অন্য প্ৰেম……(ত্ৰয়োদশ খণ্ড)
……পুনম নাথ….. তোৰ প্ৰেম হৈছেনে কেতিয়াবা বিৰিণা? কিয় সুধিলি? কাটি হৈ বন্যাৰ ফালে ঘুৰি সুধিলে তাই। সৰু বিচনাখনত দুয়ো কিবাকৈ শুইছে। নাই এনেই মন গ’ল। ইমান ল’ৰাৰ লগত ফুৰ এবাৰো কাৰো সৈতে মন মিলা নাই নে? হঠাৎ যেন ভাবিব ল’লে বিৰিণাই। হাহিঁ এটা মাৰি ক’লে, মিলিছিল অ’ এজনৰ লগত কিন্তুContinue Reading
এক ইঞ্চিৰ ইশ্বৰ
……সোণমণি……. শুনি আছানে শগুন এজাকে জুৰা ইথিওপিয়া নামৰ সমবেত সংগীত শুনি আছানে ব্যাধিত বিপৰ্যস্ত পৃথিৱীৰ মৰাশবোৰৰ মাত ক’ত থাকা? ফুটপাথত মৰি থকা বৃদ্ধ কাষৰে নলাটোত কেঁচুৱা ৰাতি দুয়োজনে ইশ্বৰ ইশ্বৰ বুলি কান্দিছিল ব্যস্ত দৈনন্দিন লৌহ গানৰ হাহাকাৰ শুনি নোপোৱা দুটা ককবকনিৰ উশাহ মগজুবোৰে ভ্ৰম বিক্ৰী কৰে ভ্ৰম এটা ব্যৱসায় ভ্ৰমতContinue Reading
বিফলতা…….(অণুগল্প)
……প্ৰাণজিৎ কলিতা….. দেউতাকৰ একমাত্র কথা ” তই প্ৰাইজ পালেহে প্ৰতিযোগীতালৈ লৈ যাম , নহ’লে মোৰ সন্মান নোহোৱা হব” । এই কথা কেইটা সদায় প্ৰিয়াশ্ৰীৰ কাণত বাজি থাকে । তাই সৰুৰ পৰাই আৰ্ট কৰি ভাল পাই , ৰং তুলিকাৰ মাজেৰে যেন সপোনবোৰ ৰচি দিব খোজে । প্ৰত্যেকখন আৰ্ট প্ৰতিযোগীতালৈ লৈ গ’লেইContinue Reading
বালিচাপৰি
…..মিৰ্জা হাছান….. সৰুসুৰা মানুহ,নৈ খনৰ সিপাৰে লুঙলুঙীয়া বাটতোৰে প্ৰায়েই অহা যোৱা কৰে মানুহবোৰে,বহাগ মাহৰ কিনকিনিয়া বৰষুন জাকত যেন ৰাস্তাতো বোকাময় হব ধৰিছে…এনেদৰেই চলি যায় গাঁওখনৰ প্ৰায়ভাগ লোকৰেই আহ যাহ… দুই এটা চহকী পৰিয়ালক বাদে প্ৰায় সংখ্যকেই দৰিদ্ৰ… নৈপৰীয়া জীৱন যুঁজত প্ৰত্যেকেই এজন এজন যুঁজাৰু… দিনতো সামৰি নৈ পাৰ এৰি ঘৰমুৱাContinue Reading
লকডাউনৰ যোগাত্মক প্ৰভাৱ
ক’ৰণাই জৰ্জৰিত এই সময়ত প্ৰতিটো খোজতে আমি কেৱল সমস্যাৰ মুখামুখী হ’ব লগা হৈছে । প্ৰতিটো মুহুৰ্ততে জীয়াই থকাৰ আখৰা… অন্য অৰ্থত মৃত্যু ভয়ত জীয়াই আছো । কিন্তু এই সময়ত আমি কিছুমান যোগাত্মক দিশো দেখা পাইছো, যিয়ে হয়তো সমগ্ৰ মানৱ জাতিক এখন সুন্দৰ পৃথিৱী উপহাৰ দিছে । নীলা আকাশ, মুক্ত বতাহ,Continue Reading
আই
….ভাস্কৰ ৰাজবংশী….. বাউলি কালস্নিগ্ধ স্বপ্নাতুৰ নিসংগতাৰ অধিপতি । স্নেহমুগ্ধ সুগন্ধিত অত্মাতুৰ মই, তোমাৰ উন্মাদনাৰ আকাশৰ তৰা হৈ, ধিমিকি ধিমিকি জ্বলি থকা নক্ষত্ৰ মই । তোমাৰ হিয়াৰ উমত উমলি ডাঙৰ হোৱা, বাউলি পখি মই । তোমাৰ মধুৰস পাণ কৰি, উন্মুক্ত হৈ পৃথিৱীৰ বুকুত, মুকলি আকাশৰ তলত, পৰিভ্ৰমণ কৰা এটি উন্মুক্ত পখীContinue Reading
এবাৰ মধ্যবিত্ত হৈ ছাবি
…..ৰিপুল বড়ো, টংলা (ৰতনপুৰ)….. নৈৰ ঘাতৰ সাতোৰংঙী আকাশৰ তলত বহি দেখা নেদেখা হিমালয় খ্নৰ ফালে লক্ষ্য কৰো সুন্দৰকৈ সজাই লোৱা সপোনবোৰৰ সংজ্ঞা বিচাৰি। সলনি হৈছে সতৰ্ক আৰু সাৱধানে আগুৱাই যোৱা জীৱনৰ পাঠ চাগে হেপাহবোৰ নাইকিয়া হৈ গ’ল Cigaret ৰ ধোৱাৰ সৈতে সন্মিলনি হল গুছি গল নিজান ঠাই এডোখৰ বিছাৰি য’তContinue Reading
বিয়াৰ কইনা
…..নিতুমণি নাথ……গুৱাহাটী বিশ্ববিদ্যালয়…… উলাহ- মালহেৰে বিয়াখন পাতিছে আলহী অতিথিৰে ভৰা, নানা ৰং ৰূপেৰে সজালে কইনাজনীক। নানা জন আহিছে গৈছে ব্যস্ততাৰ নাই অন্ত। পূজিছে সেই দেবীক আসনত বহুৱাই, লভিছে আশীষ, নিজৰ বাবে দেশৰ বাবে নে দহৰ বাবে!! বিয়া শেষ হ’ল.. ব্যস্ততা কমিল… কিন্তু কইনাজনী?? নদীৰ কোৱাল সোঁতত নে দুৰ্গম পথৰ কাষতContinue Reading
এক মিনিটৰ গল্প
……বনশ্ৰী গগৈ…… ১) বনকৰা ছোৱালীজনীয়ে বাবুৰ জীয়েকৰ বিয়াত ধুনীয়া কৈ সাজিছে, তায়ো জানে জীৱনৰ সেইকণ সুখ তাইলৈ দুনাই নাহে । (২) সৰুৰে পৰা মাক দেউতাকৰ আচৰণবোৰ দেখি শুনি ডাঙৰ হোৱা ছোৱালীজনীয়ে বিবাহ মানে দুজন মানুহৰ ৰণথলী বুলিয়ে জানিছিল, বিবাহৰ পাছত তাই খুউব কষ্টও পাইছিল, কিন্তু নিজৰ কাৰণে নহয় মাকৰContinue Reading