মা

…..মনীষা হাজৰিকা…..

কোমল হাতখনত ধৰি ধৰি

এখোজ এখোজকৈ আগবাঢ়িবলৈ শিকোৱা সেই ৰাতিপুৱাবোৰ,

‘অ’,’আ’,’ক’,’খ’ৰ পাঠ পঢ়োৱা

সেই ৰঙা আবেলিবোৰ,

জোনৰ পৃথিৱীত ভৰি দিবলৈ সাহস দিয়া

সেই আলসুৱা নীলা চৰাইজনীয়েই ‘মা’ ।

‘ম‍া’ – এক সীমাহীন অৰ্থৰ শব্দ ।

 

মনীষা হাজৰিকা

সপ্তম শ্রেণী

প্ৰজ্ঞা একাডেমী,বিহপুৰীয়া

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *