….ভাস্কৰ ৰাজবংশী… ….গুৱাহাটী বিশ্ববিদ্যালয়….. অস্তিত্ববিহীন জীৱনত চলে সংগ্ৰামৰ দপদপনি, শূন্যতাৰ উদ্যানত নিঃশব্দৰ টিঘিল ঘিলণি । জীৱনৰ পকেটবোৰত থোপ লয় অনাকাংক্ষিত ৰেঙনি, দায়িত্বৰ ভাৰখনত সৰি পৰে সংগ্ৰামৰ চকুপানী । Share কৰক: 2020-07-17