মনৰ পখী

…..ৰাখী হাজৰিকা…..

নাহৰ ফুলৰ গোন্ধ,

এক ভাষাহীন কবিতাৰ চন্দ ।

উৰি ফুৰা পখিলাৰ মন,

নিয়ৰসনা দুবৰিৰ বন ।

মোৰ মনৰ পখীটি হাঁহি হাঁহি উৰি ফুৰিছে,

আন্ধাৰত জোনাকীয়েও পোহৰেৰে খেলিছে ।

 

ৰাখী হাজৰিকা

দশম শ্রেণী

প্ৰজ্ঞা একাডেমী,বিহপুৰীয়া

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *