…..গীতাঞ্জলি গগৈ….. ৰিম্ ৰিম্ বতাহজাকে চুই গ’ল আলফুলে বতাহজাকৰ সতে খেলা কৰা মোৰ চুলিখিনিয়ে… যেন তোমাৰে কথা কৈ গ’ল কাণে কাণে হেইযে তুমি আঙুলি বোলাই দিছিলা মোৰ কোলাত শুই তোমাৰ তিৰবিৰাই থকা সেই চকু দুটি ইমান গভীৰ যেন মাজ নিশাৰ বলিয়া জোনাক হেৰাই যাব খোজো মই সেই গভীৰতাত উভতি অহাৰContinue Reading

….গাৰ্গী বৰুৱা….. ডিব্ৰুগড় বিশ্ববিদ্যালয়…. তোমাৰ পুথিভঁৰালত সন্নিবিষ্ট মোৰ আত্মজীৱনিখনক লৈ প্ৰশ্ন কৰো নে ফাগুনৰ বতাহজাকত শীতল হ’বলৈ হাহাকাৰ কৰো ?? দ্ৰুত সময়ে চুৰমাৰ কৰিলে মোৰ সৃষ্টিৰ নিবন্ধন শান্তিৰ মৰীচিকা খেদি খেদি পৰিণত হ’লো ডেউকাবিহীন চৰাইজনীলৈ অস্বস্তিকৰ নিসংগতাক আনন্দৰে উপভোগ কৰিছো অথচ ভয় লাগে প্ৰেমৰ ৰিমজিম বৰষুণজাকত তিতি জুৰুলি হ’বলে ভয়Continue Reading

…..পুনম নাথ….. অই হঠাৎ মাতিলি যে কিয় বা মনত পৰিল এই অভগালৈ.. .আজিকালিতো মোলৈ মনতেই নপৰে. ডাঙৰ মানুহ হৈ গলি.. ফুৰিব যাওঁ ব’ল না.. ক’ত যাবি ক’. ? বলচোন..অভিলাষক একো ক’বলৈ সুযোগ নিদি বাইক খনত বহি দিলে তাই.. আৰে এনেকৈ বহিছ যে.. পৰি যাম বে মই.. বুলি বাইক খন চলাইContinue Reading

……পুনম নাথ….. অই ছোৱালী তই নুঠ নেকি আজি.. দহ বাজি গল ক্লাছ নাযাৱ নেকি তই..? গুড মৰ্নিং.. কোনোমতে আধাফুটা মাতটোৰে বন্যাই মাত লগালে.. অই শুন মই দাইল বনাই থৈছোঁ, তইতো ভাত নেখাৱ ৰুটি বনাই দাইলৰ লগত খাবি.. মোক গাইডে মাতিছে মই যাওঁগে.. বুলি গুছি গ’ল নৈৠতা… বুঢ়া আঙুলিৰে থামচ আপContinue Reading

…..✍ অজিতা দাস….           ২০২০ চনৰ বিভীষিকাময় পৰিৱেশ এয়া । সমগ্ৰ বিশ্ব আতংকিত। চৌদিশ যেন অন্ধকাৰে গ্ৰাস কৰিছে । এক জটিল ৰোগৰ সৈতে যুঁজিছে একাংশই । মৃত্যুই হাত বাউলি মাতি আছে সকলোকে । মৌনতাৰ কোলাহলে সকলোকে অৱশ কৰিছে । হঠাত কি বিপদ আহিল বাৰু এয়া ?Continue Reading

….Writer: Dinxiang Wingsly….. আধা ভৰ্তি মাছৰ টিনটো আগফালে আৰু খেৱালী জালখন পাছফালে বান্ধি বোকাময় আলিবাটটোৰে কেৰ্-কেৰাই আগবাঢ়িল তেওঁৰ মাড-গাৰ্ড আৰু ছেইন ক’ভাৰ বিহীন চাইকেলখন। ৰেং- ৰেঙীয়া কৈ ৰঙা চাহ এবাতি খাই শালিকীপুৱাই ওলাই অহা মানুহজনে, শাওণমহীয়া ৰ’দ জাক পিঠিত লৈ ৰংদৈ বিলৰ পৰা ঘৰলৈ উভটিছে । তামোলৰ সেলেঙীয়ে বোৱাই থোৱাContinue Reading

……ডালিমী বৰুৱা, শিক্ষয়িত্ৰী….. …..জয়মতী কুৱৰী এম ই বিদ্যাপীঠ….. ইতিহাস মোৰ বাবে অভিশপ্ত এখিলা পাত- নুচুও বুলিলেও বাৰে বাৰে ভাহি আহে ওভতনি সোঁতত, নকওঁ বুলিলেও বতাহে বতাহে উৰে তাৰ কণ্ঠ, দুচকুত জোৱাৰ ওঠে দুখৰ চকুপানীৰ, বুকু চুৰ্ণ-বিচূৰ্ণ হয় অজানিতে, ৰোধিব নোৱাৰি সেই নদী- অলক্ষিতে ভাঙি যোৱা জীৱনৰ মথাউৰি । তুমিটো নুবুজাContinue Reading

…..হিমাক্ষী বৰা……সাহিত্য সম্পাদক(২০১৭-১৮)…. গুৱাহাটী বিশ্ববিদ্যালয়….. পাগলী জনীয়ে গোটেই ৰাতি বৰষুণৰ বন্দনা কৰি থাকিল, আৰু শেষ ৰাতি জোনৰ বিষাদত ডুব গ’ল চহৰ খন । যুদ্ধৰ কুজকাৱাজবোৰে প্ৰাচীন ইতিহাসৰ দৰে গোন্ধোৱা বাটটোৰ মাটিবোৰ দুফাল কৰি ফালিছিল, বাটটোৰ বিশেষত্ব নাছিল তেনেকৈ কেৱল ঢলপুৱাতে শালিকী দুটা জীয়াইছিলহি আৰু সৰাপাতৰ বিষন্ন আবেলি এটা হেঁপাহৰ সুহুৰিContinue Reading

…..পুনম নাথ….. অই বন্যা ক’চোন সাগৰে আকাশক কিয় ইমান ভাল পায়…? এখন্তেক নষ্ট নকৰি তাই কৈছিল – কেতিয়াও ইজনে সিজনক নাপায় যে… চাগে সেইবাবেই. তাকেই অ, যিটো বস্তুৰ প্ৰতি আমাৰ হাবিয়াস থাকে আমি তাৰ পাছতহে বেছি পৰো ন..? হমমম আৰু ওচৰৰ আপোনবোৰ আমি পাহৰিয়ে যাওঁ.. সেয়ে হয়তো সাগৰৰ অপেক্ষাত ৰ’দৰContinue Reading

…. নৱজ্যোতি বৰ্মন….. অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়…. হাজাৰ হাজাৰ শতিকাৰ পিছত পৃথিৱীৰ চকুপানীত বৈ যোৱা শব্দবোৰ কৰে পৰা আহিলি ,কিয়নো আহিলি মৰিশালীৰ নির্জনতাত পাৰ হোৱা দুঃ সময়। তেওঁলোকৰো হৃদয় আছিল আছিল জীৱন জীয়াৰ বাসনা কিয় মাৰিলি সিহঁতক , উদং কৰি মাতৃৰ বুকু ভুগিছো তাৰেই অভিশাপ। পৃথিৱী,মংগল নে বুধ! কত আছোContinue Reading