……ডেইজী কলিতা……. কেতিয়াবা জীৱন নৈত ভটিয়াই গৈ এৰি অহা সময় বোৰক আৰু ব্যস্ততাৰ অজুহাতত হেৰুওৱা মই জনীক আকৌ এবাৰ বিচাৰ কৰি চাব বিচাৰো, কি ভাল কৰিলো কি বেয়া কৰিলো তাৰ অংক টো ভালকৈ আকৌ এবাৰ মিলাই চাব বিচাৰো। অতীতৰ পৃষ্ঠা লুটিয়াই ভূল-শুদ্ধ বোৰ আওৰাই চোৱা টো অনৰ্থক বুলি জানিও পুনঃContinue Reading

……প্ৰিয়ংকা বেজবৰুৱা……. বৰ্তমান সমগ্ৰ বিশ্বতে এক অভাৱনীয় পৰিস্থিতি। যি সময়ত আমি বাস কৰি আছো, সেই সময় কোনো কল্পবিজ্ঞান চলচ্চিত্ৰতকৈ কম নহয়। COVID-19 মহামাৰীয়ে গোটেই বিশ্বত যি ত্ৰাসৰ সৃষ্টি কৰিছে, তাৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থকাটো আমাৰ আটাইৰে বাবে অসম্ভৱ, শাৰীৰিক তথা মানসিকভাৱেও। ইতিমধ্যে  আমাৰ দেশতো মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে;Continue Reading

আমি প্ৰত্যক্ষ কৰিম।
এয়া অনিবাৰ্য যে আমি প্ৰত্যক্ষ কৰিম
আমি নিশ্চয় প্ৰত্যক্ষ কৰিম ।
সেই দিন যি প্ৰতিশ্ৰুত,Continue Reading

…..অৰুণাভ হাজৰিকা….. …..কটন বিশ্ববিদ্যালয়….. “…… এওঁৰ বন্ধুসকল আহিল খবৰ নিদিয়াকৈ ; খাই হেনো‌ গাজৰৰ হালুৱা । সুখৰ কথা যে হকিন্স কন্টিউৰা আছে ; ইয়াত আহাৰ লৰাবলৈ ইমান সহজ , হালুৱা হ’ল তৈয়াৰ মাত্ৰ আধা ঘন্টাতে । বাঃ বৌ….” – বিখ্যাত বিজ্ঞাপনটো আধাতে এৰি তাই টিভিৰ সন্মুখৰ পৰা উঠি ঘৰলৈ লৰContinue Reading

……প্ৰাণজিৎ কলিতা…..

উকা কাপোৰযোৰ পিন্ধি
মূৰত হাত থৈ গোমোথা মাৰি
বহি থকা মোৰ চিতাৰ কাষতContinue Reading

…….পুনম নাথ…… ঐ বন্যা তেতিয়াৰে পৰা মাতি আছোঁ শুনা নাই নে কি…? কেতিয়া আহি পালি তই? কাপোৰ জোৰো সলনি কৰিব নোৱাৰনে? কিমান সময় তাই তেনেকৈ চকুলোৰ সৈতে শুই আছিল গম নাপায়। তেনেকৈয়ে টোপনি আহি গৈছিল তাইৰ। চকুটো মেলি চালে নৈৠৰ মুখত খংৰ ভাৱ। কিবা হৈছে চাগে? কি হ’লনো তোৰ? খংতContinue Reading

……ঋষিকা দাস……

তুমি চকু মুদিও সিদিনা সাৰে থাকিবা
মই দিয়া গৰম চাহৰ ধোঁৱা গুচাই মোৰ গালত হাত বুলাবা
আৰু মোক টানি তোমাৰ উশাহৰো সহভাগী কৰিবা,Continue Reading