ৰঙালী ঐ

…..চয়নিকা শইকীয়া…..

বুকু খন হেঁচা মাৰি ধৰিলে
হেঁপাহৰ ৰঙালীতো কঙালী হল..
কুলিটোও আজি বেদনাত ব্যতিব্যস্ত…..
চেনাইয়ে ঘূৰি নাচালে বিহুৱান খনলৈ…..
পিঠাপনা বোৰো যেন বেজাৰতে সেমেকি ৰল….
ৰঙালীৰ ৰংবোৰ অসমীয়াৰ বুকুতে এইবাৰ বেৰঙী হৈ পৰিল….
ৰঙালী ঐ আহিবি দুনাই যদি উশাহতো লগত লৈ থাকোঁ…অহা বাৰলৈ আকৌ তোৰ ৰঙতে ৰঙীন হম…. আকৌ ঢোল পেঁপাৰ মাতত বলিয়া কৰিম মনটো….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *