……ৰাজলোচন বৰুৱা…. সৰুৰে পৰা ৰঙীন পৃথিৱীখনৰ নানা ৰং বুটলা, নতুন ঠাই চোৱা, নতুন মানুহৰ সতে লগ পোৱাৰ এটি হেপাহ মনতে পুহি ৰাখিছিলো । হয়তো সেই প্ৰৱল ইচ্ছাৰ বাবেই ১৯ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰলৈ যোৱাৰ এটি সুযোগ পাইছিলো (কাঠমাণ্ডু,নেপাল) । তাৰ পিছতো কেইবাবাৰো দেউতাৰ চিকিৎসা তথা নিজৰ দুই-এটা নতুনContinue Reading

…..সৌৰভ মহন্ত…… কল্পনা আৰু বাস্তৱৰ আলমলৈয়ে সপোনৰ জন্ম হয় | মানুহে সপোন দেখে, সপোনত কথা কয়, সপোনত হাঁহে, সপোনত কান্দেও | সন্মুখৰ প্ৰতিটো মূহুৰ্ত, নতুন নতুন অভিজ্ঞতা, নতুন দৃশ্য আৰু আশাৰ ৰেঙনীয়ে প্লাৱনৰ জীৱনটো পাৰ হৈছে | প্লাৱন আৰু বিবেকে একেলগে পৰীক্ষা বাবে অনুশীলন চলাইছে | তেনেতে অসীমো সোমাই আহিলContinue Reading

…..সৌৰভ মহন্ত…… কিছু আশাৰ ৰেঙণি বিচাৰি….. পোহৰ মুখী যাত্ৰাৰ সন্ধানত…. এটা সুন্দৰ পুৱাই প্লাৱনক এটা নতুন দিনৰ উপহাৰ দিলে | অন্য দিনাতাকৈ প্লাৱন আজি সোনকালে সাৰ পাই গ’ল | হয়তো বৃষ্টিলৈ ফোন কৰাৰ উৎচুক্ষতাতে | পুৱা গোটেই চৌপাশ নিজান হৈ আছে | আকাশখনো ডাৱৰে পূৰ্ণ হৈ আছে | এইয়া হয়তোContinue Reading

…..পুনম নাথ…… মই জানিছিলো তুমি আহিবা। তুমি এতিয়াও যোৱা নাই যে। যোৱা না। হাই বন্যা বা… ক’ৰবালৈ যায়? অ হাই… নাই এনেই ওলাই আহিছোঁ। হোষ্টেলৰ নতুন ছোৱালী এজনীয়ে মাত লগালে। কেৰাহিকৈ চাই গ’ল দুয়োজনীয়ে দেৱৰাজলৈ। হোষ্টেলৰ ছোৱালীবোৰ ৰুমত সোমাব লৈছে। গেটত এনেকৈ ৰৈ কথা পাতি থাকিব ভাল লগা নাই তাইৰ।অপ্ৰস্তুতContinue Reading

…..প্ৰাণজিৎ কলিতা….. গ্ৰন্থ সমালোচনা গ্ৰন্থ :- অৰুণাভ ছাৰ (উপন্যাস ) লিখক : শ্ৰী মতী অজন্তা অৰুনাভ ছাৰ অজন্তা বাইদেউৰ তৃতীয় খন উপন্যাস । সহজ সৰল কাব্যিক ভাষাৰে লিখা এটা মধুৰ প্ৰেম কাহিনী । অৰুনাভ ছাৰ এখন সামাজিক আত্মজীৱনীমূলক উপন্যাস যেন অনুভৱ হয় । মূল চৰিত্র মায়াবীৰ জীৱনৰ সকলো ঘাট –Continue Reading

……✍চিমি কোঁৱৰ…. : ফুল হৈ ফুলিবা যাৰ আগত ,তেঁৱে তোমাক আদৰ দেখুৱাই ছিঙি লৈ গুচি যাব আৰু মৰহি গ’লে আৱৰ্জনাৰ লগত ডাষ্টবিনলৈ দলিয়াই পেলাব ।ফুলৰ সৌন্দৰ্য্য সদায় নাথাকে মন্দিৰা ।যিদৰে মৰহা ফুল এপাহলৈ মায়া বহুত কম মানুহৰহে থাকে ।সোঁৱৰণিৰ মালা গাঁথি যি সামৰি ৰাখে বুকুত একোপাহ নিস্তেজ ফুল …এনে মানুহContinue Reading

…..?প্ৰণামী দত্ত।?….. তুমি অবিহনে, ভাল নালাগে মোৰ একোকে আবেলিৰ অস্ত যোৱা বেলিৰ ৰঙে আৰু কঁপনিৰ নোতেলে হৃদয়ত ঘৰমুৱা পক্ষীৰ কাকলিয়ে নোতেলে অবুজ শিহৰণৰ ঢৌ। তুমি অবিহনে, হেঁপাহৰ ঘৰতো আৰু সজা নহ’ব কেৱল কাগজতে থাকি যাব তাৰ অস্তিত্ব। তুমি অবিহনে, হৃদয় কঁপাই যোৱা শিহৰণবোৰে আৰু আমনি নকৰে, উজাগৰী নিশাৰ হেজাৰটা স্বপ্নইContinue Reading

…..প্ৰাণজিৎ কলিতা….. নিস্তব্ধ নিসাদৰ এটি ধুমুহা হৃদয়ৰ প্ৰেমৰ পৃথিৱীখনক ন্যাসৎ কৰি আকৌ জোনাকৰ মাজত দোলা দি তিৰবিৰাইছে । নগ্ন জোনাকত থিয় হৈ দলিয়াই পেলাইছো ৰাঙলী আভাষৰ পোহৰ । জোনাকী পৰুৱাৰ তিৰবিৰ পোহৰত জোন হেন মূখখনি বোকোচাত বান্ধি আকৌ ওলাইছো প্ৰেমৰ সংজ্ঞা বিচাৰি । বহাগ আবতৰীয়াৰ আগমণ দৰে মূখত সোনালী ক’লাজৰContinue Reading

…..সৌৰভ মহন্ত…… ” সমুধুৰ সন্ধ্যা মাতাল নগৰীত ফাগুনৰ কিৰীলী……” সময়বোৰ আগবাঢ়ি গ’ল | প্লাৱনেও লাহে লাহে University ৰ ব্যস্ত্ত জীৱনৰ লগত নিজকে খাপ খুৱাই আগবঢ়াই লৈ গ’ল | সিহঁতৰ ক্লাছ ৰাতিপুৱা ৮:৩০ ৰ পৰা আৱেলি ৪:৩০ লৈকে থাকে | ইফালে Versity Week ৰো সমাগত | জ্যেষ্ঠ সকলৰ তাগিদাত পৰি এইকেইদিনContinue Reading