এই ৫ নামৰ ছোৱালী বিয়া কৰালে স্বামীৰ সুখ হয়:-
নামৰ প্ৰথম বৰ্ণৰ ওপৰত পাত্ৰ পাত্ৰীৰ বৈবাহিক জীৱনৰ সুখ আনন্দ বহুগুণে নিৰ্ভৰ কৰে। জ্যোতিৰ্বিজ্ঞান অনুসৰি পাঁচ বৰ্ণৰে নাম আৰম্ভ হোৱা ছোৱালীৰ সৈতে বিবাহপাশত আবদ্ধ হলে স্বামী সুখত থাকিব পাৰে। এই পাঁচ বৰ্ণ হল :-
১) A বৰ্ণ :- A বৰ্ণৰে যি ছোৱালী ৰ নাম আৰম্ভ হয় সেই ছোৱালীক বিয়া কৰালে স্বামী ভাগ্যশালী হ’ব আৰু সদায় সুখত থাকিব। স্বামীৰ অৰ্থসম্পদ বৃদ্ধি আৰু উপাৰ্জনৰ নতুন নতুন পথ হাতলৈ আহে। এনে ছোৱালী দায়িত্বশীল আৰু আন্তৰিকতা পৰায়ন হয়।
২) J বৰ্ণ :- J বৰ্ণৰে যিসকল ছোৱালীৰ নাম আৰম্ভ হয় সেই ছোৱালী বিবাহৰ পিছত স্বামীৰ বহুত যতন লয়। তেওঁলোকে ঘৰখন মুঠি মাৰি ধৰি ৰাখিব পাৰে আৰু ঘৰ খন সলনি কৰি পেলাব পাৰে। সেয়ে ঘৰখন সুখ শান্তিৰে ভৰি পৰিব।
৩) M বৰ্ণ :- যিসকল ছোৱালীৰ নাম M বৰ্ণৰে আৰম্ভ হয় তেওঁলোক খুব দয়ালু আৰু কোমল হয় , তেওঁলোকৰ হৃদয়ে সকলো কথা বুজি পোৱা বাবে এনে ছোৱালী বিয়া কৰালে স্বামীয়ে সকলো সুখ পায়। ফলত স্বামী খুব ভাগ্যশালী হৈ পৰিব।
৪) R বৰ্ণ :- R বৰ্ণৰে নাম আৰম্ভ হোৱা ছোৱালীৰ গাত সৰ্বগুন সমৃদ্ধিশালী হৈ থাকে। এওঁলোকৰ জ্ঞান আৰু বুদ্ধিমত্তা বহুত বেছি বাবে সকলো কাম সুচাৰুভাৱে ৰূপায়ন কৰিব পাৰে। সেয়ে এনে ছোৱালী বিয়া কৰালে স্বামী কেতিয়াওঁ বিপদত নপৰে। সকলো দুখ কষ্ট তেওঁলোকৰ দাম্পত্য জীৱনৰ পৰা বহু আঁতৰত থাকিব।
৫) S বৰ্ণ :- যিসকল ছোৱালীৰ নাম S বৰ্ণৰে আৰম্ভণি হয় সেই ছোৱালীৰ সৈতে বিয়াত বহিলে স্বামী অত্যন্ত সৌভাগ্যশালী হব। এনে ছোৱালীৰ অন্তৰ পৱিত্ৰ আৰু কোমল। সেই বাবে এওঁলোকে কম সময়তে আনৰ প্ৰিয়ভাজন হৈ সকলোৰে মন জয় কৰে। এই ছোৱালী সৃষ্টিশীল হোৱাৰ লগতে হয় কৰ্মদক্ষ। সেয়ে সংসাৰৰ পটভূমিত স্বামী স্ত্ৰী উভয় সুখী হয়।