…..মিৰ্জা হাছান….. ব্যস্ত পদপথবোৰত সিহঁতৰ সতে যাত্ৰা কৰিছিলো মৌনতাৰ কোলাহল ফালি অহা কুকুৰবোৰে ভুকিছিল নিশাৰ ঘিতমিত আন্ধাৰত চিঞৰিছিল মাথো … জোনাকীৰ ধিমিক ধামাক পোহৰত যেন শেওতা পৰা মুখখনিত স্পষ্ট হৈছিল … নিদ্ৰামগ্ন সেইবোৰ হেনো পাগল পহৰাদাৰী কুকুৰবোৰে হেনো আগচি ধৰিছিল বাৰে বাৰে ৰাতিতো এতিয়া নিমাওমাও…Continue Reading

…..সৌৰভ মহন্ত…… ৰাতি তেতিয়া ১১:৫৫ হৈছে | প্লাৱন আৰু বিবেকে গীটাৰ খন লৈ বেলকনিত গান গুন গুনাই আছিল | হঠাৎ সিহঁত উচপ খাই উঠিল | অভিনৱ আৰু তাৰ বন্ধু দুজনমানে সিহঁতক বাল্টিৰে পানী ঢালি দিলে | ইফালৰ পৰা চিঞৰ বাখৰ শুনিবলৈ পোৱা গৈছে আৰু পানী ঢাল | “ঔ ৰুমৰ পৰাContinue Reading

……ৰাজু চেতিয়া ফুকন…… বতৰ্মান সময়ত সকলোতকৈ চৰ্চিত বিষয়টোৱে হৈছে কৰোনা মহামাৰী।বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা আৰম্ভ কৰি আমাৰ চুবুৰীয়া দেশ ভূটানলৈকে প্ৰায় আতংকৰ সৃষ্টিকাৰী এই কৰোনা মহামাৰী।কৰোনা ভাইৰাছে চীন দেশত মহামাৰীৰূপে দেখা দিয়াৰ লগতে পৃথিৱীৰ ২০০ খনতকৈও অধিক দেশলৈকে বিয়পিছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কৰোনা ভাইৰাছ জনসাধাৰণৰ প্ৰধান শত্ৰুContinue Reading

……প্ৰাণজিৎ কলিতা…. সেইদিনা জেঠ মাহৰ ২৫ তাৰিখ , পূৰ্ণিমা ; গাওঁৰ নামঘৰত ভকতসকলে কীৰ্ত্তন পঢ়িব । নীতি আৰু পৰম্পৰা অনুসৰি হৰেশ্বৰকাই নামঘৰলৈ শৰাই নিব লাগিব । হৰেশ্বৰকাইৰ ঘৈণীয়েকে গধূলি নহঁওতেই মাহ-প্ৰসাদ ধুই শৰাইৰ সকলো যা- যোগাৰ কৰি থৈছে , কিন্তু আজি ইমান দেৰি হ’ল হৰেশ্বৰকাই বেপাৰৰ পৰা আহি পোৱা নাইContinue Reading

….পুনম নাথ….. সঁচাকৈ ঘিণ কৰা মোক বন্যা? অভিমান উঠলি উঠিছে তাৰ মাতত। তাৰ হাতখন আগতকৈ শিথিল যদিও তাই এৰুৱাব পৰা হোৱা নাই। তোমাৰ ব্যৱহাৰ বোৰ ভাল লগা নাই মোৰ। ভালহে পাওঁ তোমাক।। ভালপোৱাবোৰ জোৰকৈ বিচাৰিলেই পাবানে? প্লাৱনক ভালপোৱা এতিয়াও? দেৱৰ মাতত অনিশ্চয়তা ফুটি উঠিল। পাওঁ মই ভাল। সেয়ে মই তোমাৰContinue Reading

মূল― ঈশ্বৰ শূন্য(হিন্দী)……. অনু― জ্যোতিদীপ কাশ্যপ কি নাম? শ্ৰমিক ক’ত থাকা? সেই নলাটোৰ ইটোপাৰে ক’ৰ পৰা আহিছিলা? দূৰৰ…বহু দূৰৰ এখন গাঁৱৰ পৰা কি কাম কৰা ইয়াত? এসাজ খাবলৈ যি কৰিব লাগে ক’ৰ’ণা বিষয়ে জানানে? আমাতকৈ কোনে বুজি পায় টোপোলাটোত কি আছে? ঘৰখন ঘৰত কোন আছে? মোৰ মাইকী লৰা-ছোৱালী? মৰিল বেমাৰত?Continue Reading

…..প্ৰাণজিৎ কলিতা….. বিপদ মানুহৰ জীৱনত যে কেনেদৰে কেতিয়া আহে কোনেও একো কব নোৱাৰে । জীৱনৰ গতি স্তব্ধ কৰাৰ সাহস যে একমাত্র বিপদৰ । ৰঞ্জনৰ মাক বিধৱা হোৱা আজি প্ৰায় পাঁচ বছৰে হ’ল । দেউতাকৰ মৃত্যুৰ পিছত ঘৰখনৰ আলাই- আথানি নোহোৱা হ’ল , মাটি বুলিবলৈও ঘৰৰ ভেটিটোৰ বাহিৰে একোৱেই নাই ।Continue Reading

…..সৌৰভ মহন্ত…… “বিষাদ ডাৱৰে ধাকে জীৱন আকাশ, পোহৰৰ লেশ মাথো নাই এখোজি দুখোজি কৰি ধীৰে ধীৰে দেহি বাটৰুৱা যায় আগুৱাই | পোহৰৰ লেশ মাথো নাই|| সময়ৰ সোঁতত পুৰণি স্মৃতিবোৰ পাহৰি জীৱনটো নতুনকৈ গঢ়াত একমনে লাগি গৈছে প্লাৱন | যেতিয়া তাৰ মনটোত দুখৰ ছৱিখনে ধাকি ধৰে তেতিয়া সি তাৰ মাক-দেউতাকৰ ছৱিখনContinue Reading

…..সৌৰভ মহন্ত…… কুঁৱলীৰ বুকু ভেদি অহা পুহমহীয়া ৰ’দ খিনি অমৃতৰ সমান | মেজিৰ কাৰণে খেৰ,নৰা,বাঁহ গোটাবলৈ গাৱৰ ৰাইজৰ লগতে প্লাৱনো ওলাই গৈছে | কেইদিনমানৰ আগতে পকাধানেৰে গিজ গিজাই থকা পথাৰখনৰ সৌন্দয্য সম্পূণৰূপে ম্লান হোৱা নাই | দূৰ দূৰণিলৈ বিস্তীৰ্ণ নৰাবোৰে অন্য এক সৌন্দয্য কঢ়িয়াইছে | কাইলৈ মাঘ বিহুৰ উৰুকা |Continue Reading

…..সৌৰভ মহন্ত….. ভালপোৱাই বুকু উজাৰ কৰি দিয়ে আনন্দ, কবিতাৰ শব্দ, বৰ্ণ; বুকু পাতি লয় দুখৰ ধুমুহা,স্বপ্নৰ সৈতে বিনিময় কৰে বিষাদৰ হিমদৃশ্য… মই দুখৰ লগত খেলো, জিকোঁৱেই বা হাৰোঁ অবিচলিত মোৰ আনন্দ | -হীৰেণ ভট্টাচাৰ্য প্লাৱন ঘৰলৈ অহা কেইবাদিনো হ’ল | এইকেইদিন বৃষ্টিৰ লগত ফোন আৰু মেছেৰ জৰিয়তে কথা পাতি আছেContinue Reading