কঁঠালে প্ৰতিৰোধ কৰিব ক’ৰনা ভাইৰাছ আৰু বহু জটিল ৰোগ/

জটিল ৰোগ আৰু ক’ৰনা ভাইৰাছ কঁঠালে প্ৰতিৰোধ কৰিব পাৰে :-

বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত এটা কঁঠাল গুটিৰ মূল্য বহুত। সমগ্ৰ দেশজুৰি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হঠাৎ বাঢ়িছে কঁঠাল গুটিৰ চাহিদা।

    আন্তঃৰাষ্ট্ৰীয় বজাৰত দুটা কঁঠাল গুটিৰ মূল্য হৈছে গৈ ৩০ টকা। য’ত ১ কেজি কঁঠাল গুটিৰ দাম প্ৰায় ১ হাজাৰ টকা।
বিভিন্ন গৱেষণাত ওলোৱা তথ্য মতে ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰি কল’ন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে কঁঠালে।

   আনকি হৃদ ৰোগতো বাধা দিয়ে কঁঠালে।কঁঠাল আৰু কঁঠালগুটিৰ আছে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। কঁঠালত আছে ফ্লেভনয়ড। আনকি দেহত উত্‍পন্ন হোৱা বিভিন্ন ক্ষতিকাৰক পদাৰ্থক নিঃশেষ কৰিব পাৰে কঁঠালে। ক’ৰনা সংক্ৰমণত বাধা দিব পৰা বিশেষ গুণ আছে

    কঁঠাল আৰু কঁঠালৰ গুটিৰ। কঁঠালত প্ৰচূৰ পৰিমাণে আছে ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট। যি দেহত ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে আৰু প্ৰচুৰ পৰিমাণে প্ৰ’টিন আছে কঁঠালৰ গুটিত।
কঁঠালত থকা গুণাগুণে বৃদ্ধি কৰিব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *