নুমলীগড়ৰ বিষ্ণুপুৰ সেউজীপাৰৰ এগৰাকী কণমানি ছাত্ৰীৰ জীৱন সংগ্ৰাম//
2021-07-01
এগৰাকী কণমানি ছাত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিজ বাৰীত হোৱা কেইবিধমান পাচলি লৈ দৈনিক বাট চাই ৰয় গ্ৰাহকলৈ। কাৰণ পাচলি কেইটা বিক্ৰী কৰি যোগাৰ কৰিব লাগিব এমুঠি অন্ন। ৰাজ্যত এতিয়াওঁ অব্যাহত আছে কৰ’ণাৰ ভয়াৱহতা। কৰ’ণা কালৰ তলাবন্ধই দিশহাৰা কৰিছে বহু পৰিয়াল তথা ছাত্ৰ–ছাত্ৰীক। নুমলীগড়ৰ বিষ্ণুপুৰ সেউজীপাৰ অঞ্চলৰ এগৰাকী কণমানি ছাত্ৰীৰ জীৱনContinue Reading