তোৰ হেপাহৰ বাৰিষা

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. 

জীয়াই থাকিব ময়ো ভাল পাওঁ,  
মোৰ আধামৰা আধাজীয়া  
জীৱনটোক লৈ,  
যিদৰে ভাল পাৱ তই  
মোৰ শৈশৱহীন জীৱনৰ  
ৰস পাণ কৰি।  
বসন্ত অহাৰ আনন্দত  
ময়ো মতলীয়া হওঁ  
কিন্তু তোৰ হেপাহৰ বাৰিষা  
সিওযে যায় উতি -ভাহি, 
মোৰ নষ্টালজিক জীৱন। 

Share কৰক:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *