……© ৰুণজুন বৰুৱা…… (৫) অন্তহীন ভাললগা এটাত স্ব -ইচ্ছাই আকণ্ঠ ডুবিব খোজা ছোৱালী জনীৰ মুখখনত ফুটি উঠা দৃঢ়তাত মানুহজনী নিশ্চিত হৈছিল। পুতেকৰ হাতখনত বিপদত মুঠি মাৰি ধৰিবলৈ এখন সবল হাতৰ সন্ধান পায়। কিবা এটা নাম নজনা মোহত মানুহজনীয়ে তাইক সাৱটি লয়,কেৱল মমতাই নাথাকে সেই স্নেহস্পৰ্শত। অনুষ্টুপীয়াকৈ কিন্তু যথা ৰীতি অনুসৰিContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (৬ অক্টোবৰ,২০২০) মেঘ   সন্মানিত। ধৰ্মীয় চিন্তা। নিজৰ কৰ্মত গৌৰৱান্বিত। এই বিষয়ে আনেও প্রশংসা কৰিলে আনন্দিত। সৃজনী প্রতিভ| যাৰ আছে নতুন সৃষ্টি। বৃদ্ধিত বিচক্ষণতা। শৰীৰ ভালে ৰাখক। অৰ্থ লাভ।পঢ়াত যত্ন লওক। শুভ ৰং কমলা ।শুভ সংখ্যা দুই। বৃষ   মাজে মাজে মন জ্তিমিত। শৰীৰ মধ্যম ৷ মূত্ৰাবিকাৰContinue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…. টাইমলাইনখন স্ক্ৰ’ল কৰি কৰি ঘপককৈ এঠাইত আঙুলিটো ৰৈ গ’ল জুস্মিতাৰ৷ কিবা এটা পেজৰ পৰা দিয়া হৈছে ফ’টো খন৷ প্ৰায় উলংগ ,বোকাত লুতুৰিপুতুৰি, বীভৎস হৈ পৰা ছোৱালী এজনীৰ ফ’টো৷ ব্লাৰ কৰি দিয়া হৈছে, ভালদৰে মনিব নোৱাৰি৷ তলত লিখা আছে “জাষ্টিছ ফ’ৰ ভাৰতী”৷ মানে আকৌ এটা ৰেপ কেছ৷ কিছুContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (৫ অক্টোবৰ,২০২০) মেঘ   অবিশ্বাসীয় পৰিকল্পনা মনলৈ আহিব। ভাবি চিন্তি কাম হাতত লওক। চতুৰ্দিশ বৰ ফৰকাল দেখা নাযায়। শৰীৰে কিছু আমনি কৰিব পাৰে। প্রতিটো কথাত হুৰমূৰকৈ সিদ্ধান্ত নোলোৱাই ভাল। মাতৃৰ মধ্যম। ধন ব্যয়ৰ ইংগিত। বৃষ   শৰীৰ মোটামুটি বেয়া নহয় যদিও কিছুমান ৰহস্যময় কথাই কোনো মুহূৰ্তত আমনিContinue Reading

……© ৰুণজুন বৰুৱা…… (৪) “এইখন ঘৰৰ পৰা তাই যি বাটে ওলাই গ’ল তাৰ বিষয়ে জনাৰ বা শুনাৰ অলপো ইচ্ছা নাই। মোৰ কোনো ছোৱালী নাই। তাই মোৰ বাবে মৃত।” দেউতাকৰ কথা শুনি অনিমেশে প্ৰতিবাদ কৰি উঠে। সি মানি লব নোৱাৰে তাৰ মৰমৰ ভনীয়েকজনীক সি মৃত ঘোষণা কৰিব। দেউতাকৰ ওচৰলৈ ঢপলিয়াই আহেContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (৪ অক্টোবৰ,২০২০) মেঘ   নিজ চেষ্টাত ফলৱৰ্তী হ’ব। কৃতিত্ব লাভৰ যোগ । শুভ ৰং মাখন। শনি পূজা কৰক। ঘৰুৱা সমস্যা থাকিব। চিত্ৰকৰৰ উন্নতি ৷ ভ্ৰমণ। শুভ সংখ্যা পাচ। বৃষ   আশা পূৰণৰ সংকেত ৷ আনক অৱজ্ঞা নকৰিব। শুভ ৰং সেউজীয়া। ঠগ-প্ৰবঞ্চকে সুবিধা ল’ব পাৰে। ৰক্তচাপ বৃদ্ধি । অৰ্থContinue Reading

……ৰুবী দত্ত…..লখিমপুৰ…. ৰেচিপিলৈ যোৱাৰ আগতে মই কথা কেইটামান কৈ লব বিচাৰিছো চেংমৰা শাকৰ বিষয়ে : ঔষধী গুনেৰে ভৰপূৰ এই শাক বিধ…..সৰুতে ককা আইতাৰ মুখত শুনা …..বিয়াৰ পিছত শাহু মাৰ মুখত শুনিবলৈ পাইছিলোঁ । কিন্তু গুৰুত্ব নাছিল । লাগে লাগে তাৰ উপকাৰীতাৰ বিষয়ে গুৰুত্ব দিব ললো **যিহেতু বয়সৰ লগে লগে বিভিন্নContinue Reading

…..প্ৰাণজিৎ কলিতা…. ……গুৱাহাটী বিশ্ববিদ্যালয়…… জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে ( শুভ গান্ধী জয়ন্তী ) বাপু বাপু মাত এবাৰ বাপু । অতিষ্ঠৰ কোলাত তুলি ৰং চোৱাৰ ; হেঁপাহ কমা নাই বাপু , জাতিৰ পিতা জাতিৰ ৰক্ষক জাতিৰ সপোন বাপু আজিচোন সকলো শেষ , তথাপি বাপু মৌন , নিৰৱতাContinue Reading

আজিৰ দিনটোৰ ৰাশিফল (২ অক্টোবৰ,২০২০)   মেঘ   কোনো কথাক লৈ সংশয়। বিদ্যাত শুভ।সৎ লোকৰ সান্নিধ্য লাভ।সমস্যাৰ সমাধান। সন্মান বৃদ্ধি। শুভ সংখ্যা আঠ ।শুভ ৰং আকাশী নীলা। বৃষ     ভগৱানৰ গুণমুগ্ধ হৈ ভগবান চিন্তা মনলৈ আহিব। স্নায়ুবিক দুৰ্বলতা।বিবেক বুদ্ধিৰে কাম হাতত লওক ।মানসিক দৃঢ়তাৰ প্ৰয়োজন। মাজে মাজে অনিশ্চয়তাই আমনিContinue Reading

…..Arnit Bordoloi….. The moon is an astronomical body orbiting Earth and is the planet’s only natural satellite. It is the fifth-largest satellite in the solar system, and by far the largest among planetary satellites relative to the size of the planet that it orbits. It formed some 4.51 billion yearsContinue Reading