…..সৌৰভ মহন্ত…… এটি সুন্দৰ পুৱা | আকাশৰ এটা কোণ তেতিয়া ৰঙচোৱা হৈ পৰিছে | জাকে জাকে চৰাই মুক্ত মনেৰে উৰিছে | লাহে লাহে সকলো বাধা নেওচি দেখা দিছে সূৰ্য্য দেৱতাই | দূৰৈৰ পাহাৰটো সুন্দৰকৈ জিলিকি উঠিছে | প্লাৱনে ঘৰৰ সন্মুখৰ ফুলনি খনত বহি পুৱা পৰিৱেশৰ প্ৰতিটো মূহুতৰ সৌন্দৰ্য্য উপভোগ কৰিছেContinue Reading

……ৰাজলোচন বৰুৱা….. ২০১৫ চনৰ জানুৱাৰী মাহৰ কথা । ঠাণ্ডাৰ দিন, লগতে বিহুৰ বতৰ আছিল, বেচ আনন্দৰ পৰিৱেশে বিৰাজ কৰিছিল চাৰিওফালে । পুৱাৰ পাতলীয়া ৰ’দজাকৰ সোৱাদ লৈ বাহিৰতে অলপ বহি আছিলো, সৰুকালৰ দুই-এটা কথাই মূৰটোত ইপাৰৰ পৰা সিপাৰলৈ ঘূৰি ফুৰিছিল, মন গৈছিল যেন পুনৰ সেই সৰুকালৰ দিনবিলাকলৈ উভতি যাওঁ । মনতContinue Reading

…..প্ৰাণজিৎ কলিতা….. নাৰী……. এটি পবিত্র শব্দ যাৰ মাজত লুকাই আছে উন্মাদনাৰ ভৰা অলেখ কাহিনী । মনত আছে নে ?? বুঢ়ী আইৰ সাধুৰ তেজীমলা , চম্পাৱতী চিলনী জীয়েক জনী নাৰী নাছিলে জানো ? কিমান অত্যাচাৰৰ বলী হৈছিল আমাৰ দৰে দানৱ বিলাকৰ পৰা । ঢেঁকীত খুন্দি খুন্দি তেজীমলাক মাৰি পেলাইছিলো । সৰলতাৰContinue Reading

…..সৌৰভ মহন্ত…… “সঁচাকৈ প্ৰেমেহে জানে প্ৰেমৰ ঠিকনা”…প্লাৱনৰ ছেমিষ্টাৰ ব্ৰেক শেষ হ’বলৈ কেইটামান দিন বাকী | বিশেষ কামত সি দেউতাকৰ লগত তাৰ দেউতাকৰ ভনীয়েক সমন্ধীয় পেহীয়েক এগৰাকী ঘৰলৈ যাব লগা হ’ল | পেহীয়েক ঘৰত উপস্হিত হৈ সি গম পালে যে ,সেইদিনা ৰাতিলৈ সেই গাৱৰ ৰাজহুৱা নামঘৰত এভাগ ভাওনা প্ৰদশন হোৱা কথাContinue Reading

…..সৌৰভ মহন্ত…… এটি জোনাকি ৰাতি মুকলি আকাশৰ তলত বহি প্লাৱনে জোনবাই তোলৈ চাই আছে | হঠাৎ পপীয়া তৰা এটা তাৰ সন্মুখত আহি নাইকিয়া হৈ গ’ল | চকুদুটা মুদি লগত থকা তাৰ বাঁহীটোৰ সুৰত সি বিলীন হৈ গৈছে | এঁও প্লাৱন মহন্ত, বৰ্তমান ডিব্ৰুগড় Universityৰ ইঞ্জিনীয়াৰিঙৰ শেষৰ ছেমিষ্টাৰৰ ছাত্ৰ | ছেমিষ্টাৰৰContinue Reading

…..প্ৰণামী দত্ত…… উৰুঙা বতাহ জাকে আজি মোক হঠাৎতে দুৰ্বল কৰি পেলালে। কাৰোবাক চিঞৰি চিঞৰি মাতিবলৈও মন গৈছিল, বুকুৰ শূন্যতা খিনিও যেন ক্ৰমে গভীৰ হৈ আহিছে। জোনাকক হেৰুৱাৰ ভয়ত আন্ধাৰতে সাৱটি লৈছোঁ। পাহাৰৰ এঢলীয়া বুকুত তোমালৈ প্ৰেমৰ চিঠি লিখিছিলোঁ। তুমিয়ে মোৰ বুকুত সাজিছিলা মৰমৰ মৰটি। এতিয়াও এনেদৰে ৰাখিছোঁ মই আৰু কিমানContinue Reading

 …..অভিলাষ দাস….. দূৰভাষৰ ইটো পাৰে জমি উঠিব পাৰেনে বৰফ ? পাৰেনে জমি উঠিব এনে বৰফ যাৰ বুকুত আছে চাংপোক ধৰি ৰাখিব পৰা অৱশাব্দিক উন্মাদ অনুকম্পা ? অ’ মই শিল অ’ মই নৰকাসুৰ অ’ মই বেপৰোৱা কিন্তু তোমাৰ মঙলতি ৰেখাত লিখি লোৱা নাছিলা জানো অজন্তা ইলোৰা ? শিলবোৰ শিল নে শিলবোৰContinue Reading

……ড° চিত্তৰঞ্জন দাস….. ৰ’দত গা ধুই আছিল ৰাতিপুৱাটোৱে । বতাহৰ শান্ত গতি, ফুলৰ কোমল হাঁহিয়ে পৰিবেশটো সহজ আৰু মিঠা কৰি ৰাখিছিল। বাৰন্ডাতে বহি বাতৰি কাকত পঢ়ি আছিল আইমণিয়ে। মাকে চাহ একাপ দি গৈছিল। খাবলৈকে পাহৰিলে তাই। বেছিকৈ চাহপাত আৰু গাখীৰ দি কৰা চাহকাপত ইতিমধ্যে এটা ডাঠ চামনি পৰিছে। আইমণিয়ে একেContinue Reading