ৰাগী

…….মনিষা ডেকা……

প্ৰজাপতি পদানৰ
ৰজনীৰ ৰাজ্ঞীত
ফুলিল দৰদী হাঁহি
মন নীৰদৰ ৰঙা ওৰণি গুচাই‌
কোনেনো বজালে বাহীঁ!
ধবল প্ৰত্যুষৰ
আসল মৰমত
হেম বৰণীয়া কাতৰ
অনঙ্গ মনৰ ভালপোৱাৰ সীৰলুত
শুনিলো ৰাগ প্ৰিয় মাতৰ…

Share কৰক:

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *