final episode

“ ককটেইল The life ” (ওঠৰ) Assamese Novel ………ড° নয়না পাঠক শইকীয়া……….   কি হ’ল বহুদিন দেখোন তোমাৰ মূখত পাৰ্টি চাৰ্টিৰ নামেই শুনা নাই। সেইবোৰ চব বন্ধ হৈ গ’ল নে কি? মৌমিতাঃ নাই কিয় বন্ধ হ’ব। চব চলি আছে, মইহে attend কৰা নাই। (Assamese Novel) পৰাগমণিঃ আচৰিত! তোমাক নিমন্ত্ৰণ দিয়াContinue Reading

final episode

ডাঙৰেই হ’ল। ছোৱালী জনী সৰু তাইয়েই এইবাৰ master’s ৰ বাবে কিবা entrance দিছে। দুইটাৰ মাজত বৰ বেছি difference নাই বোলে। ২ বছৰ মান ডাঙৰ হ’ব চাগে।Continue Reading

final episode

মৌমিতা ওলাই অহালৈ লতা যাবলৈ সাজু হ’লেই। লতাই নিজেই উঠি গৈ চাহৰ কাপ প্লেট পাগঘৰত থৈ চিঞৰি ক’লে আপুনি পাছত এইবোৰ ধুই থাকিব। এতিয়া ওলাওক। দুয়ো গৰাকী যাবলৈ সাজু হৈ উঠিল।Continue Reading

final episode

নাই সিদিনা মানে আমি যোৱাৰ দিনা সি ঘৰত নাছিল। কৰবাত ওলাই গৈছিল চাগে, আগতেই এদিন লতিকা বাইদেৱে কৈছিল। কেতিয়াবা ভালদৰে সুধিব লাগিব যুদ্ধৰ সময়ৰ কথাবোৰ জানিবলৈ।Continue Reading