……হিমাদ্ৰী চৌধুৰী……. কেঁচা জোনটো তজবজীয়া হৈছে, তামোল পাঁতৰ আঁৰত মৃত্যুৰ ঘন উশাহ ।   ঢোলৰ কলিজা সেৰুৱা শব্দ ১৮ শ চনৰ ডাৱৰীয়া বতাহ ।   ঢুলীয়াৰ মনটো নগ’লে হেনো জোনৰ পোহৰৰ দৰে (!)   কেঁচা জোনটোৰ বাঢ়ি অহা তেজ লগা পোহৰ, ৰাঙলী বুঢ়ীৰ পিৰালিত ভোকটোৱে আঠুকাঢ়ি বহিছে ।   ভোকটোৱে লাহে লাহে বৰণ সলাইছে ঠিক কেঁচা জোনটোৰ দৰে !Continue Reading

……✍️বেদান্ত হাজৰিকা……. তৰুণী বতাহৰ উশাহী বতৰা বহু হৃদয়ৰ সপোন সপোন যেন কথা। হেজাৰ প্ৰেমৰ সৃষ্টি দিগন্তমুখী চেতনাৰ বৃষ্টি প্ৰতিভাৰ আলোড়ন জীৱনৰ নৱ-জাগৰণ। জালুকবাৰী উন্মনা যৌৱনৰ হাবিয়াস পাৰ কৰি অহা প্ৰতিক্ষণ মোৰ জোনাক জোনাক। আখৰে বুজাব নোৱাৰো জালুকবাৰীলৈ থকা মোৰ বাখৰ। সেউজীয়া মন এটাৰে কওঁ দুনাই জালুকবাৰী,ভালপাওঁ তোক সুখৰ চকুলোৰ সমান।Continue Reading

…….ৰাজলোচন বৰুৱা……. ২০১৮ চনৰ অক্টোবৰ মাহৰ কথা । ব্যস্ততাৰ বাবে হাতত কলম তুলিবলৈ সময়ে পোৱা নাছিলো , সেয়েহে কিছু পলমেই হৈছিল, কৰ্মসূত্রে মই তেতিয়া কলিকতাত, ব্যস্ততাৰ মাজেৰে দিনবোৰ পাৰ হৈছিল যদিও, নতুন ঠাই ফুৰাৰ হেঁপাহটোৱে মনটোত ইমূৰৰ পৰা সিমূৰলৈ ভূমুকি মাৰিছিল । সৰুৰে পৰা ৰামায়ণৰ বিভিন্ন কাহিনীয়ে মোক আপ্লুত কৰিছিল,Continue Reading

……হীৰণময়ী ডেকা…. বেলিটি ৰঙীণ ,কুলিটি ৰচকী এই আবেলি বহু যুগৰ চিনাকি। চিত্রকৰ হ’লে আকিলোহেঁতেন এখনি বর্ণময় ছবি। এই সময় নহয় যে এতিয়া সেই সময়। ছৌদিশে মাথো হিংসাৰ কলীয়া ডাৱৰ। তাহানিৰ চেনেহ নাই যে এধানি। শব্দবোৰ হেৰ।য় কেনিবা , হৃদয়ৰ নিভৃতম কোণত যেন  উক দিয়ে এজুপি বিষবৃক্ষ। হৃদয়বোৰ পংকিল, আত্মঅভিমানৰ তাগিদাতContinue Reading

 …….ইমন কায়স্থ….. সুইট্… সুইট্…..গলিটোৰ জাবৰবোৰ নিবলৈ অহা মানুহজনৰ হুইচেলৰ শব্দত টোপনি ভাগিল তাইৰ। ম’বাইলটো চালে, ছয় বাজিছে। হোৱাটচএপত মেছেজ এটা আছে পাঁচ বাজি তেইশ মিনিটত। “Okoman xui lou ha etiya. 11 tat meeting. 9:45 manot jogai dibasun.” এইবাৰ কল লিষ্টখন চালে তাই। চাৰি বাজি ঊনপঞ্চাশ মিনিটত ফোন কৰিছিল সি। গুৱাহাটীContinue Reading

……জ্যোতিপ্ৰসাদ ৰাজবংশী…… মৰমৰ গীতু… পোন প্ৰথমে মোৰ মৰম লবা।তোমাক হৃদয়ৰ পৰা দিবলৈ শব্দৰ বাহিৰে মোৰ একোৱেই নাই। এমুঠি মৰম বুকুত বান্ধি তোমালৈ প্ৰেম পত্ৰ লিখিবলৈ ওলাইছো । আশা কৰো মোৰ প্ৰেম পত্ৰিকাৰ সুগন্ধিয়ে তোমাক এই প্ৰেমিকৰ কথা মনত পেলাই থাকিব আৰু আমাৰ ভালপোৱাৰ বান্ধোন চিৰ অমৰ হৈ থাকিব । “Dibrugarh University”Continue Reading

…..ডেইজী কলিতা…… মাৰলিত ওলোমাই থোৱা ঢোলটো এইবাৰ নাবাজিল; বাকচত সজতনে জাপি থোৱা মুগাৰ ৰিহা খনো তেনেকেই পৰি ৰ’ল; গৰুবিহুৰ অনষ্টুপিয়া আয়োজন আৰু মানুহৰ সেতা মুখ বোৰ দেখি গৰু কেইজনিও বুজিছে এইবাৰ গৰুবিহুৰ উলাহ গাঁৱত নাই; বকুল আৰু অহঁতৰ তলবোৰো তেনেই নিজম পৰি আছে কাৰণ এইবাৰ হুঁচৰিৰ আখৰাও যে কৰা ন’হল;Continue Reading

……পুনম নাথ…… নদী আৰু নাৰী দুয়োটাই মোৰ প্ৰিয়.. মোক নৈৰ আঁচলৰ বতাহ লাগে … কিন্তু মই বিচৰা নাৰীগৰাকীৰ জানোঁ সময় হব? মোক আৰু নদীক দিবলৈ। হা হা হা হা হা হা হা হা হা হা হা হা হা হাঁহি উঠিল তাইৰ.. শিহৰি উঠে কেতিয়াবা এনেবোৰ কথাত… আচৰিত এই অভিলাষ, এইContinue Reading

…..ড° ইৰাণী হাজৰিকা…… সহকাৰী অধ্যাপিকা ………গুৱাহাটী বিশ্ববিদ্যালয়……… বাটতোত আগুৱাই গৈ থাকোঁতে পিছত ৰৈ গৈছিল সময়বোৰ অসময়বোৰ মুঠি মাৰি ধৰি৷ নষ্টালজি হৈ খেদিব পৰা নাছিল মৰিচীকাবোৰে৷ চেনেহৰ জৰীডাল খামুচি লগতে বাট বুলিছিল কিছু ডুখৰীয়া স্মৃতি সময়ৰ৷ যাযাবৰী পথিকৰ দৰে আছিল সেই যাত্ৰা৷ সম্মুখত নাছিল কোনো লক্ষ্য মনত নাছিল কোনো ঠিকনা৷ কেতিয়াবাContinue Reading

…….প্ৰিয়ংকা বেজবৰুৱা…… মই যেতিয়া অকমাণি আছিলো মোৰ গাঁৱৰ ঘৰৰ বাহিৰত ৰাস্তাৰ সিপাৰে বহু দূৰলৈকে বিয়পি আছিল প্ৰকাণ্ড গছ । ভৰ দুপৰবেলাতে ঝিলিৰ মাতে গহীন কৰি ৰখা সেই ছাঁয়াঘন গছবোৰলৈ চাই কিমান যে ভয় লাগিছিল মায়ে কৈছিল তাত হেনো এখন ডাঙৰ অৰণ্য আছিল; এতিয়া সেইখন এৰাবাৰী । এদিন এৰাবাৰীৰ ঠিকনা পাহৰিContinue Reading