আজিৰ দিনটোৰ ৰাশিফল
(২৯ অক্টোবৰ,২০২০)
মেঘ |
ধন লাভৰ যোগ আছে। উত্তৰ দিশত ভ্ৰমন কৰিলে লাভৱান হ’ব পাৰে। সন্তানৰ শুভ। ডাঙৰৰ পৰামৰ্শ লওঁক, সমস্যা সমাধানত সহায় হ’ব। শুভ ৰং বগা আৰু শুভ সংখ্যা দুই।
|
|
বৃষ |
দাম্পত্যত শুভ নহয়। আইন, চিকিৎসাৰ লগত জড়িত লোকৰ বাবে শুভ। শত্ৰু বাঢ়িব। আনৰ সন্দেহৰ পাত্ৰ হ’ব পাৰে। শুভ ৰং মাখন আৰু শুভ সংখ্যা চাৰি।
|
|
মিথুন |
কৰ্মক্ষেত্ৰত কৰ্মোন্নতি হ’ব পাৰে। শৰীৰ উন্নত নহয়। ব্যয় বৃদ্ধি হ’ব পাৰে। হঠাৎ মনোকষ্ট পাব পাৰে। শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা ছয়।
|
|
কৰ্কট |
আনৰ সহযোগ পাব। ভাগ্যক নহয়, নিজক বিশ্বাস কৰক। শাৰীৰিক পৰিশ্ৰম কৰক। লঘু আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা আৰু শুভ সংখ্যা দুই।
|
|
সিংহ |
বহুদিনৰ পৰা চলি থকা দাম্পত্যৰ সমস্যা সমাধান হ’ব পাৰে। গৱেষকৰ বাবে শুভ। ভ্ৰমনৰ যোগ আছে। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং সোণালী আৰু শুভ সংখ্যা আঠ।
|
|
কন্যা |
প্ৰাকৃতিক দুৰ্যোগে অপকাৰ কৰিব পাৰে। আনৰ সমাদৰ পাব। খৰচ বৃদ্ধি হ’ব। ৰক্তচাপত ভোগি থকা সকলে সুফল পাব পাৰে। দাম্পত্যত আশুভ। শুভ ৰং বগা আৰু শুভ সংখ্যা পাচঁ।
|
|
তুলা |
কথাবোৰ গুৰুত্ব সহকাৰে লব। সাহিত্যিক আৰু সাংবাদিকৰ বাবে শুভ। পৰাপক্ষত ভ্ৰমন নকৰিব, কষ্ট পাব পাৰে। শাৰীৰিক অসুস্থতাই অশান্তি কৰিব পাৰে। সংযম ৰক্ষা কৰি চলক। শুভ ৰং মুগা আৰু শুভ সংখ্যা আঠ।
|
|
বৃশ্চিক |
সাহিত্যিক আৰু শিক্ষাবিদ সকলৰ সুমান । কৰ্মত উন্নতি । আৱেগৰ বসৱৰ্তি হৈ কোনো সিদ্ধান্ত নল’ব । শুভ ৰং সোণালী আৰু শুভ সংখ্যা ছয় ।
|
|
ধনু |
তৰ্কবিদ সকলৰ দক্ষতা বৃদ্ধি । ধৈৰ্য্য শক্তিৰ প্ৰয়োজন । ব্যৱসায়ত উন্নতি । ভ্ৰমণত সফল । বন্যপ্ৰানীৰ পৰা সাৱধান ।শুভ ৰং মাখন আৰু শুভ সংখ্যা দুই ।
|
|
মকৰ |
দুষ্ট লোকৰ পৰা সাৱধান । গৱেষকৰ সুনাম অৰ্জন । কৰ্মত উন্নতি । বিপদ আতৰিব । মনত স্থিৰতা । শুভ ৰং বগা আৰু শুভ সংখ্যা ছয় ।
|
|
কুম্ভ |
সন্মান বাঢ়িব । কথা কওঁতে সাৱধান হওঁক । খৰচ কমাই চলক । জুইৰ পৰা সাৱধান । শত্রু হ্ৰাস পাব । শুভ ৰং মাখন আৰু শুভ সংখ্যা আঠ ।
|
|
মীন | নীতি নিয়ম মানি চলিবলৈ চেষ্টা কৰক । কৰ্মত উন্নতি । কথাত বান্ধ খাব পাৰে । সন্তানৰ বাবে চিন্তা । শত্রু কমিব । ভ্ৰমণত শুভ । শুভ ৰং বগা আৰু শুভ সংখ্যা পাঁচ । |