….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ………এক……. ভৰদূপৰীয়া-ভৰটোপনিতে দিপালীয়ে ভদ্ৰেশ্বৰক জগাই দিলে, কেচা টোপনি ভঙা খং সদায় এসোপ চ’ৰা, খঙত ভদ্ৰেশ্বৰৰ চকু ৰঙা হৈ উঠিল । এক বিৰক্তিৰ চাৱনিৰে দিপালীলৈ চাই কিবা এষাৰ টানকৈ ক’ম বুলি ভাবিও ৰৈ গ’ল । আচলতে ভদ্ৰেশ্বৰৰ খং উঠিবৰে কথা, কাৰণ যোৱাটো গোটেইContinue Reading

….প্ৰাণজিৎ কলিতা….. ….গুৱাহাটী বিশ্ববিদ্যালয়…. বাৰিষাৰ ধাৰাসাৰ বৰষুণজাক আহিলে আজিও বুকুখন বৰকৈ বিষাই , সেই দিনবোৰলৈ মনত পৰে , ঘৰৰ চালি ফুটি পৰি থকা বৰষুণৰ পানীবোৰ সিঁচি সিঁচি মায়ে কান্দি কান্দি কৈছিল ” বোপা তই ডাঙৰ হ’লে আমাক ভাল ঘৰত ৰাখিব লাগিব ” যন্ত্ৰণাৰ শিখৰত থিয় হৈ মাৰ চকুপানীৰ সমৰ্থনত মুৰContinue Reading

ANAZORI.COM দ্বাৰা স্কুল বন্ধৰ এই দিনবোৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাক এখন মঞ্চ দিয়াৰ মানসেৰে এনাজৰীয়ে আয়োজন কৰা আঁক-বাক শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল সমূহ….   1. প্ৰথম স্থান   মেঘা বুঢ়াগোঁহাই দশম শ্রেণী বৰহাট জাতীয় বিদ্যালয় তোৰ কাষত… 2. দ্বিতীয় স্থান   কংকন বড়ো নৱম শ্ৰেণী বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ফোন নং-৯১০১৯৪২২৫০ বিপ্লৱ 3. Continue Reading

ANAZORI.COM দ্বাৰা স্কুল বন্ধৰ এই দিনবোৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাক এখন মঞ্চ দিয়াৰ মানসেৰে আয়োজন কৰা আঁক-বাক শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল সমূহ….   1. প্ৰথম স্থান কংকন বড়ো….. নৱম শ্রেণী….. এনাজৰী     2. দ্বিতীয় স্থান ধৃতাক্ষী শৰ্মা……… দশম শ্ৰেনী….. নষ্টালজিয়া 3.  তৃতীয় স্থান  Shri Arnit Bordoloi. Class – VIII  Faculty HighContinue Reading

ANAZORI.COM দ্বাৰা স্কুল বন্ধৰ এই দিনবোৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাক এখন মঞ্চ দিয়াৰ মানসেৰে আয়োজন কৰা আঁক-বাক শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল সমূহ…. 1. প্ৰথম স্থান Name: Niha Bora Class: X Vill: Baruajani School: Madantala High School    2. দ্বিতীয় স্থান Name: Rimon Kakati Class: VII Tnsukia 3.  তৃতীয় স্থান (যুটিয়াভাবে) Name: তৃষ্ণালীContinue Reading

ANAZORI.COM দ্বাৰা স্কুল বন্ধৰ এই দিনবোৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাক এখন মঞ্চ দিয়াৰ মানসেৰে  আয়োজন কৰা আঁক-বাক শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল সমূহ….   1. প্ৰথম স্থান . Name: Riku Kakati Class: iii        2. দ্বিতীয় স্থান Name – Dhyanjyoti Kakati Class-  V School- Maharshi Vidya Mandir, MVM-4 3.  তৃতীয় স্থানContinue Reading

……..ধৃতাক্ষী শৰ্মা………দশম শ্ৰেনী….. “এয়া অসম্ভৱ ৰাজ । মই নোৱাৰো তোমাৰ গাৱলৈ যাব । বিয়াৰ পিছতে এবাৰ গৈছিলো তোমাৰ লগত, বাপৰে ! পুৱা নহওঁতেই উঠিব লাগে , তাতে আকৌ মাটিৰ ঘৰ! Please ৰাজ মোৰ দ্বাৰা এয়া নহব ।” “হাৰে স্বাতী, অলপটো বুজিবলৈ চেষ্টা কৰা । এনেইটো যাবলৈ নকও, বিহু বাবেহে কৈছোContinue Reading

…..অৰ্ণালী দেৱী…… অৰ্থাৎ “লকডাউন” যাৰ বাবে স্তব্ধ সকলো…. স্তব্ধ সেই ব্যস্ততাৰ জনজীৱন স্তব্ধ সেই ব্যস্ত ৰাজপথ নাই সেই আগৰ কোলাহল কেৱল মাথো নিস্তব্ধতা আৰু নিস্তব্ধতা। শুই পৰিছে যেন এই পৃথিৱী শুই পৰিছে সকলো। সংশয়ৰ আচ্ছাদনে ঢাকি ধৰিছে সকলো কিন্তু প্ৰকৃতিত যেন এতিয়া আনন্দৰ ধ্বনি শুনিৱলৈ পোৱা গৈছে চৰাইৰ কলৰৱ চাৰিওফালেContinue Reading

……..অৰুপজ্যোতি কাকতি……. কোন তুমি? এই বাটে কিয় আহিছা? এই বাটত মহিষাসুৰৰ শাসন এই বাটত কাৰ্তিক পূজা অসহ্য ! সেই বাটে যোৱা , অচিন ঘাটত মই তোমাৰ পথৰ অনামী যাত্ৰী সেই বাটে ৰক্তৰ নৈ বয় , হেঁপাহৰ ৰক্ত সমতাৰ ৰক্ত..! বৰ্ণ কি? সেই বাটত দুই বৰ্ণৰ মিলন হয় স্বৰবৰ্ণ আৰু ব্যঞ্জবৰ্ণৰContinue Reading

……..মাধুৰীমা শইকীয়া……… কিমান যে কথাই অংক হৈ পৰিল তই যোৱাৰ পিছত…এতিয়াও তোৰ এই ভনীয়েৰ জনীয়ে সেইবোৰৰ সমাধান বিচাৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে অ’….তোৰ এই মৰমী জনীক সমাজৰ কিছুমান নিৰ্দয়ী,অভদ্ৰ তথা পিশাচৰূপী দানবে পিহি পিহি নিজৰ মন জুৰাইছে অ’ দাদা … কিয়? কিয় কৰিলি এইবোৰ? চেনেহৰ আই–পিতাইৰ চলচলীয়া চকুযুৰিলৈ চালে এতিয়াওContinue Reading