাড়ী চলোৱাৰ ধৰণ। নিজৰতো মৃত্যু ভয় নায়েই আনকো মৃত্যু পথৰ যাত্ৰী কৰিব বিচাৰে। ঃ মৌমিতাইContinue Reading

final episode

……..ড° নয়না পাঠক শইকীয়া…… কলিং বেলটো বজাত মৌমিতাই দুৱাৰ খন খুলি দিলে। বাহিৰত উপামণি বৌ আৰু কটকী দা। মৌমিতাৰ মনটো ভাল লাগিল। বহুত দিনৰ পাছত ঘৰলৈ কোনোবা আহিছে। আচলতে ক’ভিদৰ পাছত প্ৰায় ১০ দিন মান বিশেষ ক’তো ওলোৱা নাই। লাগতিয়াল বা অতিব প্ৰয়োজনীয় বস্তু দুটা মানৰ বাবে মাজতে ঘৰৰ ওচৰৰContinue Reading

final episode

……..ড° নয়না পাঠক শইকীয়া…… পৰাগমণি অফিচৰ পৰা উলটি আহি কোনো ফালে নোচোৱাকৈ বিচনাখনলৈ আগবাঢ়ি আহি মৌমিতাক মাতিলে। মৌমিতাই একো ক’বলৈ নাপাওঁতেই ধুই অহা মূখ হাত মচি লৈ পৰাগমণি বিচনাত আশ্ৰয় ল’লে। মৌমিতাই আঁ‌তৰি যাবলৈ ল’ওতেই পৰাগমণিয়ে সেহাই সেহাই ক’লে আজি মোক বিচনাতে পৰি থাকিবলৈ দিয়া, চাহ ভাত একো খাবলৈ মনContinue Reading

final episode

……..ড° নয়না পাঠক শইকীয়া…… দুই পৰাগমণি অফিছলৈ যাবলৈ সাজু হৈছে। মৌমিতাই ল’ৰালৰি কৈ খোৱাৰ প্লেট খন সজাইছে। দুখন প্লেটত দুয়োৰে বাবে খাদ্য সম্ভাৰ সজাইলৈ ডাইনিং টেবুলট থ’লে। খাবলৈ আৰম্ভ কৰি পৰাগমণিয়ে তাইক ক’লে বজাৰৰ লিষ্ট আছে যদি Whatsapp অ’তে দি দিবা। মৌমিতাই কথা খিনি ভাবিহে আছিল মানে লিষ্টখন এতিয়া দিContinue Reading

final episode

……..ড° নয়না পাঠক শইকীয়া…… ‘এক’ :আহা আহা সোমাই আহা মৌমিতা। মৌমিতা সোমাই আহিল ৰূমটোলৈ। চাৰিওফালে এবাৰ চকু ফুৰাই বহি থকা মহিলা কেইগৰাকীলৈ সম্ভাসন সূচক হাঁ‌হি মাৰি তাই ভালদৰে বহি ল’লে। অ’ গোটেইবোৰ দেখোন আহি পালেই, ভিতৰৰ ৰূমটোৰ পৰা ছায়াৰূপাই কথাশাৰ কৈ কৈ তাইৰ ওচৰলৈ আহিল। মৌমিতা আহিলা, পৰাগ মণি নাহিলেContinue Reading

…..ড°নয়না পাঠক শইকীয়া…… ………ৰচনা কাল-৬।৯।২০২২……..         যোৱা এসপ্তাহে মিনাৰ্ভাই ভালদৰে শুব পৰা নাই। যোৱা বছৰ এনে সময়তে তাই ৰাষ্টাৰ কাষৰ পৰা ছোৱালী জনী তুলি আনিছিল। মূখেৰে কথাবোৰ ভালদৰে ক’ব পৰা হৈ মিনাৰ্ভাই বুজি উঠালৈ আজি এবছৰ পুৰ হ’ল। ছোৱালী জনী ৰাষ্টাৰ কাষৰ পৰা আনোতে প্ৰতিবেষী সকলে তাইলৈContinue Reading

সন্মান প্রশ্ন ১। অতি চমু উত্তৰ দিয়া – ( ক ) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ?  উত্তৰঃ সেই দেশৰ মানুহে স্বপ্রধান হৈ আপােনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে । ( খ ) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰে নে ?  উত্তৰঃ ছাতৰে শিক্ষকৰ ধাৰ শুজিব নােৱাৰে ।Continue Reading

…….ড° নয়না পাঠক শইকীয়া….. ……..ৰচনা কাল-২৭।৬।২০২২….. : হেল্লো মাই নেম ইজ ইচা ইচা পঠানি। হাও আৰ ইউ? : হাই আই এম চিতল, চ’ নাইচ তু মিট ইউ।         চিতলৰ সৈতে ইচাৰ সেয়া প্ৰথম চিনাকি পৰ্ব। প্ৰাইভেট কম্পেনী এটাত কৰ্ম্মৰত ইচা খুবেই ব্যস্ত থাকিব লগীয়া হয় নিজৰ কৰ্ম্মContinue Reading

…….ড° নয়না পাঠক শইকীয়া….. ……..ৰচনা কাল-২১।৬।২০২১….. বগা গাউন পৰিহিত ৰশ্মিৰেখাই চুলি কেইডালো অলপ ঠিক থাক কৰি ইমাৰজেন্সি পেচেন্ট থকা ৰূমটোলৈ সোমাই আহিল। তেনেতে এগৰাকী গৰ্ভাৱতী মহিলাই তাইলৈ চাই মাত দিলে চিচতাৰ চাওক চোন মোৰ চেলাইন শেষ হ’বলৈ হৈছে যেন পাইছো। তাই ওচৰলৈ গৈ চাই ক’লে, নাই হোৱা আছে আৰু ১০Continue Reading