……© ৰুণজুন বৰুৱা…… (১১) ঋষিকাৰ বন্ধুত্বৰ আচ্ছাদনত সৰুৰে পৰা অন্তৰ্মুখী স্বভাৱৰ অম্লানে হাঁহিব শিকে। পঢ়াতেই মনটো গুজিব জনা লৰাটোৱে এজাক ল’ৰা ছোৱালীৰ মাজত বহি একেলগে কফিৰ আড্ডাত বহিব পৰা হয়। ফিল্ডত জুবিনৰ গানৰ তালে তালে বন্ধুৰ কান্ধত হাত থৈ নাচিবলৈ শিকাই তাক এই ছোৱালীজনীয়েই। “অম্লান আজি মোৰ ৰুমমেটৰ ক্লাছিকেল ডান্সContinue Reading

……© ৰুণজুন বৰুৱা…… (১০) ৰক্তাভ অৰুণে পূব আকাশত সলাজ হাঁহিটো পিন্ধি ভূমুকি মাৰিবলৈ লওঁতেই সিহঁতৰ যাত্ৰা আৰম্ভ হ’ল। ঋষিকাই দেউতাকৰ লগত কথা পাতি সকলো ঠিক কৰি থৈছে বুলি ৰাতিপুৱাই মেছেজ কৰি জনাইছে অম্লানক। সিহঁতে দহ মান বজাত গৈ পাবগৈ লাগে বুলি কৈছিল সি। হ’লেও ঘৰৰ পৰা ওলালে এবাৰ জনাব দিছিলContinue Reading

……© ৰুণজুন বৰুৱা…… (৯) প্ৰয়োজনীয় দুই এপদ বস্তু বেগটোত সামৰি ভৰাই লৈছে প্ৰীতমে। কাপোৰ দুযোৰো লৈছে লগত। পুতেকৰ ছেমিনাৰখনলৈ সি ভালদৰে যাব লাগিব। দেউতাকৰ উছাহ দেখি অম্লানৰ মনত দুখবোধে ক্ৰিয়া কৰে। তেওঁক মিছা কোৱা বাবে তেওঁ মনত আঘাট নাপালেই হ’ল……… “দেউতা আমি অলপ ফুৰিও আহিম হা “ দেউতাকৰ মনটো ভালContinue Reading

?️…..প্ৰণামী দত্ত…… তুমি যদি মোৰ প্ৰেমিক হোৱা মোৰ বাবে আনিব নালাগে ৰঙা গোলাপ মাথোঁ ৰুই দিবা এজোপা এজাৰ নেলাগে মোক ৰেষ্টুৰেণ্টলৈ নিবলৈ পদপথত ৰৈ আমি চাহ খাম কোলাহল মই ভাল নাপাওঁ মাজে সময়ে নিজানত সময় পাৰ কৰিম দুয়ো তুমিতো জানাই মই আৱেগ বোৰক শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ তুমি মোৰ নিস্তব্ধতাকContinue Reading

…..Arnit Bordoloi….Faculty High School…… The holy festival of Durga Puja, also called as Durgotsava, originated in the soil of the Indian subcontinent is an annual Hindu festival paying homage to the Hindu Goddess Durga. It is celebrated in the Indian states of West Bengal, Assam, Bihar, Tripura, and Odisha, theContinue Reading

……© ৰুণজুন বৰুৱা…… (৮) অস্তাচলৰ হেঙুলীয়া সূৰ্যটোত মায়া বিচাৰি পাই অম্লানে, জীয়াই থকাৰ মায়া।সেই মায়াতেই আবদ্ধ হৈ আগন্তুক সময়ৰ সৈতে মুকাবিলা কৰাৰ জোখাৰে নিজৰ মাজত নিজকে শক্তিশালী কৰি লয় সি। তাৰ কুমলীয়া মনটোত সাঁচ বহি যোৱাকৈ এই নৈৰ পাৰতেই বহি দেউতাকে তাক জীৱনবোধৰ পাঠ দিছিল সেইদিনা,কেতিয়াৰ কথা আছিল সেইয়া? হায়াৰContinue Reading

 ……পম্পী শৰ্মা খাউণ্ড…….. এবিধ স্বাস্থ্যসন্মত আৰু বহুতো ঔষধি গুণেৰে ভৰপূৰ শৰীৰ কাৰণে উপযোগী পানীয় হৈছে দুপৰটেঙা। দুপৰটেঙাৰ বহুতো ঔষধি গুণ আছে। বিশেষকৈ কিডনী পাথৰ ৰোগ নিৰ্মূলৰ বাবে দুপৰটেঙা এবিধ মহৌষধ । আপোনালোকলৈ দুপৰটেঙা পাতৰ চৰ্বতৰ ৰেচিপিটো আগবঢ়ালোঁ আশা ৰাখিলোঁ বহুত উপকৃত হ’ব। উপকৰণ —– দুপৰটেঙা —-পাত ৪/৫ খিলা ক’লা নিমখContinue Reading

……© ৰুণজুন বৰুৱা…… (৭) “দেউতা যদি ডাক্তৰৰ ওচৰলৈ যাবলৈ সন্মত নহয়, কি কৰা যাব?” নিজৰ মাজতেই উপযুক্ত সমিধান এটা বিচাৰি থকা অম্লানক দেখিলেই ধৰিব পাৰি সি কোঠাটোত অন্য দুজন মানুহৰ উপস্থিতিৰ কথা পাহৰি গৈছে। চিলিং ফেনখনৰ শব্দৰ বাহিৰে এটা শব্দও নাই চ’ৰাঘৰৰ ভিতৰত ।একেখন মৌনতাৰ চাদৰে মেৰিয়াই থকা তিনিওজন মানুহৰContinue Reading

……© ৰুণজুন বৰুৱা…… (৬) দৰবটোৰ পাৰ্শ্বক্ৰিয়া শেষ হৈছিল হয়তো, টোপনি ভাঙি যায় প্ৰীতমৰ।চ’ৰাঘৰত কোনোবা এজনৰ সৈতে ডাঙৰ পুতেক অম্লান কথা পতাত ব্যস্ত হৈ থকাৰ উমান পাই চ’ৰাঘৰলৈকে ওলাই আহে সি। অনিমেশ আহিছে। কিবা দৰকাৰী কথাত মোমায়েক ভাগিনীয়েক দুয়ো ব্যস্ত।তেইশ বছৰীয়া লৰাটোৰ দায়িত্ববোধ আৰু বুজন ক্ষমতা দেখি সি বাপেক হিচাপে খুবContinue Reading

  ……পম্পী শৰ্মা খাউণ্ড…….. উপকৰণ — প্ৰণচ (মিচা মাছ) —৪০০গ্ৰাম কেপচিকাম —১টা পিয়াঁজ —২টা বিলাহী —১টা নহৰু —৬/৭ ফুটা আদা নহৰু পেষ্ট—১চামুচ কেঁচা জলকীয়া—২টা ময়দা —২চামুচ কৰ্ণফ্ল’ৰ পাউদাৰ –৩ চামুচ চয়া চচ —২চামুচ টমেট চচ —২চামুচ জালুক গুৰি —২চামুচ কণী —১টা নিমখ –জোখ অনুসৰি ভিনেগাৰ —২চামুচ ৰিফাইন অইল —৫/৬ চামুচContinue Reading