final episode

ধাৰাবাহিক উপন্যাস “ ককটেইল (cocktail) The life ” (চৌবিশ) Assamese Novel cocktail ………ড° নয়না পাঠক শইকীয়া……….   আজি প্ৰায় আটাইকেইগৰাকী ৰোমাৰ ঘৰত গোট খালে। ঋতিকা নহা দেখি ৰোমাই উৰ্ব্বশীকে তাইৰ কথা সুধিলে। উৰ্ব্বশীয়ে ক’লে আহিব আহিব তাইৰ ছোৱালী tuition class ত গৈছে। ছোৱালী জনী ঘৰ আহি পোৱাৰ পাচতহে ঋতিকা ওলাবহি। ৰোমাই ঠিকContinue Reading

final episode

ধাৰাবাহিক উপন্যাস “ ককটেইল (cocktail) The life ” (বাইশ) Assamese Novel cocktail ………ড° নয়না পাঠক শইকীয়া……….   উৰ্ব্বশীৰ ঘৰত আজি প্ৰায় আটাইকেইগৰাকী উপস্থিত হ’ল। উৰ্ব্বশীয়ে ঘৰতে তৈয়াৰ কৰা আইচিং কেক, বিস্কুটৰ পৰা আদি কৰি চাহি পণিৰ, পৰাঠা সকলোবোৰ ঘৰতে তৈয়াৰ কৰা দেখি সিদিনা প্ৰথম অহা ঋতিকাই মাত দিলে, বাঃ চবContinue Reading

final episode

Assamese Novel cocktail………ড° নয়না পাঠক শইকীয়া……….বহু দিনৰ মূৰত মৌমিতাই উৰ্ব্বশী, গীতা আৰু লতাক একেলগে বাহিৰত লগ পাই অলপ আচৰিত হ’ল।Continue Reading

final episode

মৌমিতা …..মৌমিতা এয়া কেতিয়া তুলিলা তুমি? মৌমিতা উধাতু খাই আহিল ক’ত কি হ’লনো? পৰাগমণিয়ে মৌমিতাৰ ফোণটো দেখুৱাই ক’লে।
মৌমিতাঃ হুহ তোমাৰেই ফটো আকৌ! বেয়া দেখিছা নে কি?Continue Reading

final episode

“ ককটেইল The life ” (ষোল্ল) Assamese Novel ………ড° নয়না পাঠক শইকীয়া……….   মৌমিতাই নিজকে নিজে কৈ আছে আজি লতিকা বাইদেউলৈ ফোণ এটা কৰি কেতিয়ানো মাতিলে ভাল হ’ব পাতি ল’ব লাগিব পাই। ঃ পৰাগমণিয়ে কথাখিনি শুনি মাত দিলে তুমি ইমান দিনে ফোণ কৰিম কৰিম কৈ ফোণটো কৰিব পৰাই নাই যে?Continue Reading

final episode

ডাঙৰেই হ’ল। ছোৱালী জনী সৰু তাইয়েই এইবাৰ master’s ৰ বাবে কিবা entrance দিছে। দুইটাৰ মাজত বৰ বেছি difference নাই বোলে। ২ বছৰ মান ডাঙৰ হ’ব চাগে।Continue Reading

final episode

ঘৰতে আকৌ! ঘূৰি আহি মই বনালো নহয়। চবজি এখনহে বনাবলৈ আছিল। ৰাতিপূৱা তোমাৰ টিফিনৰ বাবে বনোৱা ডালি আছিলেই নহয়!
পৰাগমণিঃ তেনেহ’লেনো কিয় ইমান ভাগৰ লাগিল।Continue Reading

final episode

মৌমিতা ওলাই অহালৈ লতা যাবলৈ সাজু হ’লেই। লতাই নিজেই উঠি গৈ চাহৰ কাপ প্লেট পাগঘৰত থৈ চিঞৰি ক’লে আপুনি পাছত এইবোৰ ধুই থাকিব। এতিয়া ওলাওক। দুয়ো গৰাকী যাবলৈ সাজু হৈ উঠিল।Continue Reading

final episode

ছায়াৰূপাই এবিধ এবিধ কৈ খোৱা সামগ্ৰীবোৰ আনি টেবুলত থৈ যাবলৈ ধৰিলে। টেবুল খন কিছু সুস্বাদু সামগ্ৰীৰে ভৰি পৰিল। লতিকাই ড্ৰইং ৰূমৰ পৰাই চিঞৰিলে ছায়া অ’ই ছায়া আহ চোন ওলাই আহContinue Reading

final episode

বতৰতো বেয়া হৈয়ে আছে। বৰষুণ নেৰা নেপেৰাকৈ আৰু দুদিন দিলে কি যে অৱস্থা হ’ব ভাবিয়ে ভয় লাগিছে মৌমিতাই কথাখিনি পৰাগমণিৰ ফালে চাই কৈ আছেContinue Reading